• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিউজিলেণ্ডৰ বিৰুদ্ধে খেলৰ পৰা বাহিৰ হ’ব পাৰে ভাৰতৰ অন্যতম সুদক্ষ খেলুৱৈগৰাকী !

নিউজিলেণ্ডৰ বিৰুদ্ধে খেলৰ পৰা বাহিৰ হ’ব পাৰে ভাৰতৰ অন্যতম সুদক্ষ খেলুৱৈগৰাকী !

1 year ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

28 minutes ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

2 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

2 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

3 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

3 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

4 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

4 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

15 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

15 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

15 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

নিউজিলেণ্ডৰ বিৰুদ্ধে খেলৰ পৰা বাহিৰ হ’ব পাৰে ভাৰতৰ অন্যতম সুদক্ষ খেলুৱৈগৰাকী !

editor by editor
February 25, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
নিউজিলেণ্ডৰ বিৰুদ্ধে খেলৰ পৰা বাহিৰ হ’ব পাৰে ভাৰতৰ অন্যতম সুদক্ষ খেলুৱৈগৰাকী !
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিউজিলেণ্ডৰ বিৰুদ্ধে খেলৰ পৰা বাহিৰ হ’ব পাৰে ভাৰতৰ সবাতোকৈ সুদক্ষ খেলুৱৈগৰাকী !

টিম ইণ্ডিয়াই এতিয়ালৈকে চেম্পিয়নছ ট্ৰফীত ২ খন খেল খেলিছে। দুয়োখন খেলতে জয়লাভ কৰি টিম ইণ্ডিয়াই ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এতিয়া ৰোহিত এণ্ড কোম্পানীৰ পৰৱৰ্তী মেচ হ’ব ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে।

এই মেচৰ পৰা টিম ইণ্ডিয়াৰ বৰ্তমানৰ সবাতোকৈ সুদক্ষ খেলুৱৈগৰাকীক জিৰণি দিয়াৰ চৰ্চা চলিছে। ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেট কিংবদন্তি ডেৰেন গফে এই সন্দৰ্ভত নিজৰ পৰামৰ্শ দিছে।

নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন লীগ মেচৰ পূৰ্বে ইংলেণ্ডৰ প্ৰাক্তন বেষ্ট বলাৰ ডেৰেন গফে কয় যে ভাৰতীয় দলে এতিয়া খেলুগৰাকীক জিৰণি দিয়া উচিত। ডেৰেনে মহম্মদ শ্বামী সন্দৰ্ভত দিছে এই মন্তব্য৷

উল্লেখ্য, টিম ইণ্ডিয়াই ইতিমধ্যে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে, গতিকে নিউজিলেণ্ডৰ সৈতে খেলখন কেৱল আনুষ্ঠানিকতাহে হ’ব। এনে পৰিস্থিতিত অধিনায়ক ৰোহিত শৰ্মাই এই মেচৰ পৰা বেগী বলাৰ মহম্মদ শ্বামীক জিৰণি দিয়াৰ সম্ভৱনাই দেখা দিছে।

বহুদিনৰ মূৰত পুনৰ টিম ইণ্ডিয়ালৈ উভতি আহিছে মহম্মদ শ্বামী। বাংলাদেশৰ সৈতে খেলা প্ৰথমখন খেলত শ্বামীয়ে অতিকে মাৰাত্মক বলিং প্ৰদৰ্শন কৰিছিল, এই মেচত শ্বামীয়ে ৫টা উইকেট দখল কৰিছিল।

কিন্তু পাকিস্তানৰ বিৰুদ্ধে খেলা খেলত শ্বামীক কিছু অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছিল, যাৰ বাবে কিছু সময়ৰ বাবে খেলপথাৰ এৰিবলগীয়া হৈছিল শ্বামীয়ে। এতিয়া লক্ষণীয় হ’ব নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনৰ পৰা শ্বামীক জিৰণি দিয়া হয় নে নহয়?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket teamIdnian Cricket Teamindian teamMohammad Swami
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

August 19, 2026
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!
জীৱনশৈলী

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

August 19, 2026
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক
বাণিজ্য

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

August 19, 2026
Next Post
মেষ-মিথুন-সিংহৰ কাইলৈৰ পৰা মহাসুখ, ৬০ বছৰৰ পিছত মহাশিৱৰাত্ৰিত বিৰল যোগ

মেষ-মিথুন-সিংহৰ কাইলৈৰ পৰা মহাসুখ, ৬০ বছৰৰ পিছত মহাশিৱৰাত্ৰিত বিৰল যোগ

এফালে কংগ্ৰেছ এৰাৰ কথা বতৰা, আনফালে বিজেপি নেতাৰ সৈতে ছেলফী

এফালে কংগ্ৰেছ এৰাৰ কথা বতৰা, আনফালে বিজেপি নেতাৰ সৈতে ছেলফী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.