• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাৰদীয় দূৰ্গোৎসৱ উপলক্ষ্যে মহানগৰীত যান-বাহন চলাচলত কি কি নতুন নিয়ম?

শাৰদীয় দূৰ্গোৎসৱ উপলক্ষ্যে মহানগৰীত যান-বাহন চলাচলত কি কি নতুন নিয়ম?

4 years ago
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

2 minutes ago
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

19 minutes ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

1 hour ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

2 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

3 hours ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

3 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

4 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

5 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

5 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

6 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

6 hours ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

শাৰদীয় দূৰ্গোৎসৱ উপলক্ষ্যে মহানগৰীত যান-বাহন চলাচলত কি কি নতুন নিয়ম?

editor by editor
September 30, 2022
in গুৱাহাটী, বিবিধ, ভ্ৰমণ
0
শাৰদীয় দূৰ্গোৎসৱ উপলক্ষ্যে মহানগৰীত যান-বাহন চলাচলত কি কি নতুন নিয়ম?
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সমাগত শাৰদীয় দূৰ্গোৎসৱ। কাইলৈ ষষ্ঠী। পূজা উপলক্ষে মহানগৰীৰ যান-বাহন আৰক্ষীয়ে বাট-পথত যান-জঁট নহ’বৰ বাবে বিশেষ কিছু নিৰ্দেশনা জাৰি কৰিছে।

দূর্গা পূজা আৰু T20 খেলকলৈ যান বাহন আৰক্ষীয়ে সংবাদমেলযোগে নিয়মসমূহ উল্লেখ কৰিছে। ২ অক্টোবৰ আৰু পূজাৰ সময়ত চলিব লগা বাহনৰ নীতি নিয়মসমূহ হৈছে- চাৰি চকীয়া আৰু তাতকৈ অধিক চকাৰ বাহন অৰ্থাৎ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনসমূহ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহ-যাহৰ ক্ষেত্ৰত জাৰি কৰা হৈঠছে নিৰ্দেশনা। ২ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ৩ অক্টোবৰৰ ২ বজালৈ গধুৰ বাহনৰ চলাচলত নিষেধাজ্ঞা। ৬চকীয়া বা তাতকৈ অধিক চকাৰ সামগ্ৰী কঢ়িওৱা বাহনৰ ১, ৩, ৪, ৫ তাৰিখে ৰাতিপুৱা ৯ বজাৰ পৰা ৰাতি ১১.৩০ বজালৈ চলাচল বন্ধ থাকিব। বৰ্ষাপৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈ কেৱল পাছ থকা গাড়ীহে যাব পাৰিব। গাড়ী পাছ নাথাকিলে ধীৰেনপাৰা তিনিআলিৰ পৰা ভিতৰলৈ সোমাব নোৱাৰিব কোনো বাহন। লখৰাৰ পৰা ধীৰেণপাৰালৈ আহিবলগা গাড়ী সমূহৰ ক্ষেত্ৰত কিছু কিছু নিষেধাজ্ঞা প্ৰদান কৰা হৈছে। ধীৰেণপাৰাৰ পৰা বর্ষাপৰা ষ্টেডিয়াম তিনিআলি, বৰ্ষাপাৰাৰ পৰা লখৰালৈ কেৱল চিংগল ৰোড কৰা হৈছে।

মহানগৰ ভিতৰত চলাচল কৰিব লগা বাছ সমূহৰ নীতি নিয়ম সমূহ-বশিষ্ট চাৰিআলিৰ পৰা জালুকবাৰী লৈ যাবলগা বাছসমূহ বশিষ্ঠৰ পৰা ত্ৰিপুৰা গলি হৈ জয়ানগৰ চাৰিআলি মাজেৰে ৬মাইল হৈ VIP ৰোডৰ সহায়ত নাৰেঙ্গী, নুনমাটি, চান্দমাৰী হৈ ওলাব পাৰিব। বশিষ্টৰ পৰা ধাৰাপুৰলৈ যোৱা বাছসমুহ ত্ৰিপুৰা গলি, জয়ানগৰ, ৬মাইল হৈ GS ৰোডেৰে ধাৰাপুৰলৈ যাব। হাতীগাঁওৰ পৰা আমিনগাঁৱলৈ যোৱা বাছসমূহ ত্ৰিপুৰা গলি হৈ VIP ৰোড, নাৰেঙ্গী, নুনমাটি হৈ চান্দমাৰী ওলাব পাৰিব। পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰলৈ যোৱা বাছসমূহ VIP ৰোড নুনমাটি হৈ চান্দমাৰী, MG ৰোড হৈ ধাৰাপুৰ যাব পাৰিব।

ইপিনে নামনি অসমৰ পৰা অহা বাছসমূহ আদাবাৰীত ৰখাব লাগিব। মহানগৰৰ ভিতৰত এই বাহনসমূহ প্ৰৱেশ কৰিব নোৱাৰিব। উজনিৰ পৰা অহা বাছসমূহো ISBT-ত ৰখাব লাগিব, এই বাছসমূহো মহানগৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব।

আনহাতে পূজাৰ সমান্তৰালভাৱে ক্ৰিকেটৰ বাবেও কিছু পথ নিৰ্দেশনা দিয়া হৈছে। ক্ৰিকেটৰ ক্ষেত্ৰত ৬ খন গেট দৰ্শকৰ বাবে মুকলি কৰা হ’ব। ইয়াৰে গেট নম্বৰ ১B অতিথিৰ বাবে খোলা থাকিব। ২ নং গেটলৈ যাবলৈ হ’লে বৰ্ষাপৰা তিনিআলি হৈ AK আজাদ ৰোডেৰে ভিতৰলৈ যাব পাৰিব। ৩ নম্বৰ গেটলৈ যাবৰ বাবে RG বৰুৱা পথেৰে গডৰেজ গলি বা ৰোলিং ৰোডহৈ AK আজাদ ৰোডেৰে ভিতৰলৈ যাব পাৰিব। ৪ নম্বৰ গেটলৈ যাবলৈ ৰোলিং মিল ৰোড তিনিআলিৰ পৰা AK আজাদ ৰোডেৰে যাব পাৰিব। ৫ নম্বৰ আৰু ৬ নম্বৰ গেটলৈ যাবলৈ ভূপেন হাজৰিকা পথেৰে ৰঘুনাথ পথ হৈ AK দেৱ ৰোডেৰে ভিতৰলৈ যাব পাৰিব । ৭ নম্বৰ গেটলৈ যাবলৈ বৰ্ষাপাৰা তিনি আলি হৈ AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

April 1, 2026
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

April 1, 2026
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?
জীৱনশৈলী

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

April 1, 2026
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে
জীৱনশৈলী

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

April 1, 2026
Next Post
চাৰ্ছ নকৰিব! ৬৩ টা এডাল্ট চাইটক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় টেলি যোগাযোগ বিভাগৰ

চাৰ্ছ নকৰিব! ৬৩ টা এডাল্ট চাইটক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় টেলি যোগাযোগ বিভাগৰ

সমালোচনাই মানুহক ওপৰলৈ নিয়ে! ৰিতুৰ কণ্ঠত প্ৰাণ পালে ‘মনতে আজি মোৰ কিহৰে শিহঁৰণ জাগে…’

সমালোচনাই মানুহক ওপৰলৈ নিয়ে! ৰিতুৰ কণ্ঠত প্ৰাণ পালে 'মনতে আজি মোৰ কিহৰে শিহঁৰণ জাগে...’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.