পংকজ ত্ৰিপাঠী আজিৰ সময়ত বলীউডৰ নম্বৰ ১ অভিনেতা। পংকজ ত্ৰিপাঠীয়ে চলচ্চিত্ৰসমূহত তেওঁৰ শক্তিশালী অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিছে। পংকজ ত্ৰিপাঠী এনে এজন অভিনেতা যাক শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ভাল পায়।
শেহতীয়াকৈ, পংকজ ত্ৰিপাঠীৰ ছবি Sherdil- The Pilibhit Saga ৰ ট্ৰেইলাৰ মুকলি হৈছে আৰু দৰ্শকে ট্ৰেইলাৰটো আকোৱালি লোৱা দেখা গৈছে।
যদি আপুনিও পংকজ ত্ৰিপাঠীৰ অনুৰাগী, তেন্তে আজিৰ পোষ্টত আপোনালোকে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু আভাস পাব। আপুনি জানেনে পংকজ ত্ৰিপাঠীৰ জীয়ৰী আশী ত্ৰিপাঠীয়ে সৌন্দৰ্যৰ ক্ষেত্ৰত বলীউডৰ অভিনেত্ৰীসকলক কঠিন তক্কৰ দিছে!
লগতে পঢ়ক ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৪০ জন লোক! কিন্তু ক’ত? জানিবলৈ পঢ়ক
পংকজ ত্ৰিপাঠীৰ জীয়ৰীৰ নাম আশী ত্ৰিপাঠী। ৪৫ বছৰীয়া পংকজ ত্ৰিপাঠীয়ে ২০০৪ চনত মৃদুলাক বিয়া কৰাইছিল। তেওঁৰ জীয়ৰী আশী দেখাত অত্যন্ত ধুনীয়া। ‘IIFA Award 2022’ত পংকজ ত্ৰিপাঠী তেওঁৰ জীয়ৰী আশী আৰু পত্নী মৃদুলাৰ সৈতে উপস্থিত হৈছিল।
আশীৰ ফটো ৰিভিল হোৱাৰ পিছতেই সকলো তেওঁৰ সৌন্দৰ্যত প্ৰভাৱিত হোৱা দেখা গৈছে। আশী ত্ৰিপাঠীৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাত এতিয়া নিজকে বাধা দিব পৰা নাই সাধাৰণ লোকে।
লগতে পঢ়ক ‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’
পংকজ ত্ৰিপাঠীৰ জীয়ৰীৰ ফটোখনত, তেওঁক তেওঁৰ দেউতাক আৰু মাতৃৰ সৈতে ‘IIFA Award’ৰ অনুষ্ঠানত সৈতে দেখা গৈছে। আশী ত্ৰিপাঠী ৰয়েল ব্লু গাউন পিন্ধি ‘IIFA’ত উপস্থিত হৈছিল। নিজৰ সৰলতাৰে জনসাধাৰণৰ হৃদয় জয় কৰিব সক্ষম হৈছিল আশী ত্ৰিপাঠী।
এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ফটোখনত মন্তব্য কৰি লিখিছে, ‘‘কি ধুনীয়া দেখা পৰিয়াল’’৷ আন এজনে লিখিছে, ‘‘মই আনকি নাজানিছিলো যে পংকজ ছাৰৰ ইমান মৰমলগা ছোৱালী আছে!’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ