২০১৬ত সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ নৰেন্দ্ৰ মোদী। অথচ ২০২১ত এতিয়ালৈকে সোণোৱালৰ নাম লৈ এটাও বাক্য খৰচ কৰা নাই প্ৰধানমন্ত্ৰীয়ে। একালৰ ‘মোদীৰ হীৰা’ৰ চমক নোহোৱা হ’ল নেকি?