• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আপুনি দেশক বহু দিলে, এয়া আপোনালৈ আমাৰ ক্ষুদ্ৰ উপহাৰ’, মুম্বাই ক্ৰিকেট এছোচিয়েছনে ধোনীৰ নামেৰে নামকৰণ কৰিলে আসন

‘আপুনি দেশক বহু দিলে, এয়া আপোনালৈ আমাৰ ক্ষুদ্ৰ উপহাৰ’, মুম্বাই ক্ৰিকেট এছোচিয়েছনে ধোনীৰ নামেৰে নামকৰণ কৰিলে আসন

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

3 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

3 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

3 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

3 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

3 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

3 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

4 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

4 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

4 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

4 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

4 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘আপুনি দেশক বহু দিলে, এয়া আপোনালৈ আমাৰ ক্ষুদ্ৰ উপহাৰ’, মুম্বাই ক্ৰিকেট এছোচিয়েছনে ধোনীৰ নামেৰে নামকৰণ কৰিলে আসন

editor by editor
April 8, 2023
in ক্ৰীড়া, ভাৰত
0
‘আপুনি দেশক বহু দিলে, এয়া আপোনালৈ আমাৰ ক্ষুদ্ৰ উপহাৰ’, মুম্বাই ক্ৰিকেট এছোচিয়েছনে ধোনীৰ নামেৰে নামকৰণ কৰিলে আসন
0
SHARES
799
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মহেন্দ্ৰ সিং ধোনীক শুকুৰবাৰে বিশেষভাৱে সন্মান জনাইছে মুম্বাই ক্ৰিকেট এছোচিয়েছনে। ২০১১ চনত ভাৰতৰ বিশ্বকাপ জয়ৰ কৰি দেশলৈ সন্মান কঢ়িয়াই অনাৰ বাবেই ধোনীক সন্মানিত কৰিবৰ বাবে বিশেষ পদক্ষেপ লৈছে মুম্বাই এছোচিয়েছনে। ৱাংখেৰ ষ্টেডিয়ামত দৰ্শকৰ বাবে থকা ৩৩ হাজাৰ আসনৰ পাঁচখন আসন ধোনীৰ নামেৰে নামকৰণ কৰা হৈছে। মুম্বাইলৈ আইপিএলৰ মেচ খেলিবলৈ যাওতে ধোনীয়ে নিজেই উদ্বোধন কৰে এই আসনকেইখন। এই ৫খন আসনৰ সৈতে সংপৃক্ত হৈ আছে ভাৰতৰ দ্বিতীয়বাৰ বিশ্বকাপ জয়ৰ সম্পৰ্ক।

#WATCH | Mumbai: MS Dhoni inaugurates 2011 World Cup victory memorial at the Wankhede stadium

Memorial has been built at the location where MS Dhoni’s historic winning six from 2011 WC had landed in the stands pic.twitter.com/PEGSksnWNa

— ANI (@ANI) April 7, 2023

২০১১ চনত শ্ৰীলংকাক হৰুৱাই বিশ্বচেম্পিয়ন হৈছিৱ ভাৰত। মেচৰ শেষৰ ৬ বলত ৬টা ছিক্স কোবাই ভাৰতক দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয়ৰ সোৱাদ দিছিল ধোনীয়ে। সেইবাৰ ধোনীয়ে কোবোৱা ৬টা ছিক্সৰ বল গেলাৰীত গৈ পৰিছিল। যিকেইটা স্থানত বল পৰিছিলগৈ সেইকেইটা স্থানত থকা আসন ধোনীৰ নামেৰে নামকৰণ কৰা হৈছে। নতুনকৈ সজাই তোলা হৈছে ৫খন আসন। সেই বিশেষ আসন কেইখন উদ্বোধন কৰিবৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন আধিনায়ক ধোনীকেই আমন্ত্ৰণ জনাইছিল মুম্বাই ক্ৰিকেট এছোচিয়েছনে।

মুম্বাই ক্ৰিকেট এছোচিয়েছনৰ নিমন্ত্ৰণ ৰক্ষা কৰিয়েই শুকুৰবাৰে নিজৰ নামত থকা ৫খন আসন উদ্বোধন কৰিছে ধোনীয়ে। ৱাংখেৰ ষ্টেডিয়ামতেই আছে পলি উমৰিগড় আৰু বিজয় মাকঁড়েৰ নামত গেটো। সেই ষ্টেডিয়ামতেই আছে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ বাবেও বিশেষ স্থান। শেহতীয়াকৈ সেই ষ্টেডিয়ামতেই সংৰক্ষিত কৰা হ’ল ধোনীৰ নামৰ ৫ আসন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
বৰ্ষাপাৰাত আকৌ বিফল ৰিয়ান পৰাগ! এটা অভাৰত ৪টা ছিক্স কেতিয়া আহিব?

বৰ্ষাপাৰাত আকৌ বিফল ৰিয়ান পৰাগ! এটা অভাৰত ৪টা ছিক্স কেতিয়া আহিব?

নাচ দেখিয়েই মুগ্ধ হৈছিল পৰিচালক! মিঠুনক এৰি নায়ক কৰা হৈছিল গোবিন্দক, কোনখন চিনেমাই ভাগ্য সলাইছিল চিচিৰ? সবিশেষ…

নাচ দেখিয়েই মুগ্ধ হৈছিল পৰিচালক! মিঠুনক এৰি নায়ক কৰা হৈছিল গোবিন্দক, কোনখন চিনেমাই ভাগ্য সলাইছিল চিচিৰ? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.