• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি হয়তো দেখা পাব পাৰে সৰ্বকালৰ সৰ্বকনিষ্ঠ আই পি এল খেলুৱৈ বৈভৱক

আজি হয়তো দেখা পাব পাৰে সৰ্বকালৰ সৰ্বকনিষ্ঠ আই পি এল খেলুৱৈ বৈভৱক

12 months ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

45 minutes ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

2 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

2 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

3 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

3 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

4 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

5 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

5 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

6 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

6 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

16 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজি হয়তো দেখা পাব পাৰে সৰ্বকালৰ সৰ্বকনিষ্ঠ আই পি এল খেলুৱৈ বৈভৱক

editor by editor
March 23, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আজি হয়তো দেখা পাব পাৰে সৰ্বকালৰ সৰ্বকনিষ্ঠ আই পি এল খেলুৱৈ বৈভৱক
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি হয়তো দেখা পাব পাৰে সৰ্বকালৰ সৰ্বকনিষ্ঠ আই পি এল খেলুৱৈ বৈভৱক

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা ৰাজস্থান ৰয়েলছৰ সবাতোকৈ কনিষ্ঠ প্ৰতিভা বৈভৱ সূৰ্য্যবংশী আলোচনাৰ বিষয় হৈ আছে। ২০২৪ত জেদ্দাত অনুষ্ঠিত নিলামত আৰ আৰ এ ১.১০ কোটি টকাত ক্ৰয় কৰি চুক্তি লাভ কৰা ১৩ বছৰীয়া সূৰ্যবংশী আই পি এলৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।

২০২৪ চনত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ উজ্জল প্ৰদৰ্শনেৰে নিজৰ নাম উজলাইছিল। সেই বৈভৱে এতিয়া ২০২৫ৰ আই পি এল দলৰ সদস্য। ৰাজস্থান দলৰ সদস্য বৈভৱ।

বিহাৰৰ হৈ খেলি বৈভৱে ২০২৪–২৫ চনৰ বিজয় হাজাৰে ট্ৰফীত বৰোদাৰ বিৰুদ্ধে ৪২টা বলত ৭১ ৰান সংগ্ৰহ কৰি অৰ্ধশতক অৰ্জন কৰাৰ সৰ্বকনিষ্ঠ ভাৰতীয় হোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।

চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫৮টা বলত শতক অৰ্জন কৰি ভাৰতৰ আটাইতকৈ কম বয়সীয়া টেষ্ট শতক অৰ্জনকাৰী হিচাপেও পৰিগণিত হৈছিল বৈভৱ। ইয়াৰ উপৰিও ভাৰতক এ চি চি অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ফাইনেললৈ লৈ যোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বৈভৱে।

সেই বৈভৱকে আজি ২৩ মাৰ্চ তাৰিখে খেলপথাৰত দেখা পোৱা যাব পাৰে। সঞ্জুৰ অনুপস্থিতিত ৰিয়ানৰ অধিনায়কত্বত বৈভৱে আজি ছানৰাইজাৰ্চ হাইদৰাবাদৰ বিৰুদ্ধে ৰাজস্থান দলৰ প্লেইং ১১ৰ অংশ হব পাৰে।

ৰাজস্থান ৰয়েলছৰ আজিৰ সাম্ভাৱ্য দল- যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশী, নীতিশ ৰানা, ৰিয়ান পৰাগ (অধিনায়ক), শিমৰন হেটমাইৰ, ধ্ৰুৱ জুৰেল, শুভম ডুবে, ৱানন্দু হাছাৰংগা, জোফ্ৰা আৰ্চাৰ, মহেশ তীক্ষ্ণ, সন্দীপ শৰ্মা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baibhab SuryabanshiIPL 2025Rajastha RoyalsYoungest Player
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
Next Post
গুৰু বৃহস্পতিৰ উদয়ে ৩ ৰাশিৰ বাবে অশুভ হিচাপে দেখা দিব, ভাঙিব সম্পৰ্ক

গুৰু বৃহস্পতিৰ উদয়ে ৩ ৰাশিৰ বাবে অশুভ হিচাপে দেখা দিব, ভাঙিব সম্পৰ্ক

কাবাডী বিশ্বকাপ ২০২৫: ফাইনেলত আজি ভাৰতীয় দল, কেতিয়া আৰম্ভ হ’ব খিতাপৰ যুঁজ

কাবাডী বিশ্বকাপ ২০২৫: ফাইনেলত আজি ভাৰতীয় দল, কেতিয়া আৰম্ভ হ'ব খিতাপৰ যুঁজ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.