• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

1 month ago
এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

10 minutes ago
দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

1 hour ago
প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

2 hours ago
ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

14 hours ago
হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

15 hours ago
বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

15 hours ago
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

16 hours ago
আহি আছে এই ৪ ৰাশিৰ শুভ সময়

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

16 hours ago
Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

Perfumeত থাকে হুইস্কী, ব্ৰেণ্ডীতকৈও বেছি Alcohol! Perfumeত কিয় Alcohol মিহলোৱা হয়?

17 hours ago
OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

18 hours ago
‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

‘ডিজিটেল যুগত কোনো কথাই গোপন হৈ নাথাকে…’

19 hours ago
ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

ধানখেৰৰ তলত ওলাল বস্তাই বস্তাই ধন, ৭ ঘণ্টা ধৰি টকা গণিয়েই আছে আৰক্ষীয়ে

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

স্মিটক আক্ৰমণ কৰা পাইলটজনৰ সৈতে আছিল সম্পৰ্ক!

editor by editor
October 15, 2026
in বিশ্ব, ভাৰত, শিক্ষা
0
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
0
SHARES
47
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডুবাইৰ বিমান সংস্থা FlyDubaiত কৰ্মৰত মালদ্বীপৰ দুজন পাইলটক ৩০ ছেপ্টেম্বৰত FZ1073 বিমানখনৰ ককপিটত সংঘটিত আক্ৰমণৰ ঘটনাৰ পিছত সংযুক্ত আৰব আমিৰশ্বাহীৰ আৰক্ষীয়ে জিম্মাত লোৱা বুলি জানিব পৰা গৈছে। মালদ্বীপৰ সংবাদ মাধ্যম Adhadhuৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।

প্ৰতিবেদন অনুসৰি, দুয়োজন পাইলটক ৩ অক্টোবৰত আটক কৰা হৈছিল। কেইবাদিন ধৰি তেওঁলোক ক’ত আছে, সেই বিষয়ে পৰিয়ালৰ লোকসকলে কোনো তথ্য লাভ কৰা নাছিল। পিছত মালদ্বীপৰ দূতাবাসে তেওঁলোকৰ পৰিয়ালক এই বিষয়ে অৱগত কৰে। অৱশ্যে, বৰ্তমানলৈকে দুয়োজন পাইলটৰ নাম ৰাজহুৱা কৰা হোৱা নাই। তেওঁলোকৰ বিৰুদ্ধে কি অভিযোগ উত্থাপন কৰা হৈছে, সেই বিষয়েও কোনো স্পষ্ট তথ্য প্ৰকাশ পোৱা নাই।

উল্লেখ্য যে ৩০ ছেপ্টেম্বৰত ডুবাইৰ পৰা ইজৰাইলৰ তেল আভিভলৈ গৈ থকা এখন বিমানত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। অভিযোগ অনুসৰি, বিমানখনৰ ওমানৰ সহ-পাইলটজনে বিমানত জৰুৰীকালীন অৱস্থাৰ বাবে থকা কুঠাৰসদৃশ সঁজুলিৰে বিমানখনৰ মুখ্য পাইলট ভাৰতৰ স্মিট মচ্চৰক আক্ৰমণ কৰিছিল। সংযুক্ত আৰব আমিৰশ্বাহীৰ চৰকাৰী অধিবক্তাৰ মতে, অভিযুক্ত সহ-পাইলটজনে বিমানখন ইজৰাইলৰ বেন গুৰিয়ন বিমানবন্দৰৰ যাত্ৰী টাৰ্মিনেলত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত কৰাৰ উদ্দেশ্য লৈছিল। সেই সময়ত বিমানখনৰ আন পাইলট, কেবিন ক্ৰু আৰু যাত্ৰীসকলে মিলি আক্ৰমণকাৰীজনক বাধা দিয়ে আৰু তেওঁক নিয়ন্ত্ৰণলৈ আনে। ইয়াৰ ফলত বিমানখন নিৰাপদে ছৌদি আৰৱৰ তাবুকত অৱতৰণ কৰিবলৈ সক্ষম হয়।

তদন্তকাৰী বিষয়াৰ আগত অভিযুক্ত সহ-পাইলটজনে এই আক্ৰমণত তেওঁ অকলে জড়িত আছিল বুলি স্বীকাৰোক্তি দিছে। কিন্তু সংযুক্ত আৰব আমিৰশ্বাহীৰ এটৰ্নী জেনেৰেলে ৯ অক্টোবৰত প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰে যে ওমানৰ অভিযুক্ত পাইলটজনৰ এই দাবী সঁচা হয় নে নহয়, সেয়া এতিয়াও তদন্ত কৰি থকা হৈছে। ঘটনাটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও তদন্ত অব্যাহত আছে।

ইপিনে ‘আধাধু’ৰ প্ৰতিবেদন অনুসৰি, আটকাধীন মালদ্বীপৰ পাইলট দুজনৰ সৈতে স্মিট মচ্চৰক আক্ৰমণ কৰা অভিযুক্ত সহ-পাইলটজনৰ কৰ্মক্ষেত্ৰত যোগাযোগ আছিল। কিন্তু তেওঁলোকৰ মাজত কি ধৰণৰ যোগাযোগ হৈছিল বা দুয়োজন পাইলটক কিয় আটক কৰা হৈছে, সেই বিষয়ে এতিয়ালৈকে স্পষ্ট কৰা হোৱা নাই। মন কৰিবলগীয়া যে, কেৱল অভিযুক্তজনৰ সৈতে কৰ্মক্ষেত্ৰত যোগাযোগ থকাৰ ভিত্তিত দুয়োজন পাইলট এই আক্ৰমণৰ ষড়যন্ত্ৰৰ বিষয়ে অৱগত আছিল বা ঘটনাটোত সহায় কৰিছিল বুলি এই পৰ্যন্ত স্পষ্ট হোৱা নাই।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24flydubai
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী
ৰাজনীতি

প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

November 25, 2026
হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ
বিনোদন

হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

November 24, 2026
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ
অপৰাধ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

November 24, 2026
OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?
ভাৰত

OYOত DUৰ ছাত্ৰীৰ মৃতদেহ, এয়া হ*ত্যাকাণ্ড নে আন কিবা?

November 24, 2026
Next Post
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.