• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

1 hour ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

1 minute ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

13 minutes ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

30 minutes ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

58 minutes ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

10 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

11 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

12 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

13 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

14 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

15 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

editor by editor
March 28, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিক গ্ৰেপ্তাৰ কৰাৰ খবৰ ভাইৰেল হৈ পৰিছে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত৷ শনিবাৰে পুৱাই নিজ বাসগৃহৰ পৰা তেওঁক লৈ গৈছে আৰক্ষীয়ে৷ ইয়াৰোপৰি নেপালৰ প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখককো গ্ৰেপ্তাৰ কৰা হৈছে৷ শুকুৰবাৰে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে বলেন্দ্ৰ শ্বাহে৷ শপতগ্ৰহণৰ ২৪ ঘণ্টা পাছতেই এক্সন আৰম্ভ বলেন্দ্ৰ শ্বাহৰ নেতৃত্বাধীন চৰকাৰৰ৷ বিগত বছৰৰ জেন জি বিক্ষোভত জড়িত থকাৰ অভিযোগত অলি আৰু তেওঁৰ মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী ৰমেশ লেখকক গ্ৰেপ্তাৰ কৰা হৈছে৷

বিগত বৰ্ষত তৰুণ প্ৰজন্ম অৰ্থাৎ জেন জি বিক্ষোভৰ বাবে নেপালত পতন হৈছিল অলিৰ চৰকাৰ৷ তাৰপিছতেই ৫ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হয়৷ ১৬৫ আসনৰ ভিতৰত ১২৫ খন আসনত একক সংখ্যাগৰিষ্ঠতা পাইছে বলেন্দ্ৰৰ দল ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে৷ তেওঁ শুকুৰবাৰে নেপালৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছে৷ ভাৰতৰ পৰাও তেওঁক শুভেচ্ছা জনোৱা হৈছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেও বলেন্দ্ৰক অভিনন্দন জনাইছে৷

শনিবাৰে পুৱা ভক্তপুৰৰ গুণ্ডুৰৰ নিজা বাসগৃহৰ পৰা অলিক গ্ৰেপ্তাৰ কৰিছে নেপাল আৰক্ষীয়ে৷ কাঠমাণ্ডু ভেলি আৰক্ষীৰ মুখপাত্ৰ ওম অধিকাৰীয়ে সংবাদ সংস্থা এ এফ পিকেৰ তথ্য অনুসৰি, তেওঁলোকক পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছে৷ আইন অনুসৰি পৰবৰ্তী পদক্ষেপ গ্ৰহণ কৰা হব৷’

ইফালে ক্ষমতালৈ আহিয়েই পূৰ্বতন চৰকাৰ প্ৰধানক গ্ৰেপ্তাৰ কৰা বলেন্দ্ৰৰ এই পদক্ষেপক কে পি অলিয়ে প্ৰতিহিংসা বুলি দাবী কৰিছে৷ তেওঁ নিজৰ ভাষ্যত জনাইছে যে এই গ্ৰেপ্তাৰী প্ৰতিহিংসামূলক৷ আইনী পথেৰে ইয়াৰ বিৰুদ্ধে তেওঁৱো যুঁজ চলাই যাব৷

নেপালৰ বৰ্তমান চৰকাৰে এই কাৰ্যক প্ৰতিহিংসা বুলি মানি লোৱা নাই৷ বৰ্তমানৰ গৃহমন্ত্ৰী সুদান গুৰুঙে ইয়াক প্ৰতিশ্ৰুতি পালন হিচাপে বাখ্যা কৰিছে৷ সামাজিক মাধ্যমত তেওঁ লিখিছে, ‘আমি প্ৰাক্তন প্ৰধানমন্ত্ৰী অলি আৰু বিদায়ী গৃহমন্ত্ৰী ৰমেশক নিয়ন্ত্ৰণলৈ আনিছো৷ এয়া কাৰো বিৰুদ্ধে প্ৰতিশোধ নহয়৷ ই কেৱল এক ন্যায়বিচাৰৰ সূচনা৷ মই ধাৰণা কৰো এইবাৰ আমাৰ দেশে নতুন দিশা পাব৷’

উল্লেখ কৰা প্ৰয়োজন যে বিগত বছৰত জেন জি আন্দোলনত প্ৰাণ হেৰুৱাইছিল ৭০জনতকৈয়ো বেছি লোকে৷ তাৰ মাজত ১৯ জনেই তৰুণ আছিল৷ প্ৰাথমিকভাৱে সামাজিকমাধ্যমৰ ওপৰত নিষেধাজ্ঞাৰ বিৰুদ্ধে বিক্ষোভ আৰম্ভ হলেও কিছুদিনৰ ভিতৰত সেয়া দেশৰ ক্ৰমবৰ্ধমান দুৰ্নীতিৰ বিৰুদ্ধে স্বতঃস্ফূত আন্দোলনৰ ৰূপ লয়৷ অলিৰ পদত্যাগৰ দাবীত ৰাস্তাত নামিছিল তৰুণ প্ৰজন্ম৷ তাৰ পিছতে বিস্তৰ হিংসাও বিয়পি পৰিছিল৷ অলিয়ে ইস্তাফা দিবলৈ বাধ্য হৈছিল৷ তাৰপাছৰে পৰা নেপালৰ প্ৰথম মহিলা প্ৰধান ন্যায়াধীশ সুশীলা কাৰ্কিয়ে অন্তৰ্বতী চৰকাৰ পৰিচালনা কৰিছে৷ শুকুৰবাৰে প্ৰেছিডেণ্টৰ ৰামচন্দ্ৰ পৌৰেল আৰু বলেন্দ্ৰক তেঁৱেই শপত বাক্য পাঠ কৰোৱায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?
জীৱনশৈলী

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

March 28, 2026
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা
বাণিজ্য

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

March 28, 2026
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

March 28, 2026
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?
জীৱনশৈলী

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

March 28, 2026
Next Post
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন