• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণ পি/ট/ন, নিৰ্যা*ন, কৰিলেই ভূগিব লাগিব এই শা/স্তি, দেশত লাঘু নতুন ৩ আইন, পেলাই থলে নহ’ব, ৩ বছৰৰ ভিতৰতেই ন্যায় পাব ভুক্তভোগীয়ে

গণ পি/ট/ন, নিৰ্যা*ন, কৰিলেই ভূগিব লাগিব এই শা/স্তি, দেশত লাঘু নতুন ৩ আইন, পেলাই থলে নহ’ব, ৩ বছৰৰ ভিতৰতেই ন্যায় পাব ভুক্তভোগীয়ে

2 years ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

4 minutes ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

28 minutes ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

1 hour ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

1 hour ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

4 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

5 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

7 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

7 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

8 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গণ পি/ট/ন, নিৰ্যা*ন, কৰিলেই ভূগিব লাগিব এই শা/স্তি, দেশত লাঘু নতুন ৩ আইন, পেলাই থলে নহ’ব, ৩ বছৰৰ ভিতৰতেই ন্যায় পাব ভুক্তভোগীয়ে

গণ পি/ট/ন, নিৰ্যা*ন, কৰিলেই ভূগিব লাগিব এই শা/স্তি, দেশত লাঘু নতুন ৩ আইন, পেলাই থলে নহ’ব, ৩ বছৰৰ ভিতৰতেই ন্যায় পাব ভুক্তভোগীয়ে

editor by editor
July 1, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
গণ পি/ট/ন, নিৰ্যা*ন, কৰিলেই ভূগিব লাগিব এই শা/স্তি, দেশত লাঘু নতুন ৩ আইন, পেলাই থলে নহ’ব, ৩ বছৰৰ ভিতৰতেই ন্যায় পাব ভুক্তভোগীয়ে
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিভিন্ন স্থানত মাৰপিট বা গণপিটন, হত্যা আদি নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে৷ দেওবাৰ পৰ্যন্ত এই সকলো ঘটনাত পুলিছি গোচৰ হৈছিল ভাৰতীয় দণ্ডবিধিৰ IPC ৰ ৩০২ ধাৰাত৷ কিন্তু আজিৰে পৰা সেই নিয়ম সলনি হৈছে৷ এতিয়াৰে পৰা এইধৰণৰ গোচৰ হ’ব ভাৰতীয় ন্যায় সংহিতাৰ ১০৩(২) ধাৰাত৷ আকৌ বোৱাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ইমান দিনে IPC ৰ ৪৯৮ ত অভিযোগ নামা ৰুজু কৰা হৈছিল৷ এতিয়াৰে পৰাই বোৱাৰী নিৰ্যাতন, ধৰ্ষণ বা গণধৰ্ষণৰ ক্ষেত্ৰত IPC ৩৭৬ৰ কেইবাটাও ধাৰাত ৰুজু হ’ব গোচৰ৷

দেওবাৰে মাজনিশাৰ পৰা দেশত সলনি হৈছে কেইবাটাও নিয়ম৷ আজিৰ পৰাই দেশজুৰি বলবৎ হ’ল এই তিনিটা ফৌজদাৰী আইন৷ ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম আজিৰে পৰা বিলোপ হ’ল  IPC 1860, CrPC 1973 আৰু Indian Evidence Act, 1872, যদিও এই তিনিখন আইন যাতে আজিয়েই বলবৎ নহয় তাৰ বাবে দেশৰ উচ্চতম ন্যয়ালয়ত তৰা গোচৰ পেণ্ডিং হৈ আছে৷ বিৰোধী জোঁটে এই তিনি আইন বিলুপ্তিক পূৰ্বৰে পৰাই বিৰোধিতা কৰি আছে৷ এই নতুন আইন প্ৰয়োগক হৈ প্ৰতিবাদতো নামিছে অধিবক্তা৷ সকলোবোৰ প্ৰতিবাদ, অনুৰোধৰ আওকান কৰি দেওবাৰে নিশা ১২ বাজি ১ মিনিটৰ পৰা লাঘু কৰা হৈছে এই নতুন আইন৷

নতুন ফৌজদাৰী আইন লাঘু হ’লেও পুৰণি আইনসমূহ একেবাৰে বিলুপ্তি ঘটিব তেনে নহয়৷ কাৰণ দেশৰ বিভিন্ন আদালত আৰু থানাত দেওবাৰ পৰ্যন্ত পেণ্ডিং কেছৰ সংখ্যা প্ৰায় চাৰে চাৰি কোটি৷ এই সকলোবোৰ পেণ্ডিং কেছ কিন্তু পুৰণি আইনৰ অধীনতেই সমাধা হ’ব৷ ফলত আৰক্ষী আৰু অধিবক্তাই নতুন আৰু পুৰণি দুখন আইনতেই মূৰত ৰাখিব লাগিব৷ নতুন আইনক লৈ ইতিমধ্যে আৰক্ষীক ট্ৰেইনিং দি থকা হৈছে৷ নতুন আইন আহিলে যাতে দেশৰ আৰক্ষীসকলৰ অসুবিধা নহয় তাৰবাবে সম্পূৰ্ণৰূপে সাজু কৰি ৰখা হৈছে আৰক্ষীক৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত কয়, ‘১ জুলাইৰ পৰা দেশত সলনি হ’ব স্বাধীনতাৰ ইতিহাস৷ ভাৰতীয় ন্যায়বিচাৰৰ ঐতিহ্যক মূৰত ৰাখি নতুন তিনিখন আইন অনা হৈছে৷ যাৰ সৈতে ঔপনিবেশিক ব্ৰিটিছ শাসনৰ আৰু কোনো সম্পৰ্ক নাথাকিব৷’ তেওঁৰ দাবি যে ইয়াৰ ফলত দেশৰ বিচাৰব্যৱস্থা ‘soul, body, spirit’ত সলনি হৈ যাব৷ নতুন আইনসমূহৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট হৈছে যে এফ আই আৰৰ পৰা আৰম্ভ কৰি আদালতৰ বিচাৰ প্ৰক্ৰিয়া পৰ্যন্ত সকলোবোৰ ব্যৱস্থাই অনলাইনত হ’ব৷ ফলত অভিযোগ দাখিলৰ পৰা গোচৰৰ নিষ্পতি সকলোবোৰেই হ’ব অনলাইনত৷ গোচৰ যাতে বছৰ বছৰ ধৰি পেণ্ডিং নাথাকে তাৰবাবে এই বিচাৰপ্ৰক্তিয়া বাধ্যতামূলতভাৱে ৩ বছৰৰ ভিতৰতেই শেষ কৰিব লাগিব বুলিও জনাইছে অমিত শ্বাহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

April 6, 2026
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

April 6, 2026
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

April 6, 2026
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট
জীৱনশৈলী

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

April 6, 2026
Next Post
এনেকৈয়ে চিন্তা কৰে সফল মানুহে, এই ৫টা কাৰণেই অন্যতকৈ এঢাপ আগুৱাই থাকে

এনেকৈয়ে চিন্তা কৰে সফল মানুহে, এই ৫টা কাৰণেই অন্যতকৈ এঢাপ আগুৱাই থাকে

কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.