• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
HSLC, HS আৰু হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সংবাদমেল। কিদৰে হ’ব পৰীক্ষাৰ মূল্যায়ন?

HSLC, HS আৰু হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সংবাদমেল। কিদৰে হ’ব পৰীক্ষাৰ মূল্যায়ন?

5 years ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

15 minutes ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

53 minutes ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

1 hour ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

2 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

3 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

3 hours ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

5 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

5 hours ago
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

6 hours ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

6 hours ago
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

7 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

HSLC, HS আৰু হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সংবাদমেল। কিদৰে হ’ব পৰীক্ষাৰ মূল্যায়ন?

editor by editor
July 1, 2021
in অসম, গুৱাহাটী, শিক্ষা
0
HSLC, HS আৰু হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সংবাদমেল। কিদৰে হ’ব পৰীক্ষাৰ মূল্যায়ন?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ HSLC, HS আৰু হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত sebaৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল। সংবাদমেলত উপস্থিত থাকে SEBA আৰু AHSECৰ অধ্যক্ষ আৰু বিষয়ববীয়া। পৰীক্ষাৰ মূল্যায়নৰ ফৰ্মূলা সন্দৰ্ভত আলোচনত মিলিত হয় উভয় পক্ষ। HSLC, হাইমাদ্ৰাছা পৰীক্ষাৰ ক্ষেত্ৰত নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০% নম্বৰ, দশম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০% নম্বৰ, শ্ৰেণীকোঠাত উপস্থিতি আৰু এছাইনমেণ্টৰ পৰা ২০% নম্বৰ লাভ কৰিব পৰীক্ষাৰ্থীয়ে। HSLC, হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল ৩১ জুলাইৰ ভিতৰত ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় সংবাদমেলত। তদুপৰি, এইবাৰ নাথাকে ষ্টাৰ, ডিষ্টিংছন আৰু ৰেংকিঙৰ ব্যৱস্থা। বিগত ৩ বছৰৰ ফলাফল ১০ শতাংশ তাৰতম্য ঘটিব পাৰে। গতিকে অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব শিক্ষাবিভাগে। HS পৰীক্ষাৰ মূল্যায়নৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰে শিক্ষা সংসদে।  HS ৰ ৪টা শাখাৰ বাবে হ’ব সুকীয়া মূল্যায়ন। মেট্ৰিকৰ ৩টা বিষয়ৰ পৰা ৫০ শতাংশ নম্বৰ, ব্যৱহাৰিক পৰীক্ষাৰ পৰা আহিব ৩০ শতাংশ নম্বৰ, ২টা বছৰৰ শৈক্ষিক-ক্ৰীড়া কলাপৰ পৰা লাভ কৰিব ১০ শতাংশ নম্বৰ আৰু আভ্যন্তৰীণ মূল্যায়নৰ পৰা পৰীক্ষাৰ্থীয়ে লাভ কৰিব ১০ শতাংশ নম্বৰ। অসন্তুষ্ট শিক্ষাৰ্থীয়ে পুনৰ পৰীক্ষাত বহাৰ সুবিধা থাকিব। ১৫ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব পৰীক্ষা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰতো এইবাৰ নাথাকে স্থান প্ৰদানৰ ব্যৱস্থা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24ranuj pegu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

March 22, 2026
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
Next Post
উন্নত হৈছে দিলীপ কুমাৰৰ স্বাস্থ্য; টুইটযোগে সকলোকে ধন্যবাদ জনালে বন্ধু ফাইজল ফাৰুকে

উন্নত হৈছে দিলীপ কুমাৰৰ স্বাস্থ্য; টুইটযোগে সকলোকে ধন্যবাদ জনালে বন্ধু ফাইজল ফাৰুকে

আজিৰে পৰা কাৰ্যকৰী বহু নতুন নিয়ম, SBIৰ নিয়মৰো সালসলনি। জানি লওঁক সবিশেষ

আজিৰে পৰা কাৰ্যকৰী বহু নতুন নিয়ম, SBIৰ নিয়মৰো সালসলনি। জানি লওঁক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.