• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!

প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!

4 years ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

8 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

8 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

9 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

9 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

10 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

11 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

12 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

13 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

14 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

15 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

16 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!

editor by editor
June 7, 2022
in চিনেমা, বিবিধ, বিশ্ব
0
প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘পত্নী নিৰ্যাতনকাৰী স্বামী’ৰ অভিধাৰ পৰা কলংকমুক্ত হৈ হলিউদৰ অভিনেতা জনী ডেপে এক ব্যয় বহুল বিজয় উৎসৱ পালন কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷

মাৰ্কিন সংবাদ পত্ৰ নিউয়ৰ্ক পোষ্টৰ বাতৰিৰ মতে প্ৰাক্তন পত্নী তথা হলিউদৰ অভিনেত্ৰী এম্বৰ হাৰ্ডৰ বিৰুদ্ধে মানহানি গোচৰত জয়ী হোৱাৰ পিছতে অভিনেতা জনী ডেপে এখন ভাৰতীয় ৰেষ্টুৰেণ্টত প্ৰায় ৪৮.১ লাখ টকা ব্যয় কৰি বিজয় উৎসৱ উদযাপন কৰে৷

বাতৰিটোৰ মতে, মানহানি গোচৰত জয়ী হোৱাৰ পিছতে বন্ধু বৰ্গকলৈ অভিনেতা জনী ডেপে যোৱা দেওবাৰে ইংলেণ্ডৰ বাৰ্মিংহামত এখন ভাৰতীয় ৰেষ্টুৰেণ্টত ৬২ হাজাৰ মাৰ্কিন ডলাৰতকৈ অধিক ধন খৰচ কৰি বিজয় উৎসৱ পালন কৰে৷

লগতে পঢ়ক ‘হতাশাত ভূগিছে ক্ৰিকেটৰ ভগৱানৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ!’ চিন্তিত কপিল দেৱ!

শেহতীয়াকৈ পাইৰেটছ অৱ দ্য কেৰিবিয়ান তাৰকাগৰাকীক যোৱা বুধবাৰে ভাৰ্জিনিয়াৰ ফেয়াৰফেক্সৰ এখন আদালতে প্ৰাক্তন পত্নী এম্বৰ হাৰ্ডৰ বিৰুদ্ধে হোৱা মানহানিৰ গোচৰত ১৫ মিলিয়ন ডলাৰ প্ৰদান কৰিছিল।

৫৮ বছৰীয়া অভিনেতাগৰাকীয়ে ‘বাৰ্মিংহামৰ সৰ্ববৃহৎ ভাৰতীয় ৰেষ্টুৰেণ্ট’ খ্যাত ‘বাৰাণসী’ত ভাৰতীয় খাদ্যৰ সৈতে ৰোজ চেম্পেইনেৰে পাৰ্টি উদযাপন কৰিছিল।

বাৰাণসীৰ অপাৰেচন ডাইৰেক্টৰ মহম্মদ হুছেইনে নিউয়ৰ্ক পোষ্টক জনায় যে দেওবাৰে বিয়লি তেওঁলোকলৈ এটা ফোন কৰি জনী ডেপে তেওঁৰ বন্ধু বান্ধৱৰ সৈতে খাবলৈ আহিব বিচাৰে।

লগতে পঢ়ক সংগীয়ে আপোনাক তেওঁৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিছে নেকি? কেনেকৈ জানিব?

‘‘মই থতমত খাইছিলো৷ আৰু প্ৰথমতে, মই ভাবিছিলো যে হয়তো কৌতুক হ’ব পাৰে! কিন্তু তাৰ পিছত তেওঁৰ নিৰাপত্তাৰক্ষীৰ দল আহি ৰেষ্টুৰেণ্টখন চেক আউট কৰিলে, আৰু আমি তেওঁলোকক ৰেষ্টুৰেণ্টৰ গোটেই ঠাইখন দিবলৈ দিলো৷ কাৰণ আমি চিন্তিত আছিলো যে তেওঁ হয়তো আন লোকে তেওঁলোকক আমনি কৰিব পাৰে!’’ হুছেইনে লগতে কয়।

মিষ্টাৰ ডেপে বন্ধু বৰ্গৰ সৈতে ৰেষ্টুৰেণ্টখনত প্ৰায় তিনি ঘণ্টা সময় পাৰ্টি কৰি মেনেজাৰৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালক সাক্ষাৎ কৰি তাৰ পিছত গুচি যায় বুলিও কোৱা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHollywoodHollywood actorJohnny Depp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

জুলাই মাহটো আপোনাৰ কেনে যাব?

June 30, 2026
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?
জীৱনশৈলী

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

June 30, 2026
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

June 30, 2026
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা
বিবিধ

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

June 30, 2026
Next Post
প্ৰাক্তন স্বামীৰে মানহানি গোচৰত পৰাজয়, এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ কোন চৌদি পুৰুষৰ?

প্ৰাক্তন স্বামীৰে মানহানি গোচৰত পৰাজয়, এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ কোন চৌদি পুৰুষৰ?

কংগ্ৰেছৰ খাকী কাপোৰ জ্বলোৱাৰ বিৰুদ্ধে RSSৰ ‘চাদ্দী’ অভিযান! কি এই চাদ্দী অভিযান?

কংগ্ৰেছৰ খাকী কাপোৰ জ্বলোৱাৰ বিৰুদ্ধে RSSৰ ‘চাদ্দী’ অভিযান! কি এই চাদ্দী অভিযান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.