• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোবাইল কিয় বিস্ফোৰণ হয়? কি কি বিষয়ত সতৰ্ক থাকিব? কেনেকৈ ৰক্ষা পাব মোবাইল বিস্ফোৰণৰ পৰা? সবিশেষ

মোবাইল কিয় বিস্ফোৰণ হয়? কি কি বিষয়ত সতৰ্ক থাকিব? কেনেকৈ ৰক্ষা পাব মোবাইল বিস্ফোৰণৰ পৰা? সবিশেষ

2 years ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

57 minutes ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

1 hour ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

2 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

3 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

3 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

5 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

6 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

7 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

8 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

10 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

10 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোবাইল কিয় বিস্ফোৰণ হয়? কি কি বিষয়ত সতৰ্ক থাকিব? কেনেকৈ ৰক্ষা পাব মোবাইল বিস্ফোৰণৰ পৰা? সবিশেষ

editor by editor
May 24, 2024
in জীৱনশৈলী, প্ৰযুক্তি, লেখা
0
মোবাইল কিয় বিস্ফোৰণ হয়? কি কি বিষয়ত সতৰ্ক থাকিব? কেনেকৈ ৰক্ষা পাব মোবাইল বিস্ফোৰণৰ পৰা? সবিশেষ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মোবাইল বিস্ফোৰণৰ খবৰ প্ৰায়েই আহে৷ কিন্তু কিয় বিস্ফোৰণ হয় মোবাইল? বহুতেই এই বিষয়টো সন্দৰ্ভত অজ্ঞাত৷ যাৰবাবে অকালতে কেতিয়াবা প্ৰাণো হেৰুৱাই পেলাই৷ হাতত থকা মোবাইলটো কেতিয়াবা হৈ উঠে মৃত্যুদূত৷

কিয় বিস্ফোৰিত হয় মোবাইল?

মোবাইল বিস্ফোৰণৰ প্ৰধান কাৰণ হৈছে বেটেৰী৷ মোবাইলৰ বেটেৰী বেয়া হোৱাটোৱেই মোবাইল বিস্ফোৰণ ঘটাৰ প্রধান কাৰণ৷ বহুতে ভাৱে নতুন ফোন কিনিছোহে কিয় বেটেৰী বেয়া হ’ব? বেটেৰী নতুন ফোনৰো বেয়া হ’ব পাৰে৷ কাৰণ এটা কোম্পানীয়ে মোবাইল এটা নিৰ্মাণ কৰি পিছদিনাই বজাৰত মুকলি কৰি দিয়ে তেনে নহয়৷ মোবাইল নিৰ্মাণৰ লগে লগেই আপোনাৰ হাতত আহি মোবাইলটো নপৰে৷ অৱশ্যে দামী মোবাইলতকৈ কমদামী মোবাইলহে অধিক বিস্ফোৰণ ঘটে৷ কাৰণ কমদামী ফোনত বেটেৰি-কুলিঙৰ ব্যৱস্থা নাথাকে৷ সেয়ে বেছি ব্যৱহাৰ কৰিলেই বেটেৰি গৰম হৈ পৰে৷ ফলত ফোনটো বিস্ফোৰণ ঘটাৰ আশংকা বাঢ়ে৷

বেটেৰী গৰম হোৱাৰ ওপৰিও মোবাইলত শ্বৰ্ট চাৰ্কিং আৰু হাই এণ্ড প্ৰচেছৰ হিট ছিংক ইনষ্টল নকৰা মোবাইল বিস্ফোৰণৰ অন্যতম এটি কাৰণ৷ বেটেৰীৰ বাবে কিয় ফোন বিস্ফোরণ হয়? প্ৰকৃততে মোবাইল ফোন চাৰ্জ দিয়াৰ সময়ত বেটেৰীয়ে বেছিকৈ কাম কৰে৷ ফলত মোবাইলৰ চাৰিওফালে ৰেডিয়েছনৰ বাবে এটা ক্ষেত্ৰ তৈয়াৰ হয়৷ সেয়ে চাৰ্জ দিয়াৰ সময়ত ফোনত কথা পতাতো অত্যন্ত বেয়া৷ ইয়াৰ বাবেই কেতিয়াবা ফোন বিস্ফোৰিত হয়৷

ব্যৱহাৰকৰীসকলৰ নিজৰ ভুলৰ বাবেই বেটেৰী অত্যধিক গৰম হৈ পৰে যাৰ ফলত এনে দুৰ্ঘটনা সংঘটিত হয়৷ ইয়াৰোপৰি বেটেৰীত ৰাসায়নিক কোনো পৰিবৰ্তন হ’লেও ফোন ব্লাষ্ট হ’ব পাৰে৷ মোবাইলৰ বেটেৰীত বহুকেইখন লেয়াৰ থাকে৷ কেতিয়াবা কেতিয়াবা এই লেয়াৰসমূহ ফাটি যায়৷ যদি বাৰে বাৰে হাতৰ পৰা ফোন পৰি যায় তেন্তে এই সম্ভাৱনা বাঢ়ে৷

এই স্তৰসমূহৰ কোনো এটি লেয়াৰ ভাঙি গ’লেই তাৰমাজত ফাঁক তৈয়াৰ হয় ফলত বেটেৰি ফুলিবলৈ ধৰে৷ ইয়াৰ ফলত শ্বৰ্ট চাৰ্কিটৰ কাৰণে বেটেৰীৰ বিস্ফোৰণৰ সম্ভাৱনা বাঢ়ে৷ প্ৰচেছৰৰ ক্ষেত্ৰতো এই ঘটনা ঘটিব পাৰে৷ বেছিভাগ ফোনতেই হাই এণ্ড প্ৰচেছৰ থাকে৷ যিসমূহে বেছিকৈ তাপ উৎপন্ন কৰে৷ যেতিয়া ফোনত বেছি লোড পৰে তেতিয়া প্ৰচেছৰ গৰম হৈ যায়৷ এই প্ৰচেছৰ বেটেৰীৰ ঠিক কাষতেই থাকে৷ এই প্ৰচেছৰৰ পৰা তাপ বেটেৰীত পায়গৈ তাৰফলত ক্ৰমে বেটেৰীও গৰম হৈ পৰে৷ এই পৰিস্থিতিত প্ৰচেছৰে বেটেৰী গৰম কৰে আৰু ফোনৰ বিস্ফোৰণৰ সম্ভাৱনা বাঢ়ি যায়৷

এই ঘটনাৰ পৰা যদি ৰক্ষা পাব বিচাৰে তেন্তে ইয়াৰ বাবে আপুনি কিছু সতৰ্কতা অৱলম্বন কৰাটো জৰুৰী৷ ফোন প্ৰয়োজনতকৈ বেছি এপ ডাউনলোড নকৰিব৷ গাৰুৰ তলত ফোন থৈ নুশুব৷ গৰমত বন্ধ গাড়ীৰ ভিতৰত মোবাইল চাৰ্জ নিদিব৷ ২-৩ ঘণ্টা মোবাইল কাণত ৰাখি কথা নাপাতিব তাতকৈ ইয়াৰফোন ব্যৱহাৰ কৰক৷ ডুপ্লিকেট চাৰ্জাৰ ব্যৱহাৰ নকৰিব৷ চাৰ্জ দিয়াৰ সময়ত কল কৰা গেম খেলা স্বভাৱ এৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন
ক্ৰীড়া

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026 - Updated on June 11, 2026
Next Post
বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি

বোৰ্খাৰ তলৰ জীৱন অতীত! ছৌদীত খোলা হ’ল প্ৰথমটো নাইট ক্লাব, দিয়া হ’ল মহিলা প্ৰৱেশৰো অনুমতি

শনিবাৰে চুলি-নখ নাকাটিব, নিকিনিব এইকেইবিধ সামগ্ৰী! আপোনাৰ এইবোৰ ভুলতেই ৰুষ্ট হয় শনি

শনিবাৰে চুলি-নখ নাকাটিব, নিকিনিব এইকেইবিধ সামগ্ৰী! আপোনাৰ এইবোৰ ভুলতেই ৰুষ্ট হয় শনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.