ক’ৰোনাৰ সন্ত্ৰাসৰ পাছত এটা নতুন খবৰে আতংকিত কৰিছে পৃথিৱীবাসীক। বিশেষকৈ যিসকলে সাগৰৰ পাৰত বাস কৰে। পৃথিৱীত বানপানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিব আৰু এই বানপানীৰ কাৰণ হ’ব পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰ।