• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাক্তন স্বামীৰে মানহানি গোচৰত পৰাজয়, এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ কোন চৌদি পুৰুষৰ?

প্ৰাক্তন স্বামীৰে মানহানি গোচৰত পৰাজয়, এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ কোন চৌদি পুৰুষৰ?

4 years ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

8 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

8 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

9 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

9 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

10 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

11 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

12 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

13 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

14 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

15 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

16 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰাক্তন স্বামীৰে মানহানি গোচৰত পৰাজয়, এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ কোন চৌদি পুৰুষৰ?

যেন কটা ঘাঁত চেঙা তেল!

editor by editor
June 7, 2022
in চিনেমা, বিবিধ, বিশ্ব
0
প্ৰাক্তন স্বামীৰে মানহানি গোচৰত পৰাজয়, এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ কোন চৌদি পুৰুষৰ?
0
SHARES
242
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হলিউদৰ অভিনেতা জনী ডেপ আৰু অভিনেত্ৰী এম্বাৰ হাৰ্ডৰ মানহানি গোচৰৰ বিচাৰ ছয় সপ্তাহৰ পিছত যোৱা বুধবাৰে এক আদালতে মীমাংসা কৰে৷

ভাৰ্জিনিয়াৰ ফেয়াৰফেক্সত এই বিচাৰত প্ৰাক্তন স্বামী জনী ডেপে জয়ী হৈ ৫ কোটি ডলাৰৰ ক্ষতিপূৰণ লাভ কৰিছে। প্ৰাক্তন পত্নী তথা অভিনেত্ৰী এম্বৰ হাৰ্ডে এই গোচৰত পৰাজিত হোৱাৰ পিছতে মানসিকভাৱে ভাগি পৰা বুলিও চৰ্চা লাভ কৰিছে৷

ঠিক তেনে সময়তে চৌদি আৰৱৰ এজন লোকে মানসিকভাৱে বিধ্বস্ত হৈ পৰা এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ প্ৰদান কৰিছে। আনকি লোকজনে ইনষ্টাগ্ৰামত এম্বৰলৈ এটা ভইচ নোট পঠিয়াই নিজকে ‘বুঢ়া’ জনী ডেপতকৈ ভাল বুলি অভিহিত কৰে।

লগতে পঢ়ক নোটৰ পৰা মহাত্মা গান্ধীৰ ছবি সঁচাই আঁতৰিব নেকি? কি ক’লে আৰ বি আই-এ?

ইণ্টাৰনেটত ভাইৰেল হৈ থকা ভইচ নোটটোত মানুহজনে কোৱা শুনা যায়, “এম্বৰ, যিহেতু তোমাৰ সকলো দুৱাৰ বন্ধ হৈ গৈছে, তোমাৰ যত্ন ল’বলৈ মোৰ বাহিৰে তোমাৰ কাষত আৰু কোনো নাই। মই লক্ষ্য কৰিছো যে কিছুমানে তোমাক ঘৃণা কৰে আৰু গুণ্ডাগিৰি কৰে৷ সেয়েহে, মই তোমাক বিয়া কৰাবলৈ সিদ্ধান্ত লৈলো। আল্লাহে আমাৰ দুয়োকে ভালে ৰাখক। তুমি ভাল, কিন্তু মানুহে তোমাৰ শলাগ লোৱা নাই। কিন্তু, মই সেই বুঢ়া মানুহজনতকৈ ভাল।’’

ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন ব্যক্তিয়ে লিখিছে, “এয়া আচৰিত কথা যে এজন চৌদি মানুহে এম্বৰ হাৰ্ডক বিয়া কৰাবলৈ আগ্ৰহী হৈছে, যিগৰাকীক জনী ডেপক বিপুল পৰিমাণৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়া হৈছে। বিধ্বস্ত অভিনেত্ৰীগৰাকীৰ কটা ঘাঁত নিমখ লগাই দিয়াৰ বাদে এয়া আন একো নহয়।”

আন এজন ব্যক্তিয়ে “এইটো ক্ৰিপি” বুলি কোৱাৰ বিপৰীতে আন বহুতে পোষ্টটোৰ কমেণ্ট ছেকচনত হাঁহি থকা ইমোজিৰে বুৰাই পেলাইছে।

লগতে পঢ়ক ‘হতাশাত ভূগিছে ক্ৰিকেটৰ ভগৱানৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ!’ চিন্তিত কপিল দেৱ!

উল্লেখ্য যে যোৱা বুধবাৰে অভিনেতা জনীয়ে তেওঁ আৰু তেওঁৰ প্ৰাক্তন পত্নী তথা অভিনেত্ৰী এম্বৰ মাজত হোৱা এটা হাই প্ৰফাইল মানহানিৰ গোচৰত জয়লাভ কৰে। জনীয়ে দাবী কৰিছিল যে এম্বৰে নিজকে গাৰ্হস্থ্য হিংসাৰ বলি হোৱা বুলি কোৱাৰ লগতে জনীক ‘পত্নী নিৰ্যাতনকাৰী’ বুলিও অভিহিত কৰিছিল।

জুৰীয়ে জনীক ১৫ মিলিয়ন ডলাৰ ক্ষতিপূৰণ প্ৰদান কৰে। অৱশ্যে জনীৰ বিৰুদ্ধে কৰা মানহানিৰ গোচৰৰ এটা অংশও এম্বৰেও জয়ী হৈছে, যিবোৰ বক্তব্যত জনীৰ প্ৰাক্তন অধিবক্তাই তেওঁৰ ঘৰুৱা নিৰ্যাতনৰ দাবীক প্ৰৱঞ্চনা বুলি অভিহিত কৰিছিল। জুৰীয়ে অম্বাৰক ২০ লাখ ডলাৰ ক্ষতিপূৰণ প্ৰদান কৰিছে।

কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্কৰ পিছত ২০১৫ চনত জনী আৰু এম্বৰে লছ এঞ্জেলছৰ নিজা বাসগৃহত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হৈছিল। ২০১৬ চনৰ ২৩ মে’ত তেওঁলোকে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায় আইনী প্ৰক্ৰিয়াৰে বিবাহ বিচ্ছেদ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Amber Heardasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamJohnny Depp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

জুলাই মাহটো আপোনাৰ কেনে যাব?

June 30, 2026
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?
জীৱনশৈলী

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

June 30, 2026
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

June 30, 2026
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা
বিবিধ

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

June 30, 2026
Next Post
কংগ্ৰেছৰ খাকী কাপোৰ জ্বলোৱাৰ বিৰুদ্ধে RSSৰ ‘চাদ্দী’ অভিযান! কি এই চাদ্দী অভিযান?

কংগ্ৰেছৰ খাকী কাপোৰ জ্বলোৱাৰ বিৰুদ্ধে RSSৰ ‘চাদ্দী’ অভিযান! কি এই চাদ্দী অভিযান?

ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ’ব বিজেপি! কিন্তু কেনেকৈ? জানিবলৈ চাওক…

ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ’ব বিজেপি! কিন্তু কেনেকৈ? জানিবলৈ চাওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.