• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৬/১১ মুম্বাই কাণ্ডত জড়িত আছিল পাক সন্ত্ৰাসবাদী, এই কথা স্বীকাৰ কৰি কি কৈছে পাক প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে

2 years ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

20 minutes ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

46 minutes ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

1 hour ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

2 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

3 hours ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

4 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

5 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

২৬/১১ মুম্বাই কাণ্ডত জড়িত আছিল পাক সন্ত্ৰাসবাদী, এই কথা স্বীকাৰ কৰি কি কৈছে পাক প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে

editor by editor
November 26, 2023
in অপৰাধ, জীৱনশৈলী, বিবিধ, ভাৰত
0
২৬/১১ মুম্বাই কাণ্ডত জড়িত আছিল পাক সন্ত্ৰাসবাদী, এই কথা স্বীকাৰ কৰি কি কৈছে পাক প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে
0
SHARES
479
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই দিনটোক ভাৰতবাসীয়ে কেনেকৈ পাহৰিব! ২০০৮ চনৰ ২৬ নৱেম্বৰৰ দিনটোক ভাৰতৰ লোকে কেনেকৈ পাহৰিব পাৰিব৷ সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত মুম্বাইত ১৬৪ গৰাকী নিৰপৰাধী লোকৰ মৃত্যু হৈছিল৷ মৃত্যু বুলি ক’লে ভুল হ’ব আচলতে হত্যা কৰা হৈছিল৷ এই কাণ্ডত পাকিস্তান চৰকাৰজড়িত থকা বুলি সেই সময়ত অভিযোগো উত্থাপিত হৈছিল৷ কিন্তু বাৰে বাৰে এই দাবী কৰি পাকিস্তানে নস্যাৎ কৰি আহিছে৷

https://x.com/ani_digital/status/995304800655831041?s=20

কিন্তু সত্যক যে লুকাই থব নোৱাৰি সেই কথা পাকিস্তানে হয়তো জনা নাছিল৷ এই কাণ্ডৰ সৈতে জড়িত আছিল লস্কৰ-ই-তৈবা৷ এই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছঈদে আজিও পাকিস্তানত মুকলিকৈ ঘুৰা-ফুৰা কৰে৷ এই আক্ৰমণত পাকিস্তান সেনাও জড়িত আছিল বুলি দেশে দাবী কৰি আহিছে৷ প্ৰমাণো দিছে ভাৰত চৰকাৰে৷ কিন্তু সকলোবোৰ তথ্য অস্বীকাৰ কৰিলেও পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে একপ্ৰকাৰে স্বীকাৰ কৰিছে সেইকথা৷ ডন কাকতত দিয়া এক সাক্ষাৎকাৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে কয়, ‘‘পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে বাৰে বাৰে কৈছিল৷ আমাক সীমান্তৰ সীপাৰে মুম্বাইলৈ গৈ ১৫০ গৰাকী লোকক হত্যা কৰিব দিয়া উচিত৷’’ নৱাজ শ্বৰীফে লগতে কয় যে, সন্ত্ৰাসবাদী পাকিস্তানে প্ৰেৰণ কৰিছিল৷ তাৰ বাবে দায়ী পাকিস্তান৷

২০০৮ চনত সমুদ্ৰ তীৰেৰে মুম্বাইত উপস্থিত হৈছিল ১০ পাকিস্তানী সন্ত্ৰাসবাদী৷ সেই ঘটনাৰ ১৫ বছৰ সম্পূৰ্ণ হৈছে৷ জ্যেষ্ঠ আৰক্ষী বিষয়া, আৰক্ষী জোৱান, এনএছজি কমাণ্ডোসহ ১৬৪গৰাকী লোকৰ মৃত্যু হৈছিল এই আক্ৰমণত৷ এই আক্ৰমণৰ একমাত্ৰ জীৱিত সন্ত্ৰাসবাদী আজমল কাছভক ২০১২ চনৰ ২১ নৱেম্বৰত ফাঁচী দিয়া হয়৷ এই আক্ৰমণত পাকিস্তানৰ হাফিজ ছঈদ জড়িত থকাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও তথ্যৰ অভাৱত মুকলি কৰে পাকিস্তানৰ আদালতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম
জীৱনশৈলী

March 23, 2026
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

March 23, 2026
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?
জীৱনশৈলী

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

March 23, 2026
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে
জীৱনশৈলী

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

March 23, 2026
Next Post
২২ বছৰ বয়সতে PhD ডিগ্ৰী লাভ কৰা কোন এইগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন ভাৰতীয় ছাত্ৰী?

Guru Nanak Jayanti: জানি থওক গুৰু নানকৰ ১০টা বাণী, যিয়ে আপোনাক প্ৰতিটো খোজতেই সহায় কৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন