• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

4 months ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

26 minutes ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

53 minutes ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

2 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

3 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

3 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

4 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

5 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

6 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

6 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

7 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

7 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত...

editor by editor
June 2, 2026
in অসম, বিবিধ, লেখা
0
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…
0
SHARES
767
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল।’ এতিয়া যেন এই আপ্ত বাক্যশাৰী সচাঁযেন হৈ পৰিছে। কিছুদিনৰ পৰা সমাজত এনে কিছুমান ঘটনা ঘটি আছে, যিবোৰে সকলোকে আচৰিত কৰি তুলিছে। এইবাৰ তেনে এক ঘটনাই চৰ্চা লাভ কৰিছে। প্ৰেমৰ বাবেই চাৰি সন্তানৰ মাতৃ পলাই গ’ল ২০ বছৰীয়া যুৱকলৈ।

আচৰিত যেন লাগিলেও এয়াই সঁচা! অসমীয়া সমাজ ব্যৱস্থাত পৰম্পৰাগতভাৱে পুৰুষ আৰু মহিলাৰ বিবাহ বা প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বয়সৰ এক নিৰ্দিষ্ট ব্যৱধান মানি চলা দেখা যায়। সাধাৰণতে পুৰুষজন মহিলাগৰাকীতকৈ বয়সে ডাঙৰ হোৱাটোৱেই নিয়ম হিচাপে চলি আছে। কিন্তু শেহতীয়াকৈ অসমৰ ভিন্ন প্ৰান্তত ইয়াৰ ব্যতিক্ৰমী ঘটনা দেখিবলৈ পোৱা গৈছে। শেহতীয়া এক চৰ্চিত ঘটনা অনুসৰি, এগৰাকী ৪ টা সন্তানৰ মাতৃয়ে ২০ বছৰীয়া যুৱকলৈ পলাই যোৱা কাৰ্যই সামাজিক মাধ্যমৰ লগতে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া আৰু চৰ্চাৰ সৃষ্টি কৰিছে।

এই ঘটনা নগাঁও জিলাৰ জুৰীয়াৰ পূৱ মুকুন্দআটিৰ। চাৰি সন্তানৰ মাতৃ ৰশিদা খাতুনে স্বামী-সন্তানক এৰি পূৱ মুকুন্দআটিৰ যুৱক আব্দুল মজিদক প্ৰেমৰ জালত পেলাই পলায়ন কৰে। প্ৰায় ২০ দিন ধৰি আব্দুল মজিদৰ সৈতে আত্মগোপন কৰি আছে ৰশিদা খাতুন নামৰ ৪০ বছৰীয়া মহিলাৰগৰাকী। ইফালে পত্নী পলাই যোৱাৰ পিছতে শোকে খুন্দা মাৰি ধৰিছে স্বামীৰ হৃদয়ত, পত্নীক বিচাৰি হাবাথুৰি খাই ফুৰিছে স্বামীয়ে। আনফালে ২০ বছৰীয়া যুৱক আব্দুল মজিদৰ পৰিয়ালেও চৌদিশে বিচাৰি ফুৰিছে তেওঁলোকৰ পুত্ৰক।

উল্লেখ্য যে, এই ঘটনা সন্দৰ্ভত জুৰীয়া দগাঁও আৰক্ষী চকীত লিখিত ভাবে এজাহাৰ দিছে পৰিয়ালৰ লোকে। কেৱল সেয়াই নহয়, পৰিয়ালৰ লোকে আব্দুল মজিদ আৰু ৰশিদা বেগমৰ সন্ধান দিওঁতাক নগদ পাঁচ হাজাৰ টকা দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা
বিনোদন

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

October 10, 2026
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম
বিনোদন

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

October 10, 2026
Next Post
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.