• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
EVMত নাই কোনো খেলিমেলি! উত্তৰ পায়ো বাৰে বাৰে এটাই প্ৰশ্ন কিয়ঃ কংগ্ৰেছক উভতি ধৰিলে নিৰ্বাচনী আয়োগে…

EVMত নাই কোনো খেলিমেলি! উত্তৰ পায়ো বাৰে বাৰে এটাই প্ৰশ্ন কিয়ঃ কংগ্ৰেছক উভতি ধৰিলে নিৰ্বাচনী আয়োগে…

2 years ago
কষ্টাৰিকাৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাদ’ৰ শপতগ্ৰহণ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

কষ্টাৰিকাৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাদ’ৰ শপতগ্ৰহণ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

5 minutes ago
মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি বিজয় থালাপতিৰ, শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিবলৈ সাজু

2 hours ago
কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

কেদাৰনাথৰ শিৱলিংগ কিয় ত্ৰিকোণ? ৰহস্য জানি হ’ব আচৰিত!

2 hours ago
শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

শনি দেৱৰ পূজাত ভুলতো ব্যৱহাৰ নকৰিব তামৰ বাচন-বৰ্তন, ৰোষত পৰিব আপুনি!

3 hours ago
8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, দৰমহা ৩ গুণতকৈ অধিক পাব বৃদ্ধি!

3 hours ago
এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

এইমাহৰ পৰা ATM ৰ পৰা উলিয়াব পাৰিব PF ৰ ধন, এইদৰে কাম কৰিব EPFO ​​3.0

4 hours ago
কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

কেতুৰ নক্ষত্ৰত চন্দ্ৰৰ গোচৰ, প্ৰচুৰ ধন উপাৰ্জন কৰিব ৪ৰাশিয়ে, ভাগ্য চমকিব কাৰ কাৰ?

7 hours ago
পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, তেওঁৰ সৈতে শপত লোৱা বিশেষ ৫মন্ত্ৰী কোন কোন?

7 hours ago
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

8 hours ago
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

8 hours ago
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

9 hours ago
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

EVMত নাই কোনো খেলিমেলি! উত্তৰ পায়ো বাৰে বাৰে এটাই প্ৰশ্ন কিয়ঃ কংগ্ৰেছক উভতি ধৰিলে নিৰ্বাচনী আয়োগে…

EVMৰ সন্দৰ্ভত কিছু বিসংগতি থকা বুলি নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে

editor by editor
January 5, 2024
in অসম
0
EVMত নাই কোনো খেলিমেলি! উত্তৰ পায়ো বাৰে বাৰে এটাই প্ৰশ্ন কিয়ঃ কংগ্ৰেছক উভতি ধৰিলে নিৰ্বাচনী আয়োগে…
0
SHARES
456
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা ই ভি এম মেচিন মেনেজ কৰিব পাৰি নেকি! কোনে দলে বিচাৰিলেই ই ভি এম মেচিন ব্যৱহাৰ কৰি জনতাৰ ভোট তেওঁলোকৰ পক্ষলৈ আনিব পাৰে নেকি! এনে বহু প্ৰশ্নৰ উত্তৰ পুনৰ এবাৰ স্পষ্টকৈ দিলে ভাৰতীয় নিৰ্বাচনী আয়োগে।

EVMৰ সন্দৰ্ভত কিছু বিসংগতি থকা বুলি নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছিল কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে। এই পত্ৰখনৰ উত্তৰ দি নিৰ্বাচনী আয়োগে কয় যে, ই ভি এম আৰু VVPAT ৰ বিষয়টোক লৈ ইতিমধ্যে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে। ইয়াত নতুনকৈ কোনো কথা যোগ কৰিব লগা নাই।’

বিষয়টোৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগে লগতে কয় যে, ই ভি এম আৰু VVPATৰ প্ৰক্ৰিয়াত কোনো বিসংগতি নাই। এই প্ৰক্ৰিয়াত কোনোৱেই সন্দেহ কৰিব লগা অৱকাশেই নাই। আমি বাৰে বাৰে এই কথা কোৱাৰ উপৰিও উচ্চতম ন্যায়ালয়ৰ পৰা আদি কৰি দেশৰ বহু ন্যায়ালয়ে একেটা কথাকেই বাৰে বাৰে কৈ আছে।

নিৰ্বাচনী আয়োগে লগতে কয়- ই ভি এম আৰু VVPAT প্ৰক্ৰিয়াৰ বিসংগতি থকা বুলি দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত বহুকেইজনে আবেদন দাখিল কৰিছিল। এই আবেদন আদালতে খাৰিজ কৰাৰ লগতে আবেদনকাৰীক ১০হাজাৰ টকাকৈ জৰিমণাও বিহিছিল।

উল্লেখ কৰা প্ৰয়োজন যে, ই ভি এমৰ বিসংগতি থকা বুলি উল্লেখ কৰি বিৰোধী মিত্ৰজোঁটৰ হৈ জয়ৰাম ৰমেশে এই পত্ৰখন প্ৰেৰণ কৰিছিল। এই সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি নিৰ্বাচনী আয়ুক্তৰ সৈতে আলোচনাৰ বাবে সময়ো বিচাৰিছিল। কিন্তু নিৰ্বাচনী আয়োগে এই পত্ৰৰ উত্তৰ পত্ৰৰ জৰিয়তেই প্ৰদান কৰিলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: evmevm hack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কষ্টাৰিকাৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাদ’ৰ শপতগ্ৰহণ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
বিশ্ব

কষ্টাৰিকাৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাদ’ৰ শপতগ্ৰহণ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

May 9, 2026
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?
অসম

‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

May 9, 2026
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?
অসম

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

May 8, 2026
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান
অপৰাধ

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

May 7, 2026
Next Post
আনক সহায় কৰিবলৈ যোৱাটোৱে ভুলঃ  ৰূমত ভৰাই সাংবাদিকক ঘোচা নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ…

আনক সহায় কৰিবলৈ যোৱাটোৱে ভুলঃ ৰূমত ভৰাই সাংবাদিকক ঘোচা নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ...

এইবাৰ ‘গুৱাহাটী’ সৰ্বানন্দ সোণোৱালৰ…

এইবাৰ ‘গুৱাহাটী’ সৰ্বানন্দ সোণোৱালৰ…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.