• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোডী কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত, জাতি-লোকপিয়ল কৰিব কেন্দ্ৰীয় চৰকাৰে

মোডী কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত, জাতি-লোকপিয়ল কৰিব কেন্দ্ৰীয় চৰকাৰে

11 months ago
ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

14 minutes ago
ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

1 hour ago
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

2 hours ago
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

3 hours ago
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

3 hours ago
বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

5 hours ago
ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

6 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

7 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

7 hours ago
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

7 hours ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

9 hours ago
অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

অবিলম্বে ইৰান ত্যাগ কৰক, যুদ্ধবিৰতি ঘোষণা হ’লেও ভাৰতীয়ক সোনকালেই ইৰান এৰাৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মোডী কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত, জাতি-লোকপিয়ল কৰিব কেন্দ্ৰীয় চৰকাৰে

editor by editor
April 30, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
মোডী কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত, জাতি-লোকপিয়ল কৰিব কেন্দ্ৰীয় চৰকাৰে
0
SHARES
559
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মোডী কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত, জাতি-লোকপিয়ল কৰিব কেন্দ্ৰীয় চৰকাৰে

দিল্লীত মোডী কেবিনেট বৈঠকত আজি বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। কেবিনেট বৈঠকৰ বিষয়ে অৱগত কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে জাতি লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছে।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে কংগ্ৰেছ চৰকাৰসমূহে জাতি লোকপিয়লৰ বিৰোধিতা কৰিছে। ১৯৪৭ চনৰ পৰা জাতি লোকপিয়ল হোৱা নাই।

কংগ্ৰেছে জাতি লোকপিয়লৰ সলনি জাতিগত জৰীপ চলাইছিল। ইউ পি এ চৰকাৰৰ দিনত বহু ৰাজ্যই ৰাজনৈতিক দৃষ্টিকোণৰ পৰা জাতিগত জৰীপ চলাইছিল বুলি মন্তব্য় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

ইয়াকো কয় যে মূল লোকপিয়লত নিজেই জাতি লোকপিয়ল অন্তৰ্ভুক্ত হ’ব লাগে। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ৰাজনৈতিক পৰিক্ৰমা মন্ত্ৰীসভাই সিদ্ধান্ত লৈছে যে আগন্তুক লোকপিয়লত অন্তৰ্ভুক্ত কৰি জাতি জনগণনা কৰা হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cast censusIndian Govtmodi cabinet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!
জীৱনশৈলী

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

April 8, 2026
ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম
জীৱনশৈলী

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

April 8, 2026
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

April 8, 2026
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!
জীৱনশৈলী

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

April 8, 2026
Next Post
চন্দ্ৰ নক্ষত্ৰত সূৰ্য্যৰ প্ৰৱেশে ৩ ৰাশিৰ সোণৰ দৰে জিলিকিব ভাগ্য, সুখৰ আগমণ হ’ব ঘৰলৈ

চন্দ্ৰ নক্ষত্ৰত সূৰ্য্যৰ প্ৰৱেশে ৩ ৰাশিৰ সোণৰ দৰে জিলিকিব ভাগ্য, সুখৰ আগমণ হ'ব ঘৰলৈ

কন্যাদান কৰাৰ কথা আছিল, কন্যাই ওলোটাই মুখাগ্নি কৰিলে, কন্যাৰ বিয়াৰ দিনাই পিতৃৰ বিয়োগ

কন্যাদান কৰাৰ কথা আছিল, কন্যাই ওলোটাই মুখাগ্নি কৰিলে, কন্যাৰ বিয়াৰ দিনাই পিতৃৰ বিয়োগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.