• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰিয়ানৰ বিৰুদ্ধে ভুৱা গোচৰ! : সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

আৰিয়ানৰ বিৰুদ্ধে ভুৱা গোচৰ! : সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

4 years ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

13 minutes ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

38 minutes ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

1 hour ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

4 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

4 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

5 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

6 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

6 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

8 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

আৰিয়ানৰ বিৰুদ্ধে ভুৱা গোচৰ! : সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

editor by editor
May 28, 2022
in ভাৰত, ৰাজনীতি
0
আৰিয়ানৰ বিৰুদ্ধে ভুৱা গোচৰ! : সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
0
SHARES
112
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় ড্ৰাগছ কণ্ট্ৰল এজেন্সীৰ চকুত এতিয়া নিৰ্দোষী আৰিয়ান খান। বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নগ’ল। চাৰ্জ শ্বীট জমা দিয়াৰ লগে লগে NCBৰ প্ৰাক্তন বিষয়া সমীৰ ৱাংখেড়েৰ ষড়যন্ত্ৰ ফাদিল হৈ পৰিল বুলি এতিয়া চৰ্চা লাভ কৰিছে।

ইয়াৰ পিছতে চৰকাৰে এনচিবিৰ প্ৰাক্তন বিষয়া সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

যোৱা বৰ্ষৰ ২ অক্টোবৰত সমীৰে মুম্বাইৰ উপকূলৰ ওচৰত থকা প্লেজাৰ ব’ট কৰ্ডেলিয়াত এনচিবিৰ অভিযানৰ নেতৃত্ব দিছিল। তাৰ পিছত ড্ৰাগছৰ অভিযোগত আৰিয়ান খান আৰু তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰ কৰা হয়। প্ৰায় এমাহ কাৰাগাৰত কটোৱাৰ পিছত শ্বাহৰুখ খানৰ পুত্ৰক জামিনত মুকলি কৰি দিয়া হয়।

লগতে পঢ়ক দুৰ্নীতিত লুতুৰি-পুতুৰি! ১০ বছৰৰ পিছত পুনৰ ৪ বছৰৰ কাৰাদণ্ড প্ৰাক্তন মুখ্যমন্ত্ৰীক

ইয়াৰ পিছতো তেওঁ এনচিবিৰ কাৰ্যালয়ত নিয়মীয়াকৈ জেৰাৰ বাবে হাজিৰ হ’বলগীয়া হৈছিল আৰিয়ান খান। শুকুৰবাৰে দাখিল কৰা এক চাৰ্জশ্বীটত এনচিবিয়ে কয় যে আৰিয়ান খান নিৰ্দোষী।

মুম্বাইৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ইয়াৰ পিছতে গৃহ মন্ত্ৰণালয়ে বিত্ত মন্ত্ৰালয়লৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। শ্বাহৰুখ আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে ভুৱা অভিযোগৰ তদন্ত চলোৱাৰ বাবে সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

প্ৰথম অৱস্থাত ড্ৰাগছ গোচৰৰ জেৰাকে ধৰি তদন্তৰ দায়িত্বত আছিল এনচিবিৰ মুম্বাই শাখাই আৰু ইয়াক সমীৰ ৱাংখেড়েই নেতৃত্বত দিছিল। পৰৱৰ্তী সময়ত তদন্তক লৈ বহু প্ৰশ্ন উত্থাপন হোৱাত তদন্তৰ দায়িত্ব কেন্দ্ৰীয়ভাৱে নিযুক্ত বিশেষ তদন্তকাৰী দল (এছআইটি)ৰ হাতত দিয়া হয়।

লগতে পঢ়ক লাডাখত সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত : শ্বিয়ক নৈত পৰি মৃত্যু ৭ জোৱানৰ

ভুৱা তদন্ত আৰু তদন্তক প্ৰভাৱিত কৰাকে ধৰি একাধিক অভিযোগত সমীৰে পদত্যাগ কৰিবলগীয়া হৈছিল। এইবাৰ চাৰ্জশ্বীটত আৰিয়ান খানক দোষমুক্ত কৰাৰ পিছত শাস্তিৰ সন্মুখীন হৈছে প্ৰাক্তন এনচিবিৰ বিষয়াগৰাকী।

ইফালে সমীৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ অভিযোগ উঠিছিল৷ মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে প্ৰথমে সেয়া এক ষড়যন্ত্ৰ বুলি দাবী কৰাৰ পিছতে এগৰাকী সাক্ষীয়েও অন্য এক বিস্ফোৰণ ঘটাইছিল৷ য’ত কোৱা হৈছিল যে সমীৰ ৱাংখেড়েৰ কাৰণে কেবা কোটি টকাৰ মেনেজ কৰাৰ বাবে শ্বাহৰুখ খানৰ মেনেজাৰৰ সৈতে কথা পাতিবলৈ কোৱা হৈছিল৷

অৱশ্যে কিছুদিন পূৰ্বে এই অভিযোগ কৰা সাক্ষীগৰাকীৰ ৰহস্যজনকভাৱে মৃত্যু হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aryan Khan drugs caseasom live 24assam ka tazza khabarAssam live 24 asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamsameer wankhede
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone
বিশ্ব

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

October 16, 2026
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

October 16, 2026
Next Post
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ দুৱাৰ মুখ মোদী-শ্বাহৰ ৰাজ্য গুজৰাট!

আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ দুৱাৰ মুখ মোদী-শ্বাহৰ ৰাজ্য গুজৰাট!

সাৱধান! কেব ড্ৰাইভাৰৰ কিশোৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ আৰক্ষীৰ

সাৱধান! কেব ড্ৰাইভাৰৰ কিশোৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.