• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিবছৰে দুৰ্ঘটনাই যেন ৰীতি, ১০০০ ৰ ওপৰত শেষ হ’ল জীৱন, নেপালৰ বিমান দুৰ্ঘটনাৰ আঁৰত এইকেইটা কাৰণ

প্ৰতিবছৰে দুৰ্ঘটনাই যেন ৰীতি, ১০০০ ৰ ওপৰত শেষ হ’ল জীৱন, নেপালৰ বিমান দুৰ্ঘটনাৰ আঁৰত এইকেইটা কাৰণ

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতিবছৰে দুৰ্ঘটনাই যেন ৰীতি, ১০০০ ৰ ওপৰত শেষ হ’ল জীৱন, নেপালৰ বিমান দুৰ্ঘটনাৰ আঁৰত এইকেইটা কাৰণ

প্ৰতিবছৰে দুৰ্ঘটনাই যেন ৰীতি, ১০০০ ৰ ওপৰত শেষ হ’ল জীৱন, নেপালৰ বিমান দুৰ্ঘটনাৰ আঁৰত এইকেইটা কাৰণ

editor by editor
July 24, 2024 - Updated on July 25, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
প্ৰতিবছৰে দুৰ্ঘটনাই যেন ৰীতি, ১০০০ ৰ ওপৰত শেষ হ’ল জীৱন, নেপালৰ বিমান দুৰ্ঘটনাৰ আঁৰত এইকেইটা কাৰণ
0
SHARES
523
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাৰে বাৰে নেপাল৷ মৃত্যু হাজাৰৰ ওচৰত৷ আকাশপথেৰে বিশ্বৰ ভিতৰত অন্যতম কণ্টকময় যাত্ৰাপথ হিচাপে ধৰা হয় নেপালৰ আকাশীপথক৷ পাহাৰে ঘেৰি থকা আকাশৰ মাজেৰে বিমানৰ চলাচল খুবেই ভয়ংকৰ৷ সেয়ে নেপালত ঘটিয়েই থাকে বিমান দুৰ্ঘটনা৷ ১৯৬২ চনৰ পৰা ২০২৪ চনলকৈ মুঠ ৭৩খন বিমান দুৰ্ঘটনা ঘটিছে নেপালত৷ মৃত্যু হৈছে ৯৫০ জনতকৈয়ো বেছি মানুহৰ৷ এইসমূহ দুৰ্ঘটনাৰ বেছিভাগেই নেপালৰ দেশীয় বিমানসংস্থাৰ বিমান৷ একেই বিমানসংস্থাৰ বিমান বাৰে বাৰে ভাঙি পৰিছে যদিও সেই দেশৰ চৰকাৰে তেনে কোনো উদ্যোগ গ্ৰহণ নকৰাক লৈ উঠিছে অভিযোগ৷

১৯৯১ চনৰ পাছত নেপালত বেচৰকাৰী উৰণ সংস্থা আৰম্ভ হৈছে৷ নেপালৰ পৰ্যটন আৰু যাতায়াতৰ উন্নতিও হয় তেতিয়াৰে পৰা৷ কিন্তু দুৰ্ঘটনা নকমিল৷ এইসমূহ বিমান দুৰ্ঘটনাৰ কাৰণ হিচাপে নিৰাপত্তাৰ গাফিলতিকেই দায়ী কৰে বিশ্বৰ বেছিভাগ সংস্থাই৷ ইয়াৰোপৰি চালকৰ অভিজ্ঞতাৰ অভাৱ আৰু বিমানৰ ৰক্ষণাবেক্ষণৰ অভাৱকো দায়ী কৰা হয়৷

বেচৰকাৰী বিমান সংস্থাসমূহ বহু পুৰণি৷ অন্য দেশে বাতিল কৰি দিয়া বিমান ক্ৰয় কৰি আনি তাত সেই বিমান চলোৱা বুলিও পূৰ্বেই অভিযোগ উঠিছে নেপালৰ বিমান সংস্থাসমূহৰ বিৰুদ্ধে৷ ইয়াৰোপৰি দুৰ্ঘটনাৰ পাছত সঠিকভাৱে তদন্তও নহয় বুলি অভিযোগ উঠি আহিছে৷ তদন্ত চলিলেও গাফিলতি পালে দোষীৰ বিৰুদ্ধে কোনো কঠোৰ শাস্তি দিয়া নহয় বুলিও আছে অভিযোগ৷

তদন্ত কৰি কাৰো গাফিলতি পালে দোষীসকলক কাঢ়া শাস্তি দিয়া নহয় বুলিও আছে অভিযোগ৷ ইয়াৰ জোৰতেই ২০১৩ চনৰ ডিচেম্বৰত ইউৰোপিয়াল ইউনিয়নে নেপালৰ সকলো বিমান সংস্থাকেই বেন কৰিছিল৷ তাৰপাছতো কিন্তু পৰিস্থিতি সলনি নহ’ল৷ জীৱনৰ ৰিক্স লৈয়েই চলি থাকিল বিমানযাত্ৰা৷

২৫ মে, ২০০৪ চন- ইয়েটি এয়াৰলাইন্সৰ বিমান ভাঙি পৰিছিল লুকলাৰ ওচৰত৷ ৩ জনৰ মৃত্যু হৈছিল এই ঘটনাত৷

২১ জুন, ২০০৬- ধনক্ষেতত ভাঙি পৰিছিল ইয়েটি এয়াৰলাইন্সৰ আন এখন বিমান৷ সেই দুৰ্ঘটনাত ৬ জনৰ মৃত্যু হয়৷

৮ অক্টোবৰ ২০০৮- ইয়েটি এয়াৰলাইন্সেৰ বিমান লুকলা বিমানবন্দৰ নামৰ পাছতেই দুৰ্ঘটনাৰ মুখত পৰে৷ ১৮ জনৰ মৃত্যু হয়৷

১৫ ডিচেম্বৰ ২০১০- তাৰা এয়াৰলাইন্সৰ এখন বিমান, যি ইয়েটি এয়াৰলাইল্সৰেই এক সংস্থা, নেপালৰ লামিদান্দা বিমানবন্দৰৰ পৰা টেক অফৰ পাছতেই ১৯জন যাত্ৰীসহিতে ভাঙি পৰিছিল এই বিমান৷

২৫ ছেপ্টেম্বৰ ২০১১- নেপালৰ বুদ্ধ এয়াৰলাইন্স ত্ৰিভুৱন বিমানবন্দৰত নমাৰ পূৰ্বেই ক্ৰেছ কৰে৷ ১৯গৰাকী যাত্ৰীৰ মৃত্যু হৈছিল এই দুৰ্ঘটনাত৷

২৪ফেব্ৰুৱাৰী ২০১৬- নেপালৰ তাৰা এয়াৰলাইন্সৰ বিমান ৰেডাৰৰ পৰাই নিখোঁজ হৈ যায়৷ তাৰপিছতেই নিৰ্জন পাহাৰত উদ্ধাৰ হয় ধ্বংসাৱশেষ৷ বিমানত আছিল ২৩গৰাকী যাত্ৰী৷

২৬ ফেব্ৰুৱাৰী ২০১৬- এখন সৰু বিমান ভাঙি পৰিছিল৷ দুৰ্ঘটনাত মৃত্যু হয় ২গৰাকী লোকৰ৷

২০১৪ৰ নেপাল এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাত ১৮ জনৰ মৃত্যু হয়৷

১২ মাৰ্চ, ২০১৮- কাঠমাণ্ডুৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় ৩৮জনতকৈ বেছি লোকৰ৷

২৯মে, ২০২২- তাৰা এয়াৰলাইন্স পোখৰা বিমানবন্দৰৰ পৰা টেক অফৰ পাছতেই ২২ জন যাত্ৰী লৈ ভাঙি পৰে বিমানখন৷

১৫ জানুৱাৰী ২০২৩- ইয়েটি এয়াৰলাইন্সৰ বিমান ৬৮জন যাত্ৰী সহিতে কাঠমাণ্ডুত ভাঙি পৰে৷

২৪ জুলাই ২০২৪- শৌৰ্য্য এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাৰ মুখত পৰে৷ এই দুৰ্ঘটনাত ৩৮গৰাকী লোকৰ মৃত্যু হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
পানীত ভয়, পানীতেই জয়… অলিম্পিক পদকৰ সপোনেৰে পেৰিছলৈ উৰা মাৰিলে দেশৰ কনিষ্ঠ সাঁতোৰবিদ ধিনিদি দেশিংহু

পানীত ভয়, পানীতেই জয়... অলিম্পিক পদকৰ সপোনেৰে পেৰিছলৈ উৰা মাৰিলে দেশৰ কনিষ্ঠ সাঁতোৰবিদ ধিনিদি দেশিংহু

সমুদ্ৰৰ অটলতলিত ৰহস্যময় ‘ডাৰ্ক অক্সিজেন’ হতবাক বিজ্ঞানী, সলনি হ’ব বিজ্ঞানৰ সংজ্ঞা?

সমুদ্ৰৰ অটলতলিত ৰহস্যময় ‘ডাৰ্ক অক্সিজেন’ হতবাক বিজ্ঞানী, সলনি হ’ব বিজ্ঞানৰ সংজ্ঞা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.