• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাথাকিব FASTag চিষ্টেম, ১মে’ৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম৷ বাহনৰ চালকে জানি থওক নতুন নিয়মৰ সবিশেষ

9 months ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

3 minutes ago
CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

32 minutes ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

1 hour ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

2 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

20 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

21 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

22 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

23 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

1 day ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নাথাকিব FASTag চিষ্টেম, ১মে’ৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম৷ বাহনৰ চালকে জানি থওক নতুন নিয়মৰ সবিশেষ

নাথাকিব FASTag চিষ্টেম, ১মে’ৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম৷ বাহনৰ চালকে জানি থওক নতুন নিয়মৰ সবিশেষ

editor by editor
April 17, 2025
in জীৱনশৈলী
0
নাথাকিব FASTag চিষ্টেম, ১মে’ৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম৷ বাহনৰ চালকে জানি থওক নতুন নিয়মৰ সবিশেষ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
১ মে ২০২৫ তাৰিখৰ পৰা নেশ্ব্যনেল হাইৱেৰ ওপৰত টোল আদায়ৰ প্ৰক্ৰিয়াৰ এক যুগান্তকাৰী আপগ্ৰেড আৰম্ভ কৰিছে ভাৰত চৰকাৰে৷ নেশ্ব্যনেল হাইৱেজ অথৰিটি অফ ইণ্ডিয়াই ফাষ্টটেগ চিষ্টেম পৰ্যায়ক্ৰমে বন্ধ কৰিবলৈ আগবাঢ়িছে৷ ফাষ্টটেগৰ ঠাইত এতিয়াৰে পৰা জিপিএছ ভিত্তিক টোল কালেকশ্ব্যন কৰা হ’ব৷ পছৰ যাতায়াত মসৃণ আৰু দ্ৰুত কৰিবলৈ এই প্ৰস্তাৱ লৈছে কেন্দ্ৰই৷
কিন্তু কিয় এই সালসলনি? এই সন্দৰ্ভত মন্তব্য কৰি কয় যে FASTag একেবাৰে নিখুঁত নাছিল৷ দিঘলীয়া লাইন, প্ৰযুক্তিগত খেলিমেলিৰ বাবে সমস্যাও হৈছিল৷ কিন্তু এই সমস্ত সমস্যা দূৰ কৰিবলৈ টোলিঙৰ ক্ষেত্ৰত বিশ্বমান আনিবলৈ চৰকাৰে এটা ছেটেলাইট সমৰ্থিক টোল চিষ্টেম অনাৰ কথা ভাৱিছে৷ এই নতুন নিয়মৰ জৰিয়তে-

১. চালকে প্ৰকৃততে কিমান দূৰ বাহন চলাই গৈছে তাৰ ওপৰত ভিত্তি কৰি টোল চাৰ্জ কটা হ’ব৷

২. বুথে বুথে ঠিয় হোৱাৰ প্ৰয়োজনীয়তা শেষ হ’ব৷ যাৰ ফলত ৱেইটিঙৰ সময় কমিব৷

৩. মেনুৱেল বা মানুহৰ প্ৰতাৰণাৰ আশংকা কমিব৷

৪. মসৃণ আৰু কণ্টেক্টলেছ ড্ৰাইভিং অভিজ্ঞতা এনবেল কৰা হব৷

নতুন জিপিএছ চিষ্টেমটো কি?

নতুন এই মডেলটোত জিপিএছ প্ৰযুক্তি ব্যৱহাৰ কৰা হব৷ প্ৰকৃততে হাইৱেৰ ওপৰত গাড়ীৰ গতিবিধি ট্ৰেক কৰাৰ বাবে এই প্ৰযুক্তি ব্যৱহাৰ হব৷ ইয়াৰ সৈতে নতুন মডেলৰ  ANPR (Automatic Number Plate Recognition)কেমেৰা আৰু ভেহিকেল ফিটেড জিপিএছ ডিভাইছ ব্যৱহাৰ কৰা হব৷ যিয়ে ৰিয়েল টাইমত টোল চাৰ্জ গণনা কৰিব পাৰিব৷ ইয়াৰ ফলত
  • কেতিয়াও ফ্লেট ৰেট দিব নালাগে গাড়ীৰ চালকে৷ কিমান কিঃমিঃ ভ্ৰমণ কৰিছে তাৰ ওপৰত ভিত্তি কৰি কটা হব চাৰ্জ৷
  • টোল প্লাজাৰ কাষত ঠিয় হোৱা বা গাড়ীৰ গতিবেগ কমোৱা আদি সমস্যা শেষ হ’ব৷
  • গাড়ীৰ চালকৰ লিংক কৰা বেংক একাউণ্টৰ পৰাই টোল এমাউণ্ট কটা হব৷
  • ডিজিটেল পদ্ধতিত নিজৰ ট্ৰেভেল আৰু পেমেণ্ট ট্ৰেক কৰিব পাৰিব গাড়ীৰ মালিকে৷
ইতিমধ্যেই যিসকলে FASTag ব্যৱহাৰ কৰি আছে তেওঁলোক বিচলিত হোৱাৰ প্ৰয়োজন নাই৷ কাৰণ এদিনতে এই পৰিবৰ্তন নহয়৷ আগন্তুক ৩০ এপ্ৰিল ২০২৫ তাৰিখ পৰ্যন্ত FASTag ব্যৱহাৰেই চলি থাকিব৷ ইয়াৰ পাছত আপুনি নিজৰ বাহনত চৰকাৰ অনুমোদিত জিপিএছ ডিভাইছ ইনষ্টল কৰিব লাগিব৷ নতুন চিষ্টেমৰ সৈতে বেংক একাউণ্ট লিংক হব৷ এই সমস্ত কিছু সম্পন্ন হৈ যোৱাৰ পাছত নিজৰ FASTag ষ্টিকাৰ ৰিমুভ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?
জীৱনশৈলী

January 17, 2026
CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026
জীৱনশৈলী

CHIEF OF ARMY STAFF AWARDS UNIT CERTIFICATE OF APPRECIATION TO ZONAL RECRUITING OFFICE (ZRO) SHILLONG ON ARMY DAY 2026

January 17, 2026
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

January 17, 2026
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?
জীৱনশৈলী

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

January 17, 2026
Next Post
১৯ দিন ভয়ংকৰ দুঃসময়! ষড়ষ্টক যোগত জীৱন ছাৰখাৰ হ’ব ৩ৰাশিৰ, সতৰ্ক নহ’লেই বিপদ আছে আপোনাৰ

মহাকাশত ১১ মিনিট কটাই আহিল গায়িকা কেটি পেৰিয়ে, এই ১১ মিনিটৰ যাত্ৰাৰ খৰচ শুনিলে চকু কঁপালত উঠিব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন