• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সময় কাঢ়ে, সময়ে দিয়ে! এই সময় মহম্মদ ছামীৰ সময়…

সময় কাঢ়ে, সময়ে দিয়ে! এই সময় মহম্মদ ছামীৰ সময়…

3 years ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

28 minutes ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

38 minutes ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

55 minutes ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

2 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

3 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

4 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

9 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

9 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

18 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

18 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

18 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

সময় কাঢ়ে, সময়ে দিয়ে! এই সময় মহম্মদ ছামীৰ সময়…

editor by editor
November 16, 2023
in Uncategorized, ক্ৰীড়া
0
সময় কাঢ়ে, সময়ে দিয়ে! এই সময় মহম্মদ ছামীৰ সময়…
0
SHARES
286
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বকাপৰ খিতাপ অৰ্জনৰ পৰা কেইগজ মান দূৰত্বত টীম ব্লু। ২০১১ চনতেই শেষবাৰৰ বাবে ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছিল। ট্ৰফীও জয় কৰিছিল। মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত আয়োজিত প্ৰথম ছেমিফাইনেলত টিম ইণ্ডিয়া নিউজিলেণ্ডক ৭০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ২০২৩ বিশ্বকাপৰ ফাইনেল মেচ আগন্তুক ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আয়োজন কৰা হ’ব। দ্বিতীয় ছেমিফাইনেলত যি দলে জয়লাভ কৰিব সেই দলে ফাইনেলত ভাৰতৰ বিৰুদ্ধে খেলিব। আগন্তুক ১৬ নৱেম্বৰত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত কলকাতাৰ ইডেন গাৰ্ডেন্সত দ্বিতীয় ছেমিফাইনেল মেচৰ আয়োজন কৰা হ’ব।

ভাৰত- নিউজিলেণ্ডৰ মেচতেই ভাৰতীয় ক্ৰিকেট দলৰ পেছাৰ মহম্মদ ছামিয়ে অকলেই ৭ উইকেট লৈছিল। এই মেচতেই তেওঁ মেন অফ দ্যা মেচ পুৰস্কাৰ লাভ কৰিবলৈকো সক্ষম হৈছে। পুৰস্কাৰ গ্ৰহণ কৰাৰ সময়তো কিন্তু কেন উইলিয়ামচনৰ কেচ মিছ কৰাৰ আক্ষেপ শেষ নহ’ল ছামিৰ। তেওঁ এই সন্দৰ্ভত কয়, ‘মই উইলিয়ামছনৰ কেচটো মিচ কৰিলো। মেচৰ ইমান এটা গুৰুত্বপূৰ্ণ সময়ত এই ভুল কৰাটো একেবাৰেই অনুচিত আছিল। এইয়া মোৰ ডাঙৰ ভুল হ’ল।’

উল্লেখ্য যে এইবাৰ বিশ্বকাপত প্ৰাথমিকভাৱে মহম্মদ ছামিৰ নাম ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম একাদশত ৰখা হোৱা নাছিল। কিয় তেওঁক প্রথম একাদশত ৰখা হোৱা নাছিল তাৰ উত্তৰ অৱশ্যে ভাৰতীয় ক্ৰিকেট বৰ্ডে জানিব দিয়া নাই। তেওঁ মেচ খেলিব নোৱাৰাৰ আক্ষেপ এতিয়াও তেওঁৰ দুচকুত বিৰাজমান। ছেমিফাইনেলত বিশেষ খেল দেখুওৱাৰ পাছতেই মহম্মদ ছামীয়ে কয়, ‘এই সুযোগলৈকে মোৰ অপেক্ষা আছিল। বেছিকৈ খেলাৰ সুযোগ মই নাই পোৱা। এইবাৰৰ বিশ্বকাপত এইখনেই মোৰ খেল।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে
বিনোদন

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

September 10, 2026
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ
বিনোদন

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

September 10, 2026
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে
বিনোদন

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

September 8, 2026
Next Post
ভাৰতীয় দলৰ একমাত্ৰ ছামীৰ হাততেই আছে এই বাহন! দাম শুনিলে চকু কঁপালত উঠিব আপোনাৰ

ভাৰতীয় দলৰ একমাত্ৰ ছামীৰ হাততেই আছে এই বাহন! দাম শুনিলে চকু কঁপালত উঠিব আপোনাৰ

জীৱনৰ প্ৰতিটো খোজতেই ঠেকা খালেও ক্ৰিকেটৰ ২২ গজত তেওঁ অপৰাজিত সৈনিক, নিৰাশাৰ জুই জ্বলি থকা চকুত কেৱল বিশ্বকাপ জয়ৰ সপোন

জীৱনৰ প্ৰতিটো খোজতেই ঠেকা খালেও ক্ৰিকেটৰ ২২ গজত তেওঁ অপৰাজিত সৈনিক, নিৰাশাৰ জুই জ্বলি থকা চকুত কেৱল বিশ্বকাপ জয়ৰ সপোন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.