• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইয়াকেই প্ৰেম বোলে নেকি? ৩ সন্তানক এৰি কিশোৰৰ সৈতে পলাল বোৱাৰী, আইনী বিবাহ কেনেকৈ হ’ব?

11 months ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

41 seconds ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

45 minutes ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

18 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

19 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

20 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

21 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

22 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইয়াকেই প্ৰেম বোলে নেকি? ৩ সন্তানক এৰি কিশোৰৰ সৈতে পলাল বোৱাৰী, আইনী বিবাহ কেনেকৈ হ’ব?

ইয়াকেই প্ৰেম বোলে নেকি? ৩ সন্তানক এৰি কিশোৰৰ সৈতে পলাল বোৱাৰী, আইনী বিবাহ কেনেকৈ হ’ব?

editor by editor
April 8, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ইয়াকেই প্ৰেম বোলে নেকি? ৩ সন্তানক এৰি কিশোৰৰ সৈতে পলাল বোৱাৰী, আইনী বিবাহ কেনেকৈ হ’ব?
0
SHARES
260
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভৰা এখন সংসাৰ৷ কিন্তু সংসাৰত মন নবহিল পত্নীৰ৷ প্ৰতিবেশী কিশোৰৰ সৈতে পলাল এগৰাকী গৃহবধু৷ কিশোৰে কয় যে তেওঁ এতিয়া আইনী বিবাহ কৰাব নোৱাৰিব কিন্তু ১৮ বছৰত ভৰি দিলেই তেওঁ আইনী বিবাহ সম্পন্ন কৰিব৷ আৰম্ভ কৰিব নতুন অধ্যায়৷ চাঞ্চল্যকৰ এই ঘটনাক লৈ উত্তাল এতিয়া যোগীৰাজ্য৷

সৰ্বভাৰতীয় সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি ঘটনাটো ঘটিছে উত্তৰপ্ৰদেশৰ আমৰোহাত৷ জনা গৈছে যে ৮ বছৰ পূৰ্বে ছৈয়দৰ সৈতে বিবাহ কৰাইছিল ছবনমে৷ বৰ্তমান তেওঁ তিনি সন্তানৰ মাতৃ৷ এবছৰ পূৰ্বে এক দুৰ্ঘটনাৰ পাছতেই জীৱনে নতুন মূৰ লৈছে ছবনমৰ৷

বিগত বৰ্ষত দুৰ্ঘটনাৰ কবলত পৰিছে ছৈয়দ৷ তাৰপিছতেই বিছনাই সংগী ছৈয়দৰ৷ তেতিয়াৰে পৰাই প্ৰতিবেশী কিশোৰৰ সৈতে ঘনিষ্ঠতা বাঢ়ে ২৬ বছৰীয়া গৃহবধূৰ৷ প্ৰেমৰ সম্পৰ্কত সোমাই পৰে তেওঁ৷ বিষয়টো জনাজনি হোৱাৰ পাছতেই অশান্তি আৰম্ভ হয় ঘৰত৷ পঞ্চায়তৰ আলোচনাও হয়৷ তাতেই দুই পৰিয়ালৰ উপস্থিতিত সিদ্ধান্ত হয় যে ছবনমে নিজৰ ইচ্ছাতেই যি মন যায় কৰিব পাৰিব৷

সম্প্ৰতি সেই কিশোৰৰ সৈতে পলাই গৈছে ছবনম৷ ইয়াৰপাছতেই নিজৰ নাম পৰিবৰ্তন কৰে৷ বৰ্তমান তেওঁ শিৱানী নামেৰে পৰিচিত৷ কিশোৰে ১৮ বছৰত ভৰি দিলেই আইনী বিবাহ কৰাব দুয়ো৷ জনা গৈছে ইয়াৰ পূৰ্বেও দুবাৰ বিবাহপাশত আৱদ্ধ হৈছে গৃহবধূ৷ এইবাৰ তৃতীয় বিবাহ হব ছবনমৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
জীৱনশৈলী

March 12, 2026
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

March 12, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
Next Post
হনুমান জয়ন্তীৰ পৰাই ভাল দিনৰ আৰম্ভণি! বজৰংবলীৰ কৃপাত কোটিপতি হ’ব এই ৫ৰাশি, তালিকাত আপুনি আছেনে?

এই নিয়ম জানিলে আপুনিও নিজা অধিকাৰ সাব্যস্ত কৰিব পাৰে! মহিলাৰ এটা অভিযোগতেই পেট্ৰল পাম্পৰ মালিকে ভৰিলে ১ লাখ ৬৫হাজাৰৰ জৰিমনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন