• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্য-শুক্ৰ-বুধৰ ত্ৰিগ্ৰহী যোগ, ১৫ জুনৰ পৰা গ্লোল্ডেন টাইম আৰম্ভ হ’ব ৪ ৰাশিৰ লোকৰ

সূৰ্য-শুক্ৰ-বুধৰ ত্ৰিগ্ৰহী যোগ, ১৫ জুনৰ পৰা গ্লোল্ডেন টাইম আৰম্ভ হ’ব ৪ ৰাশিৰ লোকৰ

2 years ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

4 minutes ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

41 minutes ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

2 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

2 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

3 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

3 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

5 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

17 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

17 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

18 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

18 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্য-শুক্ৰ-বুধৰ ত্ৰিগ্ৰহী যোগ, ১৫ জুনৰ পৰা গ্লোল্ডেন টাইম আৰম্ভ হ’ব ৪ ৰাশিৰ লোকৰ

editor by editor
June 9, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
সূৰ্য-শুক্ৰ-বুধৰ ত্ৰিগ্ৰহী যোগ, ১৫ জুনৰ পৰা গ্লোল্ডেন টাইম আৰম্ভ হ’ব ৪ ৰাশিৰ লোকৰ
0
SHARES
875
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্য-শুক্ৰ-বুধৰ ত্ৰিগ্ৰহী যোগ, ১৫ জুনৰ পৰা গ্লোল্ডেন টাইম আৰম্ভ হ’ব ৪ ৰাশিৰ লোকৰ

গ্ৰহ বোৰৰ ৰজা সূৰ্যগ্ৰহ ১৫ জুন তাৰিখে বৃষ ৰাশিৰ পৰা মিথুন ৰাশিত প্ৰৱেশ কৰিব। আনহাতে ১২ জুনত বুধ গ্ৰহ আৰু ১৪ জুনত শুক্ৰ ৰাশিয়োই একেটা ৰাশি মিথুনত প্ৰৱেশ কৰিব।

জ্যোতিষশাস্ত্ৰ মতে মিথুন ৰাশিত সূৰ্য, শুক্ৰ আৰু বুধ গ্ৰহৰ মিলনে ত্ৰিগ্ৰহী যোগৰ সৃষ্টি হ’ব। যি ত্ৰিগ্ৰহী যোগে ৪ ৰাশিৰ লোকৰ বাবে বিশেষ ভাৱে ভাল ভাগ্য লৈ আহিব। ৰাশিৰ ওপৰত প্ৰসন্ন হৈ পৰিব ভাগ্য দেৱী।

বৃষ ৰাশি- বৃষ ৰাশিৰ জাতক-জাতিকাৰ ক্ষেত্ৰত ঘৰ, দোকান, মাটি-বাৰী আদি সম্পৰ্কীয়ত লাভ হ’ব। আপোনাৰ ৰৈ থকা টকা অথবা কামে পূৰ্ণতা পাব। চৰকাৰী চাকৰি কৰা সকলৰ ভাগ্য উদয় হব। এই সময়চোৱাত আপোনাৰ কোনো পুৰণা বিনিয়োগতো লাভৰ মুখ দেখা পাব।

মিথুন ৰাশি- এই ৰাশিৰ লোকৰ বিশেষকৈ ৰৈ থকা কামে পূৰ্ণতা লাভ কৰিব। পদোন্নতি হোৱাৰ লগতে সন্মান বৃদ্ধি পাব। নেতা হিচাপে প্ৰতিস্থিত হব। আৰ্থিক স্থিতি শক্তিশালী হৈ পৰিব। বহু দিশৰ পৰা ধনৰ আগমণ হব। বেংক বেলেঞ্চ বৃদ্ধি পাব। খৰচ হ্ৰাস পাব।

সিংহ ৰাশি- ধনে-দানে বৃদ্ধি পাব আপোনাৰ ভাগ্য। মনে বিচৰা ধৰণে চাকৰি অথবা ট্ৰেঞ্চফাৰ অথবা কৰ্ম লাভ কৰিব। নিবনুৱা সকলেও লাভ কৰিব কৰ্ম। ব্যৱসায়ৰ সৈতে থকা সকলেও উন্নতিৰ মুখ দেখিব ৰৈ থকা কামে অগ্ৰগতি লাভ কৰিব। সম্পত্তি বৃদ্ধি পোৱাৰ যোগ। টকা নিবেশ কৰিব পাৰে। আগলৈ গৈ লাভ হব।

কন্যা ৰাশি- কৰ্মক্ষেত্ৰত লাভ হব, সফলতাই আহি আপোনাৰ ভৰিত পৰিব। চাকৰি আথবা ব্যৱসায় দুয়োটা ক্ষেত্ৰতে উন্নতিৰ সম্ভাৱনা। জ্যোষ্ঠজনৰ পাৰ ভাল পৰামৰ্শ লাভ কৰিব। চাকৰিত পদোন্নতি হব। বেমাৰ-আজাৰ আদিৰ পৰা দূৰত থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroastrologyAstrology Bastuzodiac
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ
জীৱনশৈলী

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

July 1, 2026
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত
বিনোদন

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

July 1, 2026
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?
জীৱনশৈলী

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

July 1, 2026
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ
জীৱনশৈলী

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

July 1, 2026
Next Post
ঘৰৰ তিনি স্থানত ৰাখক এই এবিধ মাত্ৰ সামগ্ৰী, গোটেই জীৱন ধৰি লাভ কৰক সুখ-সমৃদ্ধি

ঘৰৰ তিনি স্থানত ৰাখক এই এবিধ মাত্ৰ সামগ্ৰী, গোটেই জীৱন ধৰি লাভ কৰক সুখ-সমৃদ্ধি

কোন ৰাজ্যৰ পৰা কেইজনে পাব কেবিনেটত স্থান, অসমৰ দুজন…মুঠ ৬৯ গৰাকী

কোন ৰাজ্যৰ পৰা কেইজনে পাব কেবিনেটত স্থান, অসমৰ দুজন...মুঠ ৬৯ গৰাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.