• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছৰ খাকী কাপোৰ জ্বলোৱাৰ বিৰুদ্ধে RSSৰ ‘চাদ্দী’ অভিযান! কি এই চাদ্দী অভিযান?

কংগ্ৰেছৰ খাকী কাপোৰ জ্বলোৱাৰ বিৰুদ্ধে RSSৰ ‘চাদ্দী’ অভিযান! কি এই চাদ্দী অভিযান?

4 years ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

2 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

3 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

3 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

4 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

4 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

5 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

5 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

6 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

8 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

9 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কংগ্ৰেছৰ খাকী কাপোৰ জ্বলোৱাৰ বিৰুদ্ধে RSSৰ ‘চাদ্দী’ অভিযান! কি এই চাদ্দী অভিযান?

editor by editor
June 7, 2022
in ভাৰত, ৰাজনীতি
0
কংগ্ৰেছৰ খাকী কাপোৰ জ্বলোৱাৰ বিৰুদ্ধে RSSৰ ‘চাদ্দী’ অভিযান! কি এই চাদ্দী অভিযান?
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্ণাটকত কংগ্ৰেছে আৰএছএছৰ খাকী কাপোৰ জ্বলাই প্ৰতিবাদ কৰাৰ পিছতে আৰএছএছ-এ এক অভিনৱ প্ৰতি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে৷ যিয়ে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে আৰএছএছ ছুটি খাকী পোছাক জ্বলাই কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মীসকলে গাঁৱে ভূঞে গৈ খাকী পোছাক বিশেষকৈ খাকী পেণ্ট সংগ্ৰহ কৰি বেংগালুৰুস্থিত কংগ্ৰেছ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে৷

ছুটি খাকী পোছাকবোৰ কংগ্ৰেছৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰি আৰএছএছ সূত্ৰই প্ৰকাশ কৰিছে যে তেওঁলোকে বিৰোধী তথা কংগ্ৰেছ নেতা সিদ্দাৰামৈয়াক এই পোছাকসমূহ জ্বলাই ভস্মীভূত কৰিবলৈ প্ৰেৰণ কৰিছে৷

লগতে পঢ়ক প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!

আৰএছএছৰ সূত্ৰৰ মতে সিদ্দাৰামৈয়ালৈ আৰু পোছাক প্ৰেৰণ কৰিবলৈ তেওঁলোকৰ কাৰ্যকৰ্যতাসকলে ছুটি খাকী পোছাক সংগ্ৰহ কৰি আছে আৰু এই অভিযানক তেওঁলোকে ‘সাদ্দি’ নাম দিছে৷

আৰএছএছৰ সদস্যসকলে ‘সাদ্দি’ অভিযানৰ দ্বাৰা কৰ্ণাটকৰ সমগ্ৰ গাঁওসমূহত প্ৰতি প্ৰতিবাদ স্বৰূপে ছুটি খাকী পোছাক সংগ্ৰহ কৰি কাৰ্টুনে কাৰ্টুনে কংগ্ৰেথছ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব৷ আৰু কংগ্ৰেছে কিমান খাকী পোছাক জ্বলাই প্ৰতিবাদ কৰিব পাৰে তেওঁলোকে সেয়া চাব খোজে! আৰএছএছ-এ কংগ্ৰেছ নেতা সিদ্দাৰামৈয়ালৈ প্ৰেৰণ কৰা এই বিপুল পৰিমাণৰ খাকী পোছাক জ্বলাই শেষ কৰিব নোৱাৰে বুলিও প্ৰত্যাহ্বান জনাইছে৷

লগতে পঢ়ক নোটৰ পৰা মহাত্মা গান্ধীৰ ছবি সঁচাই আঁতৰিব নেকি? কি ক’লে আৰ বি আই-এ?

ইফালে প্ৰথমাৱস্থাত কংগ্ৰেছ কাৰ্যালয়লৈ প্ৰেৰণ কৰা খাকী পোছাকসমূহ কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআই-এ জ্বলাবলৈ আৰম্ভ কৰিছে৷ যাৰফলত ৰাজ্যখনত পৰিস্থিতিয়ে উত্তপ্ত হোৱা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে এন এছ ইউ আইৰ কৰ্মীসকলে শিক্ষামন্ত্ৰীয়ে বিচি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যক্ৰমৰ পুনৰীক্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। শাসকীয় বিজেপিয়ে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি ঘটনাৰ সন্দৰ্ভত ১৫ গৰাকী কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পিছতে কৰ্ণাটকৰ শাসকীয় বিজেপি চৰকাৰে আৰএছএছ নীতি আৰু নিৰ্দেশনাৰ মতে কাম কৰি থকাৰ অভিযোগ তুলি কংগ্ৰেছৰ ৰাজ্যিক ইউনিটে খাকী পোছাক জ্বলাবলৈ আৰম্ভ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamKarnataka Congressrss
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
Next Post
ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ’ব বিজেপি! কিন্তু কেনেকৈ? জানিবলৈ চাওক…

ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হ’ব বিজেপি! কিন্তু কেনেকৈ? জানিবলৈ চাওক...

ঘৰত কান্দোনৰ ৰোল, ষ্টাৰ মাৰ্কসহ পুত্ৰৰ প্ৰথম বিভাগ, পিছে খবৰটো ল’বলৈ নাই পুত্ৰ

ঘৰত কান্দোনৰ ৰোল, ষ্টাৰ মাৰ্কসহ পুত্ৰৰ প্ৰথম বিভাগ, পিছে খবৰটো ল’বলৈ নাই পুত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.