• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

9 months ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

24 minutes ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

1 hour ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

2 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

3 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

3 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

4 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

5 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

6 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

7 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

24 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?

editor by editor
June 20, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ক’লা ধন দেশলৈ উভতি আহিছে নেকি? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ, ধন জমাৰ তালিকাত কোন কোন দেশ শীৰ্ষত?
0
SHARES
514
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছিল, ছুইচ বেংকত থকা ক’লা ধন দেশলৈ উভতাই আনি দেশবাসীৰ উন্নতি সাধনত ব্যৱহাৰ কৰিব৷ সেই ধন ভাৰতলৈ উভতি আহিছেনে সেই তথ্য কাৰো হাতত নাই৷ কিন্তু ২০২৪ চনত ছুইজাৰলেণ্ডত ভাৰতীয়ৰ ধনৰ পৰিমান ৩ গুণ বাঢ়িছে৷ ৩.৫৪ বিলিয়ন ছুইচ ফ্ৰাঙ্ক অৰ্থাৎ প্ৰায় ৩৭ ৬০০ কোটি ভাৰতীয় টকা হৈছেগৈ৷ বুধবাৰে ১৯ জুনত ছুইচ নেশ্ব্যনেল বেংকে এই তথ্য প্ৰকাশ কৰিছে৷

এই সম্পত্তি বৃদ্ধিৰ বেছিভাগেই আহিছে বেংক চেনেল আৰু অন্যান্য আৰ্থিক প্ৰতিষ্ঠানৰ পৰা৷ ব্যক্তিগত বেংক একাউণ্টৰ পৰা নহয়৷ ভাৰতীয় গ্ৰাহকৰ একাউণ্টত এই ধনৰ পৰিমানো বৃদ্ধি পাইছে৷ এই একাউণ্টসমূহত জমা কৰা ধনৰ পৰিমান ১১ শতাংশ অৰ্থাৎ ৩৪৬ মিলিয়ন ছুইচ ফ্ৰাঙ্ক অৰ্থাৎ ৩৬৭৫ কোটি টকা বৃদ্ধি পাইছে৷ এই পৰিমাণ ছুইচ বেংকত জমা মুঠ ভাৰতীয়ৰ অৰ্থৰ ১০ভাগৰ এভাগহে মাত্ৰ৷

SNBয়ে জনাইছে যে বিভিন্ন ছুইচ বেংকত ভাৰতৰ ৩.৫৪ বিলিয়ন ছুইচ ফ্ৰাঙ্ক জমা হৈ আছে৷ ইয়াৰ মাজত ৩.০২ বিলিয়ন ছুইচ ফ্ৰাঙ্ক বেংকত ৩৪৬ মিলিয়ন ছুইচ ফাঙ্ক ব্যক্তিগত একাউণ্টত৷ ৪১ মিলিয়ন ছুইচ ফ্ৰাঙ্ক ট্ৰাষ্টৰ নামত আৰু ১৩৫ মিলিয়ন ছুইচ ফ্ৰাঙ্ক বিভিন্ন বণ্ডত জমা হৈ আছে৷ ২০২৪ চনৰ তুলনাত ২০২৩ চনত জমা থকা সম্পত্তিৰ ৭০শতাংশ কমি চাৰি বছৰত সৰ্বনিম্ন ১.০৪ বিলিয়ন ফ্ৰাঙ্ক হৈছে৷ যি ২০০৬ চনৰ সৰ্বকালৰ সৰ্বোচ্চ ৬.৫ বিলিয়ন ফ্ৰাঙ্কতকৈ কম৷

SNBৰ ৰিপৰ্ট বেংকসমূহৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে৷ ই অন্যান্য দেশৰ সত্তাৰ মাধ্যমেৰে ৰক্ষিত কলা ধন বা একাউণ্ট সম্পৰ্কে কোনো বিৱৰণ প্ৰকাশ নকৰে৷ ছুইচ কৰ্তৃপক্ষই বাৰে বাৰে কৈছে যে এই জমাসমূহ কাৰোবাৰ কলা ধন বুলি আমি নকও৷ ২০১৮ চনৰ চুক্তিৰ পাছত ছুইজাৰলেণ্ডৰ ছুইচ বেংকত জমা হোৱা অৰ্থৰ তথ্য ভাৰত চৰকাৰক দি আহিছে ছুইচ বেংকসমূহে৷ ২০১৯ চনত প্ৰথমবাৰৰ বাবে এই তথ্য দিছিল ছুইচ বেংকৰ পৰা৷

ছুইচ বেংকত জমা অৰ্থৰ দিশৰ পৰা ভাৰতে বিগত বছৰত ৬৭তম স্থানৰ পৰা ৪৮ তম স্থানলৈ আহিছে৷ ২০২২ চনত ভাৰতৰ স্থান আছিল ৪৬তম৷ পাকিস্তানৰ জমা ধন হ্ৰাস পাইছে৷ ছুইচ বেংকত মাত্ৰ ২৭২ মিলিয়ন ছুইচ ফ্ৰাঙ্ক জমা আছে৷ বাংলাদেশৰ জমা ধন ৩৩শতাংশ বৃদ্ধি পাই ৫৮৯ মিলিয়ন ছুইচ ফ্ৰাঙ্ক হৈছেগৈ৷ শীৰ্ষত আছে ব্ৰিটেইন৷ SNBত মুঠ ২২২ বিলিয়ন ছুইচ  ফ্ৰাঙ্ক জমা আছে ব্ৰিটেইনৰ৷ দ্বিতীয় স্থানত আছে আমেৰিকা, যাৰ ৮৯ বিলিয়ন ফ্ৰাঙ্ক আৰু তাৰপিছতেই ৱেষ্ট ইণ্ডিজৰ ৬৮ বিলিয়ন ডলাৰ জমা আছে৷ জাৰ্মানী, ফ্ৰান্স, হংকং, লুক্সেমবাৰ্গ, ছিঙ্গাপুৰ আৰু সংযুক্ত আৰৱ আমিৰছাহিৰ টকাও ছুইচ বেংকত জমা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?
জীৱনশৈলী

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

March 15, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
স্বাস্থ্য

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

March 15, 2026
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!
স্বাস্থ্য

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

March 15, 2026
Next Post
গ্ৰহৰাজ শনিৰ দিনটোতেই পৰিছে যোগিনী একাদশীৰ ছায়া! মহাবিপদত পৰিব পাৰে এই ৩ ৰাশি, ভুলতো আজি এইকেইটা কাম নকৰিব

গ্ৰহৰাজ শনিৰ দিনটোতেই পৰিছে যোগিনী একাদশীৰ ছায়া! মহাবিপদত পৰিব পাৰে এই ৩ ৰাশি, ভুলতো আজি এইকেইটা কাম নকৰিব

একে ছাদৰ তলত থাকিলেও বেডৰুম পৃথক! নাই কোনো সম্পৰ্ক? ভঙাৰ পথত নেকি ছলমানৰ ভগ্নী অৰ্পিতা আৰু আয়ুষৰ সংসাৰ?

একে ছাদৰ তলত থাকিলেও বেডৰুম পৃথক! নাই কোনো সম্পৰ্ক? ভঙাৰ পথত নেকি ছলমানৰ ভগ্নী অৰ্পিতা আৰু আয়ুষৰ সংসাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.