• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাম্প্ৰদায়িক সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন মুছলমান মহিলাৰ, ঘৰলৈ নি স্থাপন কৰিলে গণপতি বাবাক

সাম্প্ৰদায়িক সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন মুছলমান মহিলাৰ, ঘৰলৈ নি স্থাপন কৰিলে গণপতি বাবাক

4 years ago
গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

3 minutes ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

53 minutes ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

1 hour ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

2 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

3 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

4 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

5 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

5 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

5 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

5 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

6 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সাম্প্ৰদায়িক সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন মুছলমান মহিলাৰ, ঘৰলৈ নি স্থাপন কৰিলে গণপতি বাবাক

editor by editor
September 2, 2022
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সাম্প্ৰদায়িক সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন মুছলমান মহিলাৰ, ঘৰলৈ নি স্থাপন কৰিলে গণপতি বাবাক
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত গণেশ উৎসৱ উদযাপনৰ সময়তে আলিগড়ৰ এগৰাকী মুছলমান মহিলাই সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে৷ চৰ্চিত মুছলমান মহিলাগৰাকীয়ে গণেশ উৎসৱৰ সময়তে ৭ দিনৰ বাবে নিজৰ ঘৰলৈ গণপতি বাবাক নি স্থাপন কৰিছে।

ৰোৰাৱাৰ আৰক্ষী চক্ৰৰ অন্তৰ্গত এ ডি এ কলনীৰ বাসিন্দা ৰুবী আছিফ খানে নিজৰ ঘৰলৈ গণেশৰ মূৰ্তি আনি সকলো ৰীতি-নীতিৰে স্থাপন কৰে।

‘‘৬ ছেপ্টেম্বৰত মূৰ্তিটো পানীত ডুবাই ৰখাৰ পূৰ্বে আমি সাত দিন ধৰি ৰাখিম। মই আৰু মোৰ পৰিয়ালে প্ৰতিদিনে বিধি অনুসৰি ‘পূজা’ কৰি ভগৱানক ‘মোদক’ আগবঢ়াই দিম।’’ মহিলাগৰাকীয়ে কয়।

লগতে পঢ়ক যৌন নিৰ্যাতন চলাই চলন্ত ৰে’লৰ পৰা গতিয়াই দিলে মহিলাক, ভুক্তভোগী মহিলাৰ মৃত্যু

ৰুবীয়ে কয় যে তেওঁৰ ভগৱান গণেশৰ ওপৰত অপৰিসীম বিশ্বাস আছিল আৰু তেওঁ ভগৱানক ঘৰলৈ অনাত তেওঁৰ পৰিয়ালে আপত্তি কৰা নাছিল।

ধৰ্ম নিৰ্বিশেষে তেওঁ আৰু তেওঁৰ পৰিয়ালে সকলো উৎসৱ পালন কৰে বুলিও কয় মহিলাগৰাকীয়ে।

তেওঁৰ স্বামী আছিফ খানে কয় যে তেওঁ পত্নীৰ বিশ্বাসক সমৰ্থন কৰে আৰু সমগ্ৰ পৰিয়ালে এই উৎসৱত অংশগ্ৰহণ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamGaneshLord Ganesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
চাৰে তিনিবছৰীয়া কন্যা শিশুক ডিজিটেল ধৰ্ষণ! যাৱজ্জীৱন কাৰাদণ্ড ৬৫ বছৰীয়া বৃদ্ধক

চাৰে তিনিবছৰীয়া কন্যা শিশুক ডিজিটেল ধৰ্ষণ! যাৱজ্জীৱন কাৰাদণ্ড ৬৫ বছৰীয়া বৃদ্ধক

সোণৰ সংসাৰ কৰিবলৈ প্ৰেমিকৰ সৈতে পলাইছিল প্ৰেমিকা, প্ৰেমিকাক ছুৰিকাঘাত কৰি ধন সোণ লৈ পলাল প্ৰেমিক

সোণৰ সংসাৰ কৰিবলৈ প্ৰেমিকৰ সৈতে পলাইছিল প্ৰেমিকা, প্ৰেমিকাক ছুৰিকাঘাত কৰি ধন সোণ লৈ পলাল প্ৰেমিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.