• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰম চালক হ’ল ঠাণ্ডাঃ শনিবাৰে পুৱাৰ পৰা আগৰদৰেই চলিব গাড়ী-মটৰ…

গৰম চালক হ’ল ঠাণ্ডাঃ শনিবাৰে পুৱাৰ পৰা আগৰদৰেই চলিব গাড়ী-মটৰ…

3 years ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

3 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

3 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

4 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

4 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

5 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

6 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

6 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

7 hours ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

8 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

8 hours ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

9 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গৰম চালক হ’ল ঠাণ্ডাঃ শনিবাৰে পুৱাৰ পৰা আগৰদৰেই চলিব গাড়ী-মটৰ…

৪৮ ঘন্টীয়া কৰ্মবিৰতি ২৪ ঘন্টালৈ সাময়িকভাবে প্ৰত্যাহাৰ মটৰ ইউনিয়নৰ

editor by editor
January 5, 2024
in অসম
0
গৰম চালক হ’ল ঠাণ্ডাঃ শনিবাৰে পুৱাৰ পৰা আগৰদৰেই চলিব গাড়ী-মটৰ…
0
SHARES
21.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
  • শনিবাৰে পুৱা ৫বজাৰ পৰা আগৰদৰেই চলিব গাড়়ী-মটৰ।
  • ৪৮ ঘন্টীয়া কৰ্মবিৰতি ২৪ ঘন্টালৈ সাময়িকভাবে প্ৰত্যাহাৰ মটৰ ইউনিয়নৰ
  • প্ৰায় পাঁচ ঘণ্টা ধৰি পৰিবহন বিভাগৰ বিষয়াৰ লগত হোৱা বৈঠকৰ অন্তত এই সিদ্ধান্ত
  • আইন প্ৰত্যাহাৰৰ দাবীৰে কৰ্ম বিৰতিৰ সিদ্ধান্ত লোৱা হৈছিল
  • সেই কথা খিনি পৰিবহন বিভাগৰ বিষয়াৰ লগত আলোচনা কৰি স্মাৰক পত্ৰ প্ৰদান কৰা হয়
  • এই স্মাৰক পত্ৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব
  • সেই আশ্বাসৰ বাবে ৪৮ ঘণ্টাৰ পৰা ২৪ ঘণ্টালৈ হ্ৰাস কৰা হৈছে
  • কাইলৈ ৰাতিপুৱা পাঁচ বজালৈ কৰ্মবিৰতি অব্যাহত থাকিব
  • কাইলৈ পুৱা ৫ বজাৰ পৰা সকলো বাহন পূৰ্বৰ দৰে চলাচল কৰিব পৰিব
  • আইন বাতিলৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব
  • কিন্তু কেন্দ্ৰীয় চৰকাৰে আইনখন সম্প্ৰতি প্ৰযোজ্য নকৰাৰ আশ্বাস দিছে
  • পৰৱৰ্তী সময়ত দেশৰ সকলো মটৰ ইউনিয়নৰ লগত বৈঠকত মিলিত হব কেন্দ্ৰীয় চৰকাৰ
  • তাৰ পিছত আইনখন বাতিলৰ সিদ্ধান্ত নললে পৰৱৰ্তী সময়ত আমি অন্য কাৰ্যপন্থা হাতত লম

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

August 30, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
Next Post
EVMত নাই কোনো খেলিমেলি! উত্তৰ পায়ো বাৰে বাৰে এটাই প্ৰশ্ন কিয়ঃ কংগ্ৰেছক উভতি ধৰিলে নিৰ্বাচনী আয়োগে…

EVMত নাই কোনো খেলিমেলি! উত্তৰ পায়ো বাৰে বাৰে এটাই প্ৰশ্ন কিয়ঃ কংগ্ৰেছক উভতি ধৰিলে নিৰ্বাচনী আয়োগে...

আনক সহায় কৰিবলৈ যোৱাটোৱে ভুলঃ  ৰূমত ভৰাই সাংবাদিকক ঘোচা নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ…

আনক সহায় কৰিবলৈ যোৱাটোৱে ভুলঃ ৰূমত ভৰাই সাংবাদিকক ঘোচা নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.