• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুই হাত নাই, তথাপি স্কুটাৰ চলাই সময়মতে খাদ্য বিলাইছে জমেট’ বয়ে, ভিডিঅ’ দেখিলে চকুপানী ওলাব আপোনাৰো

দুই হাত নাই, তথাপি স্কুটাৰ চলাই সময়মতে খাদ্য বিলাইছে জমেট’ বয়ে, ভিডিঅ’ দেখিলে চকুপানী ওলাব আপোনাৰো

2 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

5 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

5 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

5 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

6 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

6 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

7 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

8 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

8 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

9 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

10 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

দুই হাত নাই, তথাপি স্কুটাৰ চলাই সময়মতে খাদ্য বিলাইছে জমেট’ বয়ে, ভিডিঅ’ দেখিলে চকুপানী ওলাব আপোনাৰো

editor by editor
October 28, 2024
in Uncategorized
0
দুই হাত নাই, তথাপি স্কুটাৰ চলাই সময়মতে খাদ্য বিলাইছে জমেট’ বয়ে, ভিডিঅ’ দেখিলে চকুপানী ওলাব আপোনাৰো
0
SHARES
240
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুই হাত নাই, তথাপি স্কুটাৰ চলাই সময়মতে খাদ্য বিলাইছে জমেট’ বয়ে, ভিডিঅ’ দেখিলে চকুপানী ওলাব আপোনাৰো

পেটৰ তাড়না কিমান সেয়া সকলোৱে বুজি পায়। সেই একমাত্ৰ পেটৰ বাবেই দিনে-নিশাই কষ্ট কৰে সকলোৱে। পাছে বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী এনে লোকৰ ভিডিঅ’, যি ভিডিঅ’ দেখিলে চকু পানী ওলাব আপোনাৰো।

দুয়োখন হাতেই নাই এগৰাকী যুৱকৰ। কিন্তু ভিক্ষা খুজি খোৱাৰ সলনি কষ্ট কৰি উপাৰ্জন কৰিছে। নিজৰ বিশেষভাৱে বনাই লোৱা স্কুটাৰতেই বহি বিলাই ফুৰিছে খাদ্য। জমেট’ বয় হিচাপে খাদ্য বিলাই নিজৰ পেট পূৰ কৰিছে।

https://x.com/rose_k01/status/1849879150368092279

যি সময়ত সকলো দীপাৱলী উপলক্ষে ব্যস্ত সেই সময়ত সংসাৰ চলোৱাৰ উপৰিও ঘৰলৈ এগচি চাকি নিয়াৰ হেঁপাহেৰে এইগৰাকী জমেটো বয়ে স্কুটাৰেৰে বিলাই ফুৰছে অনলাইন খাদ্য অৰ্ডাৰ কৰোতাক খাদ্য।

দুয়োখন হাতেই যুৱকজনৰ, যাৰ বাবে স্কুটাৰৰ হেণ্ডেল বিশেষভাৱে বনাই লৈছে যুৱকে। সেইদৰেই অতি সহজেই চলাই গৈছে স্কুটাৰ। যি যুৱকক দেখি এতিয়া সামাজিক মাধ্যমত সকলোৱে কৈছে ৰিয়েল হিৰো। এয়াই হৈছে সঁচা জীৱনৰ সঁচা নায়ক।

পাছে বৰ্তমানলৈ এই ভিডিঅ’ কোন ঠাইৰ আৰু এই বিশেষভাৱে সক্ষম লোকগৰাকীৰ নাম কি সেই বিষয়ে কতো কোনো ধৰণৰ তথ্য উপলব্ধ নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Handicap BoyIndian boysocial mediaviral videozomato boyZomato Delivery Boy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
বাম্পাৰ ধনৰ বৰষুণ, বুধ-মঙলৰ শুভ দৃষ্টিত ৩ ৰাশিৰ জীৱনৰ ভাগ্যোদয়

বাম্পাৰ ধনৰ বৰষুণ, বুধ-মঙলৰ শুভ দৃষ্টিত ৩ ৰাশিৰ জীৱনৰ ভাগ্যোদয়

বিশেষ খবৰ, অহা বৰ্ষত ভাৰতত হ’ব পাৰে লোকপিয়ল, পাছে এটা ক্ষেত্ৰত এতিয়াও নাই কোনো সিদ্ধান্ত

বিশেষ খবৰ, অহা বৰ্ষত ভাৰতত হ'ব পাৰে লোকপিয়ল, পাছে এটা ক্ষেত্ৰত এতিয়াও নাই কোনো সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.