• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাবাডী বিশ্বকাপ ২০২৫: ফাইনেলত আজি ভাৰতীয় দল, কেতিয়া আৰম্ভ হ’ব খিতাপৰ যুঁজ

কাবাডী বিশ্বকাপ ২০২৫: ফাইনেলত আজি ভাৰতীয় দল, কেতিয়া আৰম্ভ হ’ব খিতাপৰ যুঁজ

1 year ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

29 minutes ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

1 hour ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

2 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

2 hours ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

20 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

21 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

21 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

22 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

23 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

24 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

1 day ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কাবাডী বিশ্বকাপ ২০২৫: ফাইনেলত আজি ভাৰতীয় দল, কেতিয়া আৰম্ভ হ’ব খিতাপৰ যুঁজ

editor by editor
March 23, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
কাবাডী বিশ্বকাপ ২০২৫: ফাইনেলত আজি ভাৰতীয় দল, কেতিয়া আৰম্ভ হ’ব খিতাপৰ যুঁজ
0
SHARES
273
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাবাডী বিশ্বকাপ ২০২৫: ফাইনেলত আজি ভাৰতীয় দল, কেতিয়া আৰম্ভ হ’ব খিতাপৰ যুঁজ

কাবাডী বিশ্বকাপ ২০২৫ৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ। দুয়ো পুৰুষ – মহিলা দলে আজি খিতাপ দখলৰ উদ্দেশ্যে ফাইনেল খেলত নামিব। দুয়ো দলৰে বিৰোধী ইংলেণ্ড।

ছেমি ফাইনেলত ভাৰতীয় পুৰুষ দলে ৱেলছক ৯৩-৩৭ পইণ্টত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। আনহাতে মহিলা ভাৰতীয় দলে হংকং চাইনাক ৫৩-১৫ পইণ্টত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।

আজি ২৩ মাৰ্চ তাৰিখে ইংলেণ্ডৰ ওলভেৰহেমটন (Wolverhampton)ত অনুষ্ঠিত হব কাবাডিৰ দুয়োখন চূড়ান্ত খেল। ভাৰতীয় সময় অনুসৰি আজি নিশা ১০.১৫ ত প্ৰথমে আৰম্ভ হব পুৰুষ দলৰ খিতাপৰ যুঁজ, তাৰ পাছত ১১.৩০ বজাত আৰম্ভ হব মহিলাৰ খিতাপ যুঁজৰ খেল।

কাবাডী বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ পুৰুষ দলটোৱে স্কটলেণ্ডক ৮৪-৩৬ গ’লত পৰাস্ত কৰে ফাইনেলত প্ৰৱেশ কৰিছিল। আনহাতে মহিলা ইংলেণ্ড দলে ৱেলছক ৭২-২৫ পইণ্টত পৰাস্ত কৰি ফাইলেনৰ পথ প্ৰশস্ত কৰিছিল।

ভাৰতীয় দুয়োটা দলে এই পৰ্যন্ত প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন আগবঢ়াই আছে। আনহাতে ইংলেণ্ড দলেও নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। এনে পৰিস্থিতিত ফাইনেলখন ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Kabaddi teamKabaddi World CupKabaddi World cup 2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী
ভাৰত

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

August 15, 2026
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ
ভাৰত

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

August 15, 2026
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?
ভাৰত

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

August 15, 2026
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?
ভাৰত

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

August 15, 2026
Next Post
এটি ভাইৰেল ঘৰ, দেখিছেনে এনে ঘৰ, বাহিৰে জুপুৰি, ভিতৰি বিলাসিতা

এটি ভাইৰেল ঘৰ, দেখিছেনে এনে ঘৰ, বাহিৰে জুপুৰি, ভিতৰি বিলাসিতা

মীন ৰাশিত একেলগে ৬ গ্ৰহৰ বিশেষ যোগ, ২৯ মাৰ্চৰ পাছত জিলিকি উঠিব এই ৰাশিৰ ভাগ্য

মীন ৰাশিত একেলগে ৬ গ্ৰহৰ বিশেষ যোগ, ২৯ মাৰ্চৰ পাছত জিলিকি উঠিব এই ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.