• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকাশ, অনন্ত, ঈশাই ৰিলায়েন্সৰ ভৱিষ্যত! মুকেশ আম্বানীয়ে ভগাই দিলে দায়িত্ব, কাক দি দায়িত্ব অৰ্পণ কৰিলে আম্বানীয়ে?

আকাশ, অনন্ত, ঈশাই ৰিলায়েন্সৰ ভৱিষ্যত! মুকেশ আম্বানীয়ে ভগাই দিলে দায়িত্ব, কাক দি দায়িত্ব অৰ্পণ কৰিলে আম্বানীয়ে?

3 years ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

13 minutes ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

54 minutes ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

2 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

3 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

4 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

5 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

6 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

6 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

6 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

7 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

7 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আকাশ, অনন্ত, ঈশাই ৰিলায়েন্সৰ ভৱিষ্যত! মুকেশ আম্বানীয়ে ভগাই দিলে দায়িত্ব, কাক দি দায়িত্ব অৰ্পণ কৰিলে আম্বানীয়ে?

editor by editor
September 1, 2023
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
আকাশ, অনন্ত, ঈশাই ৰিলায়েন্সৰ ভৱিষ্যত! মুকেশ আম্বানীয়ে ভগাই দিলে দায়িত্ব, কাক দি দায়িত্ব অৰ্পণ কৰিলে আম্বানীয়ে?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই মুহূৰ্তত দেশৰ সকলোতকৈ ধনী ব্যক্তি হৈছে মুকেশ আম্বানী। বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাত নাম আছে মুকেশ আম্বানীৰ। মুকেশৰ ৰিলায়েন্স গোষ্ঠীৰ চেয়াৰমেন। ২০২৯ চন পৰ্যন্ত তেওঁ ৰিলায়েন্সৰ চেয়াৰমেনৰ দায়িত্বত থাকিব। নিজে দায়িত্বাভাৰ লৈ থকাৰ সময়ত উত্তৰসূৰী কাক কি দায়িত্ব দিব তাৰ পৰিকল্পনা আৰম্ভ কৰিছে মুকেশ আম্বানীয়ে। আকাশ, ইশা আৰু অনন্ত কাক কি দায়িত্ব দিব পিতৃয়ে তাকে লৈ আৰম্ভ হৈছে জল্পনা। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ নেতৃত্বত উল্লেখযোগ্য পৰিবৰ্তন আনিছে আম্বানীয়ে। মুকেশৰ কন্যা ঈশা আৰু দুই পুত্ৰ অনন্ত আৰু আকাশক ৰিলায়েন্সৰ নতুন ডাইৰেক্টৰ হিচাপে ঘোষণা কৰিছে। ৰিলায়েন্স গোষ্টীৰ প্ৰতিষ্ঠাতা ধীৰুভাই আম্বানীৰ জন্মবাৰ্ষিকীত প্ৰত্যেকবছৰে ৰিলায়েন্স ফেমিলি ডেৰ আয়োজন কৰা হয়। সেই অনুষ্ঠানত বৰ্ডৰ নতুন ডাইৰেক্টৰৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।

মুকেশ আম্বানীয়ে ঢাপে ঢাপে ৰিলায়েন্সৰ বিভিন্ন দায়িত্ব তেওঁৰ তিনি সন্তানৰ হাতত গতাই আহিছে। কেইবাটাও সংস্থাৰ দায়িত্বভাৰ তেওঁ সন্তানৰ হাতত তুলিও দিছে। কোন সংস্থাত কাক কি দায়িত্ব দিছে আম্বানীয়ে? পূৰ্বৰে পৰা আকাশ, ঈশা, অনন্ত কি কি দায়িত্বত আছে? ভাৰতত ডিজিটেল বিপ্লৱ আনিছে ৰিলায়েন্স গোষ্ঠীৰ টেলিকম সংস্থা জিঅ’ই। এই সংস্থাৰ দায়িত্ব আছে বৰ্তমান আকাশৰ ওপৰত। তেওঁ জিঅ’ ইনফোকম লিমিটেডৰ চেয়াৰমেনৰ দায়িত্বত আছে। মুকেশৰ হাতত ধৰি বজাৰলৈ অহা এই টেলিকম সংস্থাৰ যাত্ৰা আৰম্ভ হোৱা কেইবাটাও বছৰ সম্পূৰ্ণ হৈছে। বৰ্তমান ৫ জি ক লৈ কাম কৰি আছে জিঅ’ই। জিঅ’ৰ মাধ্যমেৰে ভাৰতৰ প্ৰযুক্তিগত ভৱিষ্যতক নতুন ৰূপ দিয়াৰ কথাও জনাইছে আকাশ আম্বানীয়ে। ইফালে ৰিলায়েন্স ৰিটেলৰ দায়িত্বত আছে মুকেশ আম্বানীৰ কন্যা ঈশা। খুচুৰা ব্যৱসায়ত ঈশাৰ নেতৃত্ব উল্লেখযোগ্য। ঈশাই দায়িত্ব লোৱাৰ পাছতেই অৰ্থনৈতিকভাৱে লাভৱান হৈছে আম্বানী গ্ৰুপ। দুই লাখতকৈয়ো অধিক নিবনুৱাক কৰ্মসংস্থাপন দিছে ৰিলায়েন্স ৰিটেলে।

মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী ৰিলায়েন্স এনাৰ্জীৰ গুৰুত্বপূৰ্ণ পদত আছে। অনন্তৰ নেতৃত্বত আম্বানীৰ শক্তি আৰু ইন্ধনৰ ক্ষেত্ৰত শক্তিশালী ব্যৱসায় গঢ়ি তুলিবলৈ আৰম্ভ কৰিছে আম্বানীয়ে। এইবাৰ মুকেশ আম্বানীয়ে তিনিটা সন্তানকেই নতুন কেইটামান দায়িত্ব দিবলৈ আগবাঢ়িছে। যিয়ে যি বিষয়ত দক্ষ সেই বিষয়লৈ লক্ষ্য ৰাখিহে দায়িত্ব দিব আম্বানীয়ে বুলি এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে।

পূৰ্বে এক সাক্ষাৎকাৰত মুকেশ আম্বানীয়ে কৈছিল, ‘ৰিলায়েন্স গোষ্ঠীৰ প্ৰতি তেওঁৰ দায়িত্ববোধৰেই পৰবৰ্তী প্ৰজন্মকো তেওঁ নেতৃত্ব ল’ব পৰাকৈ দায়বদ্ধশীল কৰি তুলিব। সূত্ৰৰ খবৰ অনুসৰি মুকেশে আম্বানীয়ে তিনি সন্তানকে ব্যৱসায় সম্বন্ধীয় কথাবোৰ শিকাবলৈ যত্ন কৰি আহিছে। কেনেকৈ ৰিলায়েন্স গোষ্ঠীক আৰ্থিকভাৱে শক্তিশালী কৰিব পাৰি এই বিষয়েও তেওঁ তিনি সন্তানক বুজাই আহিছে। প্ৰতিবছৰে ধীৰুভাইৰ জন্মবাৰ্ষিকী হিচাপে ২৮ ডিচেম্বৰ দিনটো আম্বানী পৰিয়ালৰ বাবে বিশেষ। সেই দিনাই আনুষ্ঠানিকভাৱে নতুন দায়িত্ব লাভ কৰিব আম্বানীৰ তিনি সন্তানে।

ধীৰুভাইয়ে ১৯৫৮ চনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ প্ৰতিষ্ঠা কৰিছিল। বাণিজ্য আৰু শিল্প ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে মৰোণোত্তৰ পদ্মবিভূষণ সন্মানো দিয়া হৈছে। ভাৰতীয় বাণিজ্যিক ক্ষেত্ৰত অন্যতম উদ্যোগপতি ধীৰুভাইৰ বিৰুদ্ধে কিন্তু জীৱনকালত কৰ ফাঁকিৰ অভিযোগ উত্থাপিত হৈছিল। বিভিন্ন প্ৰতিবেদনে প্ৰকাশ কৰা অনুসৰি ২০২৯ চনৰ পাচত ৰিলায়েন্সৰ দায়িত্বত আৰু মুকেশ আম্বানী নাথাকে। এই সময়সীমাৰ ভিতৰত তেওঁ সন্তানক উপযুক্ত কৰি তুলি দায়িত্ব অৰ্পণ কৰিবলৈ সাজু হৈ উঠিছে। বৰ্তমান মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমান ৭,৩৫,৮৮০ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!
জীৱনশৈলী

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

March 20, 2026
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

March 20, 2026
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো
জীৱনশৈলী

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

March 20, 2026
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
Next Post
হিন্দু ধৰ্ম ৰাখী স্বাৱন্তে কিয় ত্যাগ কৰিলে? কিয় ইছলাম ধৰ্ম ল’লে ড্ৰামাকুইন ৰাখীয়ে?

হিন্দু ধৰ্ম ৰাখী স্বাৱন্তে কিয় ত্যাগ কৰিলে? কিয় ইছলাম ধৰ্ম ল’লে ড্ৰামাকুইন ৰাখীয়ে?

সূৰ্য অভিযানেই শেষ নহয়! আদিত্য L-1 উৎক্ষেপণৰ ২৪ ঘণ্টাৰ পূৰ্বে বৃহৎ ঘোষণা ইছৰো প্রধান সোমনাথৰ

সূৰ্য অভিযানেই শেষ নহয়! আদিত্য L-1 উৎক্ষেপণৰ ২৪ ঘণ্টাৰ পূৰ্বে বৃহৎ ঘোষণা ইছৰো প্রধান সোমনাথৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.