আজি নগাঁৱৰ ভেৰভেৰিত প্ৰতিষ্ঠা হ’ল মহামৃত্যুঞ্জয় মন্দিৰ। তামিলনাডুৰ প্ৰায় ২০০ৰো অধিক বেদব্যাস পণ্ডিতৰ অংশগ্ৰহণ। হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কৰা হয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা।