• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা কাৰ্যকৰী বহু নতুন নিয়ম, SBIৰ নিয়মৰো সালসলনি। জানি লওঁক সবিশেষ

আজিৰে পৰা কাৰ্যকৰী বহু নতুন নিয়ম, SBIৰ নিয়মৰো সালসলনি। জানি লওঁক সবিশেষ

5 years ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

1 minute ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

50 minutes ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

2 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

3 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

4 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

5 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

18 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

18 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

19 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

20 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিৰে পৰা কাৰ্যকৰী বহু নতুন নিয়ম, SBIৰ নিয়মৰো সালসলনি। জানি লওঁক সবিশেষ

editor by editor
July 1, 2021
in অসম, গুৱাহাটী
0
আজিৰে পৰা কাৰ্যকৰী বহু নতুন নিয়ম, SBIৰ নিয়মৰো সালসলনি। জানি লওঁক সবিশেষ
0
SHARES
466
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১ জুলাইৰ পৰা SBI কে ধৰি ৩টা বেংকত নিয়মৰ সালসলনি। সলনি হ’ব আৰু বহুকেইটা নিয়ম, যাৰ ফলত আপোনাৰ জীৱনত পৰিব পাৰে পোনপটীয়া প্ৰভাৱ। । আজিৰে পৰা SBIয়ে সলনি কৰিলে ATMৰ পৰা ধন উলিওৱাৰ নিয়ম। SBIৰ গ্ৰাহকে ATMৰ পৰা মাহত কেৱল ৪ বাৰহে বিনামূলীয়াকৈ ধন উলিয়াব পাৰিব। ৪ বাৰতকৈ অধিক হ’লে প্ৰতিবাৰে GST পৰিশোধ কৰিব লাগিব ১৫ টকাকৈ। SBIৰ চেকবুকৰ ক্ষেত্ৰতো সলনি কৰা হৈছে নীতি নিয়ম। চেভিং একাউণ্ট থকাসকলে এটা বিত্তীয় বৰ্ষত কেৱল ১০ পৃষ্ঠাৰ চেকবুকহে বিনামূলীয়াকৈ লাভ কৰিব। পুনৰ ১০ পৃষ্ঠাযুক্ত চেকবুক বিচাৰিলে গ্ৰাহকে GSTৰ লগতে ৪০ টকা পৰিশোধ কৰিব লাগিব বেংকক। ২৫ পৃষ্ঠাযুক্ত চেকবুকৰ বাবে GSTৰ লগতে ৭৫ টকা ভৰিব লাগিব গ্ৰাহকে। ১০ পৃষ্ঠাৰ জৰুৰীকালীন চেকবুকৰ বাবে GSTৰ লগতে ৫০ টকা পৰিশোধ কৰিব লাগিব। ইয়াৰোপৰি, আজিৰে পৰা দাম বৃদ্ধি হ’ব কেইবাখনো বাহনৰ। অত্যধিকভাবে বৃদ্ধি পাইছে ষ্টীল, প্লাষ্টিক আৰু এলুমিনিয়ামৰ দাম।  যাৰ বাবে নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে দাম বৃদ্ধিৰ সম্ভাৱনা ব্যক্ত কৰিছে। জানুৱাৰী আৰু এপ্ৰিলৰ পাছত পুনৰ তৃতীয়বাৰলৈ বৃদ্ধি হ’ব বাহনৰ দাম। বেংকত কম সময়ৰ বাবে বিনিয়োগ কৰা লোকৰ ক্ষেত্ৰতো পৰিব প্ৰভাৱ। সুকন্যা সমৃদ্ধি, নেচনেল ছেভিংছ চাৰ্টিফিকেটছ বা PPFৰ সুদৰ হাৰৰ ক্ষেত্ৰতো সালসলনি হ’ব। ড্ৰাইভিং লাইচেঞ্চৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা। লাৰ্নিং লাইচেঞ্চ প্ৰস্তুতৰ বাবে পৰিবহন কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নহ’ব। ঘৰতে বহি লাৰ্নিং লাইচেঞ্চৰ বাবে আবেদন আৰু পৰীক্ষা দিব পাৰিব। অৱশ্যে স্থায়ী ড্ৰাইভিং লাইচেঞ্চৰ বাবে ট্ৰেকত গাড়ী চলাই দেখুৱাব লাগিব। সলনি হ’ব দুটাকৈ বেংকৰ IFSC কোড। কানাড়া বেংক আৰু ছিণ্ডিকেট বেংকৰ গ্ৰাহকে নতুনকৈ ল’ব লাগিব IFSC কোড। আয় কৰৰ ক্ষেত্ৰতো বিশেষ সিদ্ধান্ত গ্ৰহণ। আয় কৰ দাখিল নকৰিলে ১ জুলাইৰ পৰা ভৰিব লাগিব দুগুণ TDS। প্ৰতি মাহৰ ১ তাৰিখে ৰন্ধন গেছৰ দাম নিৰ্ধাৰণ কৰে চৰকাৰে। খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ফলত সম্প্ৰতি চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ সম্ভাৱনা। জুলাই মাহৰ বাবে আজি নিৰ্ধাৰণ হ’ব চিলিণ্ডাৰৰ দাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24sbi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?
অসম

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

July 24, 2026
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ
বিনোদন

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

July 24, 2026
Next Post
অসমৰ আৰু ৬টা বিমানবন্দৰ বিক্ৰীৰ যো-জা!

অসমৰ আৰু ৬টা বিমানবন্দৰ বিক্ৰীৰ যো-জা!

সাৱধান! ভেকচিন নোলোৱাসকলক ক’ৰোনাৰ তৃতীয় ঢৌৱে মাৰিব প্ৰচণ্ড খুন্দা!

সাৱধান! ভেকচিন নোলোৱাসকলক ক’ৰোনাৰ তৃতীয় ঢৌৱে মাৰিব প্ৰচণ্ড খুন্দা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.