- শনিবাৰে পুৱা ৫বজাৰ পৰা আগৰদৰেই চলিব গাড়়ী-মটৰ।
- ৪৮ ঘন্টীয়া কৰ্মবিৰতি ২৪ ঘন্টালৈ সাময়িকভাবে প্ৰত্যাহাৰ মটৰ ইউনিয়নৰ
- প্ৰায় পাঁচ ঘণ্টা ধৰি পৰিবহন বিভাগৰ বিষয়াৰ লগত হোৱা বৈঠকৰ অন্তত এই সিদ্ধান্ত
- আইন প্ৰত্যাহাৰৰ দাবীৰে কৰ্ম বিৰতিৰ সিদ্ধান্ত লোৱা হৈছিল
- সেই কথা খিনি পৰিবহন বিভাগৰ বিষয়াৰ লগত আলোচনা কৰি স্মাৰক পত্ৰ প্ৰদান কৰা হয়
- এই স্মাৰক পত্ৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব
- সেই আশ্বাসৰ বাবে ৪৮ ঘণ্টাৰ পৰা ২৪ ঘণ্টালৈ হ্ৰাস কৰা হৈছে
- কাইলৈ ৰাতিপুৱা পাঁচ বজালৈ কৰ্মবিৰতি অব্যাহত থাকিব
- কাইলৈ পুৱা ৫ বজাৰ পৰা সকলো বাহন পূৰ্বৰ দৰে চলাচল কৰিব পৰিব
- আইন বাতিলৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব
- কিন্তু কেন্দ্ৰীয় চৰকাৰে আইনখন সম্প্ৰতি প্ৰযোজ্য নকৰাৰ আশ্বাস দিছে
- পৰৱৰ্তী সময়ত দেশৰ সকলো মটৰ ইউনিয়নৰ লগত বৈঠকত মিলিত হব কেন্দ্ৰীয় চৰকাৰ
- তাৰ পিছত আইনখন বাতিলৰ সিদ্ধান্ত নললে পৰৱৰ্তী সময়ত আমি অন্য কাৰ্যপন্থা হাতত লম
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ