• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃ দিৱসৰ দিনাই মাতৃয়ে কণমানি পুত্ৰৰ প্ৰাণ কাঢ়ি ভৰাই থ’লে ট্ৰলী বেগত

মাতৃ দিৱসৰ দিনাই মাতৃয়ে কণমানি পুত্ৰৰ প্ৰাণ কাঢ়ি ভৰাই থ’লে ট্ৰলী বেগত

11 months ago
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কাট হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

10 minutes ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

33 minutes ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

49 minutes ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

1 hour ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

2 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

3 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

3 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

4 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

6 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাতৃ দিৱসৰ দিনাই মাতৃয়ে কণমানি পুত্ৰৰ প্ৰাণ কাঢ়ি ভৰাই থ’লে ট্ৰলী বেগত

editor by editor
May 11, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মাতৃ দিৱসৰ দিনাই মাতৃয়ে কণমানি পুত্ৰৰ প্ৰাণ কাঢ়ি ভৰাই থ’লে ট্ৰলী বেগত
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাতৃ দিৱসৰ দিনাই মাতৃয়ে কণমানি পুত্ৰৰ প্ৰাণ কাঢ়ি ভৰাই থ’লে ট্ৰলী বেগত

আজি ১১ মে’ মাতৃ দিৱস। প্ৰতিগৰাকী মাতৃৰ সন্মানৰ বাবে উৎসর্গিত এই দিন। পাছে এই মাতৃ দিৱসৰ দিনাই সংঘটিত হৈছে মাতৃৰ নামত কলংক সনা এগৰাকী মাতৃৰ কু-কাণ্ড। কণমানি ১০ বছৰীয়া পুত্ৰৰ প্ৰাণ কাঢ়ি মাতৃয়ে ভৰাই থলে ট্ৰলী বেগত।

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই ঘটনা। পাষাণ মাতৃৰ হাতত প্ৰাণ গ’ল কণমানি পুত্ৰৰ। পাষাণ মাতৃয়ে অতি নৃশংসভাৱে হত্যা কৰিলে ১০ বছৰীয়া সন্তানক।

মাতৃ আৰু অবৈধ প্ৰেমিকে মিলি হত্যা কৰিলে শিশুটিক। হত্যা কৰি সন্তানৰ নিথৰ দেহ ভৰাই থলে এটা ট্ৰলী বেগত। ট্ৰলী বেগটোৰ পৰাই উদ্ধাৰ শিশুটিৰ মৃতদেহ।

গুৱাহাটী মহানগৰীত সংঘটিত ৰাজ্য কঁপোৱা এই হত্যাকাণ্ড। মহানগৰীৰ বশিষ্ঠৰ নিৰ্জন স্থানত উদ্ধাৰ ট্ৰলী বেগটো তথা শিশুটিৰ মৃতদেহ। বশিষ্ট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, পাষাণ মাতৃ দিপালী ৰাজবংশী আৰু অবৈধ প্ৰেমিক জ্যোতিৰ্ময় হালৈৰ এই ভয়ংকৰ কাণ্ড। দিপালী ৰাজবংশীৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল। বিচ্ছেদৰ পাছতে প্ৰেম গঢ়ি উঠিছিল জ্যোতিৰ্ময় হালৈৰ সৈতে। সেই প্ৰেমৰ পৰিণতিতেই সংঘটিত হয় এই ঘটনা।

আৰক্ষীয়ে সদৰি কৰা অনুসৰি, জয়ানগৰ আলোক পথৰ পৰা নিৰুদ্দেশ হৈ আছিল শিশুটি। কালি সন্ধিয়াৰ বতাহ ধুমুহাৰ ফলত কাৰেন্ট নথকাৰ সুযোগ লৈ পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: guwahatiGuwahati Murder caseMother Killed sonMothers Day
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
Next Post
বুধ-চন্দ্ৰ বিশেষ সংযোগ, ২৬ মে’ৰ পৰা ৫ ৰাশিৰ অবিশ্বাস্য আৰ্থিক উন্নতি

বুধ-চন্দ্ৰ বিশেষ সংযোগ, ২৬ মে’ৰ পৰা ৫ ৰাশিৰ অবিশ্বাস্য আৰ্থিক উন্নতি

অপাৰেচন সিন্দূৰত ১০০ৰো অধিক নিষিদ্ধ সংগঠনৰ আৰু ৩৫-৪০ পাকিস্তানী জোৱান নিহত

অপাৰেচন সিন্দূৰত ১০০ৰো অধিক নিষিদ্ধ সংগঠনৰ আৰু ৩৫-৪০ পাকিস্তানী জোৱান নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.