• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাঞ্চল্যৰ ঘটনা, মহানগৰীত লীভ-ইনত থকা মডেলৰ মৃতদেহ উদ্ধাৰ

চাঞ্চল্যৰ ঘটনা, মহানগৰীত লীভ-ইনত থকা মডেলৰ মৃতদেহ উদ্ধাৰ

2 years ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

16 minutes ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

2 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

3 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

3 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

5 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

5 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

6 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

7 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

8 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

8 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

9 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চাঞ্চল্যৰ ঘটনা, মহানগৰীত লীভ-ইনত থকা মডেলৰ মৃতদেহ উদ্ধাৰ

editor by editor
March 15, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
চাঞ্চল্যৰ ঘটনা, মহানগৰীত লীভ-ইনত থকা মডেলৰ মৃতদেহ উদ্ধাৰ
0
SHARES
371
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাঞ্চল্যৰ ঘটনা, মহানগৰীত লীভ-ইনত থকা মডেলৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আজি ১৫ মাৰ্চ তাৰিখে মহানগৰীৰ মাজমজিয়াৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এক ঘটনা।

খ্ৰীষ্টানবস্তিৰ অমৰাৱতী পথৰ এটা ফ্লেটত প্ৰেমিকৰ সৈতে ভাড়া কৰি থকা যুৱতীগৰাকীৰ চীপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে। লীভ-ইনত থকা যুৱতীগৰাকী পেছাত এগৰাকী মডেল আছিল।

যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত জানিব পৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়। পৰিয়ালৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যাকাণ্ড।

ঘটনাসন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰো দাখিল কৰিছে যুৱতীৰ পৰিয়ালে। প্ৰেমিকৰ বিৰুদ্ধেই অভিযোগ তুলিছে পৰিয়ালৰ লোকে।

পৰিয়ালৰ অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে মডেলগৰাকীৰ প্ৰেমিকক আটক কৰি সোধ-পোচ আৰম্ভ কৰিছে। অৱশ্যে প্ৰেমিকে এই অভিযোগ অগ্ৰাহ্য কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamCity policeguwahatiGuwhatai City PoliceModelMurder Suspect
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট
অসম

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

July 10, 2026
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
Next Post
কেৱল আলহী বুলি পৰিচয় দিয়াৰ বাবদ এটা নিশাতে লাভ কৰে ৩০-৫০ লাখ টকা

কেৱল আলহী বুলি পৰিচয় দিয়াৰ বাবদ এটা নিশাতে লাভ কৰে ৩০-৫০ লাখ টকা

AIUDF এ ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম, ধুবুৰীতেই নামিব আজমল

AIUDF এ ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম, ধুবুৰীতেই নামিব আজমল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.