• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ দুৱাৰ মুখ মোদী-শ্বাহৰ ৰাজ্য গুজৰাট!

আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ দুৱাৰ মুখ মোদী-শ্বাহৰ ৰাজ্য গুজৰাট!

4 years ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

19 minutes ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

54 minutes ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

1 hour ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

2 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

2 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

4 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

4 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

5 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

6 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

6 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ দুৱাৰ মুখ মোদী-শ্বাহৰ ৰাজ্য গুজৰাট!

editor by editor
May 28, 2022
in অপৰাধ, বিশ্ব, ভাৰত
0
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ দুৱাৰ মুখ মোদী-শ্বাহৰ ৰাজ্য গুজৰাট!
0
SHARES
78
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ দুৱাৰ মুখ হৈছে পৰিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাট? পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ পিছতে এই প্ৰশ্নৰ উত্থাপন হৈছে৷

যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱাই গুজৰাটৰ মুন্দ্ৰা বন্দৰৰ সমীপৰ পৰা পুনৰ প্ৰায় ৫০০ কোটি মূল্যৰ ড্ৰাগছ জব্দ কৰে৷

গোপন সূত্ৰ তথ্যৰ ভিত্তিত ডিআৰআই বিষয়াৰ দলে ইৰাণৰ পৰা ডুবাই হৈ মুন্দ্ৰা বন্দৰলৈ অহা এটা কন্টেইনাৰ জব্দ কৰি ৫৬ কিলোগ্ৰাম কোকেইন জব্দ কৰে৷

লগতে পঢ়ক ফেচবুকত বিশেষ পৰিৱৰ্তন! কি কি পৰিৱৰ্তন হ’ল জানিবলৈ চাওক…

বিভাগে ড্ৰাগছখিনিৰ মূল্য কিমান হ’ব সেয়া প্ৰকাশ নকৰিলেও অন্তঃৰাষ্ট্ৰীয় বজাৰত এক কিলোগ্ৰাম ড্ৰাগছৰ মূল্য ১০ কোটি টকালৈ চাই জব্দকৃত ড্ৰাগছখিনিৰ মূল্য ৫০০ কোটিৰো অধিক হ’ব বুলি ধাৰণা কৰা হৈছে৷

যোৱা মাহত ডিআৰআইয়ে গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী স্কোয়াড (এটিএছ)ৰ সৈতে যৌথ অভিযানত কুচ্চ জিলাৰ কাণ্ডলা বন্দৰৰ ওচৰৰ এটা কণ্টেইনাৰ ষ্টেচনত অভিযান চলাই ১৩০০ কোটি মূল্যৰ প্ৰায় ২৬০ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰিছিল।

ইয়াৰ পিছতে এটিএছ আৰু ডিআৰআইয়ে সৌৰাষ্ট্ৰ অঞ্চলৰ আন এটা বন্দৰত এখন জাহাজ কণ্টেইনাৰৰ পৰা ৪৫০ কোটি  মূল্যৰ প্ৰায় ৯০ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰে।

লগতে পঢ়ক দুৰ্নীতিত লুতুৰি-পুতুৰি! ১০ বছৰৰ পিছত পুনৰ ৪ বছৰৰ কাৰাদণ্ড প্ৰাক্তন মুখ্যমন্ত্ৰীক

ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত আদানী গোটৰ দ্বাৰা পৰিচালিত মুন্দ্ৰা বন্দৰৰ পৰা ৩০০০ কেজি ড্ৰাগছ জব্দ কৰা হৈছিল। আদানীৰ মুন্দ্ৰা বন্দৰত ২০২১ চনৰ ছেপ্টেম্বৰ মাহত জব্দ কৰা সেই বৃহৎ হেৰ’ইনখিনি আফগানিস্তানৰ ভাৰতলৈ সাগৰীয় পথেৰে সৰবৰাহ কৰা হৈছিল।

আফগানিস্তানৰ পৰা ভাৰতলৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহৰ সৈতে সন্ত্ৰাসবাদী সম্পৰ্ক থকাৰ আশংকা কৰি তদন্তৰ বাবে এই গোচৰটো NIA হাতত অৰ্পণ কৰা হৈছিল। NIAএ এই গোচৰৰ তদন্ত কৰি আছে আৰু মুন্দ্ৰা বন্দৰত ডেলিভাৰী কৰা ড্ৰাগছ নিষিদ্ধকৰণৰ সৈতে জড়িত কেইবাজনো আফগান নাগৰিকক গ্ৰেপ্তাৰো কৰিছে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত বাৰে বাৰে এইদৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ ঘটনাই গুজৰাট আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ মূল ঘাটি তথা দুৱাৰমুখ হৈ পৰিছে নেকি? এই প্ৰশ্নই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDrug SmugglinggujratHome Minister Amit ShahMP Modimundra port
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ
অসম

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
Next Post
সাৱধান! কেব ড্ৰাইভাৰৰ কিশোৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ আৰক্ষীৰ

সাৱধান! কেব ড্ৰাইভাৰৰ কিশোৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ আৰক্ষীৰ

মুখ্যমন্ত্ৰী মানৰ পুনৰ চমক! ৪২৪ ভিআইপিৰ নিৰাপত্তাৰক্ষী তাৎক্ষণিকভাৱে কৰ্তন

মুখ্যমন্ত্ৰী মানৰ পুনৰ চমক! ৪২৪ ভিআইপিৰ নিৰাপত্তাৰক্ষী তাৎক্ষণিকভাৱে কৰ্তন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.