• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
tumi malala

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসমীয়া ছবি ‘তুমি মালালা’, অংশ্ৰুতা আৰু হৰ্ষিতালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান

5 years ago
‘হত শৈশৱ’

‘হত শৈশৱ’

50 minutes ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

3 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

5 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

5 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

6 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

6 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

7 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

8 hours ago
বৈপৰীত্য

বৈপৰীত্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসমীয়া ছবি ‘তুমি মালালা’, অংশ্ৰুতা আৰু হৰ্ষিতালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান

editor by editor
November 16, 2021
in অসম, গুৱাহাটী, চিনেমা, বিনোদন, বিশ্ব, ভাৰত
0
tumi malala
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কোভিডসৃষ্ট পৰিৱেশৰ মাজতে অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখবৰ কঢ়িয়াই আনিছে ৰূপক গগৈৰ পৰিচালিত আৰু ড০ সঞ্জীৱ নাৰায়ণ প্ৰযোজিত কলাত্মক ছবি ‘তুমি মালালাʼই। চলিত বৰ্ষত আয়োজিত ৭খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত তুমি মালালাই ৫ খন মহোৎসৱত বিজয়ী হয়। ইয়াৰে গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তুমি মালালাই বেষ্ট প্ৰযোজক বঁটা লাভ কৰাৰ উপৰি কাহিনী শিতানতো বঁটা লাভ কৰে। ইপিনে Druk আন্তঃৰাষ্ট্ৰীয় মহোৎসৱতো ছবিখনে ব্যাখ্যামূলক কাহিনীৰ বাবে বিশেষ পাৰদৰ্শিতা বঁটা আজুৰি আনিবলৈ সক্ষম হয়। DIFT,  Caleidoscope Indian film festival of Boston-21 আৰু Indo French International Film festival -21 তো পাৰদৰ্শিতা বঁটা লাভ কৰে তুমি মালালাই। ইপিনে, যোৱা ৯ – ১৪ নৱেম্বৰলৈ ভাৰতত অনুষ্ঠিত হোৱা ১৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চিনহ ইণ্ডিয়া শিশু চলচ্চিত্ৰ মহোৎসৱত ‘তুমি মালালাʼ বিশেষভাবে সমাদৃত হোৱাৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰা দুই কিশোৰীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। ছবিখনত সাৱলীল আৰু সুন্দৰ অভিনয়ৰ বাবে অংশ্ৰুতা কাশ্যপ (মুনমুন) আৰু হৰ্ষিতা ভট্টাচাৰ্যক শ্ৰেষ্ঠ অভিনেত্ৰীৰূপে নিৰ্বাচন কৰে চলচ্চিত্ৰ মহোৎসৰ বিচাৰক মণ্ডলীয়ে। ʼতুমি মালালাʼত অংশ্ৰুতা কাশ্যপে ‘আমিনা’ৰ চৰিত্ৰ আৰু হৰ্ষিতা ভট্টাচাৰ্যই ‘নাডিয়া’ চৰিত্ৰৰ ৰূপায়ণে চিত্ৰপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয়। ছবিখনৰ এনে সাফল্যত সুখী প্ৰযোজক ড০ সঞ্জীৱ নাৰায়ণ, পৰিচালক ৰূপক গগৈৰ লগতে ছবিখনত ওতঃপ্ৰোতভাবে জড়িত প্ৰতিগৰাকী ব্যক্তি। আনপিনে, Eurasia International Monthly Film festival-21 তো বিজয়ী হয় ‘তুমি মালালা’।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24assamese filmaxom live 24Best Assamese News ChannelBest News Portal in Assaminternational film festivaltumi malala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?
বিশ্ব

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

September 27, 2026
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?
অপৰাধ

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

September 27, 2026
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক
অসম

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

September 27, 2026
Next Post
corruption

গছপুলি ৰোপনৰ নামতো ব্যাপক অনিয়ম, ক্ষুব্ধ প্ৰকৃতিপ্ৰেমী

jai bhim

ফোপোলা প্ৰশাসনীয় ব্যৱস্থাৰ সৈতে যুঁজ দিয়া ছবি ‘জয় ভীম’ লৈ প্ৰেৰণ কৰিলে জাননী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.