• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্কেটত নতুন বাবা, নিচা কৰা বদ অভ্যাস এদিনতে দূৰ কৰাৰ গ্যাৰাণ্টি

মাৰ্কেটত নতুন বাবা, নিচা কৰা বদ অভ্যাস এদিনতে দূৰ কৰাৰ গ্যাৰাণ্টি

2 years ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

8 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

21 minutes ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

41 minutes ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

1 hour ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

1 hour ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

4 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

4 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

5 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাৰ্কেটত নতুন বাবা, নিচা কৰা বদ অভ্যাস এদিনতে দূৰ কৰাৰ গ্যাৰাণ্টি

editor by editor
June 28, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
মাৰ্কেটত নতুন বাবা, নিচা কৰা বদ অভ্যাস এদিনতে দূৰ কৰাৰ গ্যাৰাণ্টি
0
SHARES
219
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাৰ্কেটত নতুন বাবা, নিচা কৰা বদ অভ্যাস এদিনতে দূৰ কৰাৰ গ্যাৰাণ্টি

মাৰ্কেটত বহু বাবা আহিল, বহু গ’ল। বহুতেই আচৰিত ধৰণে কৰিলে বহু ধৰণৰ সমস্যাৰ চিকিৎসা। কোনোৱে যদি চুমা খোৱা বাবা, কোনো আকৌ হাতেৰে স্পৰ্শ কৰা বাবা। যি ঠাইত ৰোগ হৈছে সেই ঠাইত হাত দিলেই আঁতৰ হয় ৰোগ।

তেনে ক্ষেত্ৰত ভাৰতত বাবাৰ অভাৱ নাই। কিছুমান বাবাই মিনিটৰ ভিতৰতে ৰোগ নিৰাময় কৰে আনহাতে কিছুমানে আপোনাৰ সন্মুখত বহিলেই আপোনাৰ ইচ্ছা বুজি পোৱা বুলি দাবী কৰে।

তাৰ মাজতে সদ্যহতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী নতুন বাবাৰ। নতুন বাবাই গ্যাৰাণ্টি দিছে, তেঁওৰ ওচৰত সমিধান পাবই। সুৰা পান কৰা যদি বদ অভ্যাস আছে তেন্তে বাবাই এদিনতে দূৰ কৰিব সকলো সমস্যা। বাবাৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত তেওঁ ভক্তক মাৰপিট কৰি তেওঁলোকৰ বেয়া অভ্যাসৰ পৰা মুক্তি পোৱাৰ দাবী উত্থাপন হৈছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত এজন ব্যক্তি বাবাৰ সন্মুখত বহি আছে। ওচৰতে আৰু বহু মানুহ বহি আছে। বাবাই হঠাৎ মানুহজনৰ চুলিত ধৰি মাৰপিট কৰিবলৈ ধৰিলে। বাবাই মানুহজনৰ মুখ আৰু পিঠিত চৰ আৰু থাপৰ দিবলৈ ধৰে।

ভিডিঅ’ টো চাবলৈ তলৰ লিংকটোত ক্লিক কৰক-

https://x.com/BarmerDurg/status/1806271984109817932

ভিডিঅ’টোত দেখা গৈছে যে বাবাই মানুহজনক মাৰপিট কৰি আছে আৰু অন্যমানুহে শান্তিৰে বহি তেওঁক চাই আছে। বাবাই মাজতে কিবা এটা কৈ আছে যদিও মাতটো স্পষ্টকৈ শুনা নাযায়। দাবী কৰা হৈছে যে বাবাই মদৰ আসক্তসকলক চৰ্তসাপেক্ষ চিকিৎসা প্ৰদান কৰে। কোনোবাই তেওঁৰ চিকিৎসা পদ্ধতিৰ ভিডিঅ’ বনাইছিল, যিটো এতিয়া ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বহু প্লেটফৰ্মত ভাইৰেল হৈ আছে আৰু ইয়াত বিভিন্ন ধৰণৰ কমেণ্ট আহি আছে মানুহৰ পৰা। এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে যে বজাৰত নতুন বাবাজী আহিছে।

আন এজনে লিখিছে বাবাই ড্ৰাগছৰ আসক্তিৰ পৰা মুক্তি পোৱাত সহায় কৰে, কিন্তু চিকিৎসাৰ পূৰ্বে বাবাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আকৌ আন এজনে লিখিছে যে বজাৰত এনে বাবাৰ অতি প্ৰয়োজন। আন এজনে লিখিছে যে প্ৰথমবাৰৰ বাবে বাবাক কিছু ভাল কাম কৰা দেখিছো, ইয়াৰ দ্বাৰা সমাজত উন্নতি আহিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveasom live 24Assa live 24assam liveassam live 24 digitalAssam Newsaxom live 24axom live 24 digitalbabasocial mediaViral babaviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

April 11, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

April 11, 2026
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া
জীৱনশৈলী

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

April 11, 2026
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ
বাণিজ্য

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

April 11, 2026
Next Post
ভুলতো এই ৩টা ৰাশিৰ লোকৰ লগত যুঁজি নলব, আজি নাইবা কাইলৈ প্ৰতিশোধ ল’বই

ভুলতো এই ৩টা ৰাশিৰ লোকৰ লগত যুঁজি নলব, আজি নাইবা কাইলৈ প্ৰতিশোধ ল'বই

টুকুৰা টুকুৰাকৈ চন্দ্ৰলৈ যাব চন্দ্ৰযান-৪, কেনেকৈ জোৰা লাগিব এই যান? সবিশেষ জানক

টুকুৰা টুকুৰাকৈ চন্দ্ৰলৈ যাব চন্দ্ৰযান-৪, কেনেকৈ জোৰা লাগিব এই যান? সবিশেষ জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.