• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৰকাৰ নহ’ব স্মাৰ্টফোনৰ, নতুন টেকনলজিৰ সফল প্ৰয়োগ, মোবাইলৰ বিকল্প নিউৰলিংক কি? জানি থওক সবিশেষ

দৰকাৰ নহ’ব স্মাৰ্টফোনৰ, নতুন টেকনলজিৰ সফল প্ৰয়োগ, মোবাইলৰ বিকল্প নিউৰলিংক কি? জানি থওক সবিশেষ

2 years ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

2 minutes ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

37 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

2 hours ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

2 hours ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

3 hours ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

6 hours ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

7 hours ago
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

7 hours ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

7 hours ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

9 hours ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

9 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৰকাৰ নহ’ব স্মাৰ্টফোনৰ, নতুন টেকনলজিৰ সফল প্ৰয়োগ, মোবাইলৰ বিকল্প নিউৰলিংক কি? জানি থওক সবিশেষ

দৰকাৰ নহ’ব স্মাৰ্টফোনৰ, নতুন টেকনলজিৰ সফল প্ৰয়োগ, মোবাইলৰ বিকল্প নিউৰলিংক কি? জানি থওক সবিশেষ

editor by editor
June 20, 2024
in জীৱনশৈলী, প্ৰযুক্তি, ভাৰত
0
দৰকাৰ নহ’ব স্মাৰ্টফোনৰ, নতুন টেকনলজিৰ সফল প্ৰয়োগ, মোবাইলৰ বিকল্প নিউৰলিংক কি? জানি থওক সবিশেষ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাতে হাতে মোবাইল ফোন৷ সেই দিন অচিৰেই অতীত হ’ব৷ মোবাইল ফোন মিউজিয়ামত সংৰক্ষিত হ’ব৷ ইয়াৰবাবে দায়ী হ’ব কেৱল এজন ব্যক্তি৷ আৰু সেই ব্যক্তি আন কোনো নহয় তেওঁ হৈছে এলন মাস্ক৷ টেছলাৰ চিইঅ’ মাস্কে নতুন প্ৰযুক্তি অনাৰ চিন্তা চৰ্চা কৰিছে৷ যি প্ৰযুক্তিয়ে এই পৃথিৱীৰ পৰা বিদায় দিব স্মাৰ্টফোনক৷ আপুনি মই তেতিয়া মোবাইলৰ সলনি সেই প্ৰযুক্তিৰ পাছতহে দৌৰাৰ চিন্তা কৰিম৷ এই দিন নিচেই সমাগত৷

এই বিশেষ প্ৰযুক্তিৰ উৰালিংক চিপ, যি ইতিমধ্যে সফলভাৱে মানুহৰ মস্তিষ্কত বহোওৱা হৈছে৷ এই প্ৰযুক্তিক লৈ এক্স প্লেটফৰ্মত বিশেষ পোষ্ট কৰিছে এলন মাস্কে৷ তেওঁৰ চিন্তাধাৰাৰ সৈতে সংপৃক্ত হৈ পৰিব এই নিউৰালিংক৷ নিউৰালিংক ইণ্টাৰফেছ যদি চিপ হিচাপে মানুহৰ মস্তিষ্কত বহুওৱা হয় তেন্তে কেনে হ’ব সেই মগজুৰ কামকাজ? এই চিপ বহুওৱা লোকে কিয় স্মাৰ্টফোন ব্যৱহাৰ নকৰিব? মস্তিষ্কই কেনেকৈ ফোনৰ কাম কৰিব?

এলনৰ এই নতুন প্ৰযুক্তি প্ৰকৃততে কি?

নিউৰলিংৰক কোম্পানীৰ চিইঅ’ হৈছে এলন মাস্ক৷ এই কোম্পানীয়ে ব্ৰেইন চিপ প্ৰযুক্তিৰ ওপৰত কাম কৰা আৰম্ভ কৰিছে৷ বিগত সময়সমূহত ফিকছন ছবিসমূহত দেখুওৱামতে এইবাৰ বাস্তৱত কৰিবলৈ আগবাঢ়িছে মাস্ক৷ ইতিমধ্যে এটি সফল ট্ৰান্সপ্লেণ্টো কৰিছে নিউৰলিংকে৷ এক্স প্লেটফৰ্মত নিজৰ এটা এআই জেনেৰেটেড ছবি পোষ্ট কৰিছে মাস্কে৷

ছবিৰ পৰাই বুজা যায় যে ফোনৰ দৰে মস্তিষ্কৰ পৰা নিয়ন্ত্ৰণ হ’ব সকলোবোৰ৷ এই পোষ্টত তেওঁ নিউৰলিংক ইণ্টাৰফেচৰ কথা কৈছে৷  অৰ্থাৎ আগন্তুক দিনত এই সংক্ৰান্তিয় কিছু কাম কৰাৰ পৰিকল্পনা কৰিছে মাস্কে৷ তেওঁ পোষ্টত লগতে লিখিছে, ‘ইউজাৰে এতিয়াৰ পৰা ভাৱনাৰেই স্মাৰ্টফোন নিয়ন্ত্ৰণ কৰিব পাৰিব৷ ভৱিষ্যতে আৰু ফোনৰো দৰকাৰ নপৰিব৷ আপুনি কেৱল নিউৰলিংকেৰেই সকলোবোৰ কাম আগবঢ়াই নিব পাৰিব৷’

নিউৰলিংক প্ৰযুক্তি কি?

নিউৰলিংক হ’ল এনে এক ৰবটিক প্ৰযুক্তি যি আপোনাৰ মস্তিষ্কৰ সৈতে যুক্ত হ’ব৷ যিহেতু এয়া এটা চিপ, সেয়ে ভাৱনাৰেই স্মাৰ্টফোন, টেব আৰু কম্পিউটাৰো ভাৱনাৰেই নিয়ন্ত্ৰণ কৰিব পাৰিব৷ সম্পূৰ্ণ ৱাৰলেছ উপায়েৰে ডাটা সৰবৰাহ কৰিব পাৰিব৷ ঠিক যেনেকৈ ৱাৰলেছ ইয়াৰফোনত গান শুনিব পাৰি৷ ভৱিষ্যতে এনে এক ডিভাইছেই মস্তিষ্কত ইনষ্টল কৰিব পৰা যাব৷ যিয়ে পৃথিৱীৰ পৰা মোবাইল ফোনৰ অস্তিত্ব শেষ কৰিব৷ এলন মাস্কৰ এই চিন্তাক বহুতে উপলুঙা কৰিছে যদিও মাস্কৰ দাবী অচিৰেই এয়া সঁচা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

September 11, 2026
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!
ভাৰত

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

September 11, 2026
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী
জীৱনশৈলী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

September 11, 2026
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা
অসম

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

September 11, 2026
Next Post
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ সমগ্ৰ বিশ্বৰ ১৭৭খন দেশে পালন কৰিলে যোগ দিৱস 

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ সমগ্ৰ বিশ্বৰ ১৭৭খন দেশে পালন কৰিলে যোগ দিৱস 

হঠাতে আহি পৰিল বাধা, উচ্চ ন্যায়ালয়ে জামিন বাতিল কৰিলে কেজৰিৱালৰ

হঠাতে আহি পৰিল বাধা, উচ্চ ন্যায়ালয়ে জামিন বাতিল কৰিলে কেজৰিৱালৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.