২৯ লাখ টকাৰ এটা সৰা দাঁতৰ মূল্য, কাৰ দাঁত এইটো, যাৰ আজিয়ো বহু চাহিদা
বিশ্বাস কৰিবলৈ কিছু টান হলেও সত্য। এটা সৰা দাঁতৰ মূল্য কিমান হব পাৰে বুলি ভাৱে। আমাৰ বাবে যি অপ্ৰয়োজনীয়। সৰাৰ লগে লগে আমি পেলাই দিও, তেনেই এটি সৰা দাঁতৰ মূল্য ২৯ লাখ টকা। যি দাঁত পাবলৈ আজিৰ তাৰিখতো বহু দেশে বিচাৰে।
এয়া কোনো জীৱ-জন্তুন নহয়, বৰঞ্চ এগৰাকী মানুহৰ সৰা দাঁত এইটো। হীৰাৰ দৰে মূল্য এই দাঁতটোৰ। যি সমগ্ৰ বিশ্বৰ ভিতৰতে মূল্যবান।
এই বিশেষ দাঁতটো হৈছে মহান বিজ্ঞানী ছাৰ আইজাক নিউটনৰ। আজিৰ পৰা ২০০ বছৰ পূৰ্বে প্ৰথমবাৰৰ বাবে বিক্ৰী হৈছিল এই বিশেষ দাঁতটো।
ছাৰ আইজাক নিউটনৰ এই বিশেষ দাঁতটো ১৮১৬ চনত ৩৬৩৩ ডলাৰত বিক্ৰী হৈছিল। সেই দাঁত আজিৰ তাৰিখত ৩৬,০০০ ডলাৰ । যি ভাৰতীয় হিচাপত প্ৰায় ২৯ লাখ টকা।
মধ্যাকৰ্ষণ শক্তিৰ বিষয়ে দুনিয়াৰ আহত উলিওৱা এইগৰাকী মহান বৈজ্ঞানিকৰ সেই দাঁক আজিয়ো বহু হাই ডিমাণ্ডেট। তেখেতৰ মৃ্ত্যু হৈছিল ১৭২৬ চনত। কিন্তু ইমান বছৰৰ পাছতো আজিয়ো অক্ষত অৱস্থাত আছে সেই দাঁত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ