• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নোটৰ পৰা মহাত্মা গান্ধীৰ ছবি সঁচাই আঁতৰিব নেকি? কি ক’লে আৰ বি আই-এ?

নোটৰ পৰা মহাত্মা গান্ধীৰ ছবি সঁচাই আঁতৰিব নেকি? কি ক’লে আৰ বি আই-এ?

4 years ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

8 minutes ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

1 hour ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

2 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

4 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

4 hours ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

6 hours ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

7 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

7 hours ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

8 hours ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

8 hours ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

9 hours ago
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নোটৰ পৰা মহাত্মা গান্ধীৰ ছবি সঁচাই আঁতৰিব নেকি? কি ক’লে আৰ বি আই-এ?

editor by editor
June 6, 2022
in বিবিধ, ভাৰত
0
নোটৰ পৰা মহাত্মা গান্ধীৰ ছবি সঁচাই আঁতৰিব নেকি? কি ক’লে আৰ বি আই-এ?
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনাগত দিনত নোটৰ পৰা মহাত্মা গান্ধীৰ ছবিখন আঁতৰাই পেলোৱা হ’ব নেকি? ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত চলি থকা প্ৰচাৰৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা স্পষ্টীকৰণ আহিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংক-এ কয়ে যে তেওঁলোকৰ পৰা এনে কোনো প্ৰস্তাৱ দিয়া হোৱা নাই। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছিল যে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল কালামৰ ফটো থকা নোট শীঘ্ৰেই জাৰি কৰা হ’ব পাৰে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে বেংকনোটত থকা মহাত্মা গান্ধীৰ ছবি সলনি কৰাৰ কোনো প্ৰস্তাৱ নাই।

লগতে পঢ়ক সংগীয়ে আপোনাক তেওঁৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিছে নেকি? কেনেকৈ জানিব?

কেন্দ্রীয় বেংকে স্পষ্ট কৰি দিয়ে যে সংবাদ মাধ্যমৰ কিছু ঠাইত ভাৰতীয় ৰিজার্ভ বেংকে বৰ্তমানৰ মুদ্ৰা আৰু বেংকনোটৰ ঠাইত মহাত্মা গান্ধীৰ ফটো আৰু আন লোকৰ নোট আৰু মুদ্ৰা সলনি কৰাৰ চিন্তা-চৰ্চা কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে। ৰিজাৰ্ভ বেংকৰ হাতত এনে কোনো প্ৰস্তাৱ নাই।

নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু এ পি জে আব্দুল কালামৰ ফটো থকা নোট জাৰি কৰাৰ কথা চিন্তা কৰিছে।

লগতে পঢ়ক মুছৱেলাৰ দৰ্শাই হ’ব ছলমানৰ! কোনে দিলে ছলমান খানক হত্যাৰ ভাবুকি?

প্ৰতিবেদনত কোৱা হৈছে যে বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় নিৰাপত্তা প্ৰিন্টিং এণ্ড মিন্টিং নিগমে আই আই টি দিল্লীৰ অধ্যাপক দিলীপ সাহনীলৈ মহাত্মা গান্ধী, এ পি জে আব্দুল কালাম আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দুটা ছেট ৱাটাৰমাৰ্ক প্ৰেৰণ কৰিছে। অধ্যাপক ছ’হনীক দুয়োটা ছেটৰ মাজৰ পৰা এটা বাছি ল’বলৈ কোৱা হৈছে। ইয়াৰ পিছত চৰকাৰৰ ওচৰত দাখিল কৰা হ’ব।

উল্লেখ্য যে এজনতকৈ অধিক ব্যক্তিৰ সৈতে নোট আমেৰিকা আৰু জাপানতহে ছপা কৰা হয়। মাৰ্কিন ডলাৰত  জৰ্জ ৱাশ্বিংটন আৰু আব্ৰাহাম লিংকনলৈ এখন ছবি আৰু  জাপানৰ য়েনত বহু লোকৰ ফ’টো দেখা যায়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrbi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?
বাণিজ্য

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

October 17, 2026
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…
বিনোদন

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

October 17, 2026
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!
জীৱনশৈলী

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

October 17, 2026
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক
বাণিজ্য

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

October 17, 2026
Next Post
প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!

প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!

প্ৰাক্তন স্বামীৰে মানহানি গোচৰত পৰাজয়, এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ কোন চৌদি পুৰুষৰ?

প্ৰাক্তন স্বামীৰে মানহানি গোচৰত পৰাজয়, এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ কোন চৌদি পুৰুষৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.