• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোডী মন্ত্ৰীসভাৰ দুজন বিশেষভাৱে চৰ্চিত লোক, এগৰাকী ৫৭০০কোটিৰ মালিক, এজন আটাইতকৈ কম বয়সীয়া মন্ত্ৰী

মোডী মন্ত্ৰীসভাৰ দুজন বিশেষভাৱে চৰ্চিত লোক, এগৰাকী ৫৭০০কোটিৰ মালিক, এজন আটাইতকৈ কম বয়সীয়া মন্ত্ৰী

2 years ago
তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

2 hours ago
ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

3 hours ago
ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

4 hours ago
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

4 hours ago
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

5 hours ago
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

6 hours ago
বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

7 hours ago
ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

8 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ খোল খাব ৪ ৰাশিৰ লোকৰ, পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ!

9 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

9 hours ago
অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

অত্যাধিক প্ৰ’টিনে নষ্ট কৰে নেকি বৃক্ক? বিশেষজ্ঞৰ পৰা জানক

10 hours ago
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মোডী মন্ত্ৰীসভাৰ দুজন বিশেষভাৱে চৰ্চিত লোক, এগৰাকী ৫৭০০কোটিৰ মালিক, এজন আটাইতকৈ কম বয়সীয়া মন্ত্ৰী

editor by editor
June 9, 2024
in ভাৰত, ৰাজনীতি
0
মোডী মন্ত্ৰীসভাৰ দুজন বিশেষভাৱে চৰ্চিত লোক, এগৰাকী ৫৭০০কোটিৰ মালিক, এজন আটাইতকৈ কম বয়সীয়া মন্ত্ৰী
0
SHARES
591
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মোডী মন্ত্ৰীসভাৰ দুজন বিশেষভাৱে চৰ্চিত লোক, এগৰাকী ৫৭০০কোটিৰ মালিক, এজন আটাইতকৈ কম বয়সীয়া মন্ত্ৰী

এইবাৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰীসভাই ইতিহাস ৰচিবলৈ গৈ আছে। এফালে নৰেন্দ্ৰ মোডীয়ে নিজেই ইতিহাস ৰচিব তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লৈ। ইয়াৰ লগতে কেবিনেট মন্ত্ৰীসভাইয়ো ইতিহাস ৰচিব।

বহু কেইটা পাৰ্টীৰ প্ৰাৰ্থীয়ে এইবাৰ একেলগে পাব কেবিনেটট ঠাই। সেই খবৰ অনুসৰি এইবাৰ মোডী কেবিনেটত ঠাই পোৱা সকলৰ ভিতৰত দুগৰাকী লোকে বিশেষভাৱে চৰ্চাৰ বিষয় হৈ পৰিছে। এগৰাকী ইমানেই ধনী যে, আজিলৈ ইমান ধনী ব্যক্তি মন্ত্ৰীসভাত স্থান পোৱা নাছিল। আন এগৰাকী আটাইতকৈ কম বয়সীয়া ব্যক্তি যিয়ে কেবিনেট মন্ত্ৰী হবলৈ গৈ আছে।

আজিৰ চাহ মেলত অংশ লৈছিল দুয়োগৰাকী লোকে। এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও এই দুয়োগৰাকী লোকে আজি শপত লব বুলি জানিব পৰা গৈছে। দুয়োগৰাকী লোকেই তেলেগু দেশম পাৰ্টীৰ। সেই দুগৰাকী হৈছে ডাঃ চন্দ্ৰশেখৰ পেম্মাছানী (Dr. Chandra Sekhar Pemmasani) আৰু ৰামমোহন নাইডু(Kinjarapu Ram Mohan Naidu)।

চন্দ্ৰবাবু নাইডুৰ দলীয় সহযোগী পেম্মাছানীয়ে অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰ সমষ্টিৰ পৰা জয়ী হৈছে তেওঁৰ সম্পত্তিৰ মূল্য ৫৭০০ কোটি। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ৱাই এছ আৰ চি পিৰ কিলাৰী ভেংকটা ৰ’জাইয়াক ৩৪ লাখৰো অধিক ভোটত পৰাস্ত কৰে।

সুত্ৰ অনুসৰি আজি সন্ধিয়াৰ শপত গ্ৰহণ অনুষ্ঠানত চন্দ্ৰশেখৰে কেবিনেট মন্ত্ৰী হিচাপে শপত লব। ৰাজ্যিক মন্ত্ৰী হিচাপে পদ লাভ কৰাৰ সম্ভাৱনা।

অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰৰ বুৰিপালেম গাঁৱত জন্মগ্ৰহণ কৰা চন্দ্ৰ শেখৰ পেম্মাছানীয়ে ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা এম বি বি এছ আৰু পেনচিলভেনিয়াৰ ডেনভিলৰ গেইচিংগাৰ মেডিকেল চেণ্টাৰত ৰেচিডেন্সি সম্পূৰ্ণ কৰে। জনছ হপকিন্স ইউনিভাৰ্চিটি-চিনাই হাস্পতালত প্ৰায় পাঁচ বছৰ ধৰি এটেণ্ডিং চিকিৎসক হিচাপে কাম কৰি আহিছে।
অনলাইন লাৰ্নিং প্লেটফৰ্ম ইউৱৰ্ল্ডৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ৪৮ বছৰীয়া ৰাজনীতিবিদগৰাকীয়ে আমেৰিকাত থকা সময়ছোৱাত টিডিপি প্ৰবাসী ভাৰতীয় কোষৰ সক্ৰিয় নেতা হিচাপে কাম কৰি দলীয় কাৰ্যসূচীৰ আয়োজন কৰিছিল।
চন্দ্ৰ শেখৰ পেম্মাছানীয়ে ২০২০ চনত আমেৰিকাত যুৱ উদ্যোগী হিচাপে আৰ্নষ্ট এণ্ড ইয়ং বঁটা লাভ কৰিছিল। তেওঁ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি গুণ্টুৰ আৰু নৰসৰাওপেটৰ গাঁৱলৈ খোৱাপানী যোগান ধৰা পেম্মাছানী ফাউণ্ডেশ্যনো প্ৰতিষ্ঠা কৰে।
দাখিস কৰা শপতনামা অনুসৰি ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৮,৩৬০ জন প্ৰাৰ্থীৰ ভিতৰত পেম্মাছানীৰ সম্পত্তি আছিল সবাতোকৈ অধিক।

মোডী মন্ত্ৰীসভাৰ সম্ভাৱ্য মন্ত্ৰীসকলৰ ভিতৰত আন এক চৰ্চিত নাম হৈছে তেলেগু দেশম পাৰ্টিৰ সাংসদ ৰামমোহন নাইডু কিঞ্জাৰাপুৰ নাম। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম আসনৰ পৰা তৃতীয় বাৰৰ বাবে সাংসদ নিৰ্বাচিত হৈছে। সূত্ৰ অনুসাৰে ৰাম মোহন নাইডুৱে মোডী কেবিনেট ৩.০ত স্থান পাইছে।

মাত্ৰ ৩৬ বছৰীয়া ৰাম মোহন নাইডুৰ টিডিপিত অংশদাৰিত্ব তথা গুৰুত্ব বহু বেছি। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম আসনৰ পৰা তৃতীয় বাৰৰ বাবে সাংসদ নিৰ্বাচিত হৈছে। ৰাম মোহন নাইডুৱে যদি মোডী কেবিনেট ৩.০ত স্থান পায় তেন্তে তেওঁ হ’ব এতিয়ালৈকে সকলোতকৈ কম বয়সীয়া কেবিনেট মন্ত্ৰী। আপোনালোকক কওঁ যে ৰাম মোহন নাইডুক চন্দ্ৰবাবু নাইডুৰ অতি ঘনিষ্ঠ আৰু বিশেষ বুলি গণ্য কৰা হয়। ৰাজনীতি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে ৰাম মোহন নাইডুৱে। তেওঁৰ পিতৃ য়েৰান নাইডুও টিডিপিৰ অন্যতম ডাঙৰ নেতা। পথ দুৰ্ঘটনাত পিতৃৰ মৃত্যুৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰে ৰাম মোহন নাইডুৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Politicsmodi cabinetNew Cabinet Ministrypolitical
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?
অসম

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

April 8, 2026
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?
জীৱনশৈলী

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

April 8, 2026
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?
খাদ্য

তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

April 8, 2026
শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক
জীৱনশৈলী

শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

April 8, 2026
Next Post
আজি হাইভল্টেজ খেল, মুখ্যতঃ ১০ গৰাকী খেলুৱৈৰ মাজত হ’ব কঠিন প্ৰতিযোগিতা হ’ব, কোন এই ১০ গৰাকী খেলুৱৈ

আজি হাইভল্টেজ খেল, মুখ্যতঃ ১০ গৰাকী খেলুৱৈৰ মাজত হ’ব কঠিন প্ৰতিযোগিতা হ’ব, কোন এই ১০ গৰাকী খেলুৱৈ

সূৰ্য-শুক্ৰ-বুধৰ ত্ৰিগ্ৰহী যোগ, ১৫ জুনৰ পৰা গ্লোল্ডেন টাইম আৰম্ভ হ’ব ৪ ৰাশিৰ লোকৰ

সূৰ্য-শুক্ৰ-বুধৰ ত্ৰিগ্ৰহী যোগ, ১৫ জুনৰ পৰা গ্লোল্ডেন টাইম আৰম্ভ হ'ব ৪ ৰাশিৰ লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.