২০২৫ চনতেই কেইবাবাৰো ৰাশি পৰিবৰ্তন কৰিব ধন আৰু বৈভৱৰ দেৱতা, ধন টকা পইছাও আহিব হাতলৈ৷ এবাৰ দুবাৰ নহয় ১০বাৰ ৰাশি পৰিবৰ্তন কৰিব শুক্ৰই৷ ২৮ জানুৱাৰী ২০২৫, ৩১ মে ২০২৫, ২৯ জুন, ২৬ জুলাই, ৩১ আগষ্ট, ১৫ছেপ্টেম্বৰ, ৯অক্টোবৰ, ২ নৱেম্বৰ, ২৬ নৱেম্বৰ আৰু ২০ ডিচেম্বৰ৷ মুঠ ১০বাৰ ৰাশি পৰিবৰ্তন হ’ব৷ বৈদিক শাস্ত্ৰমতে শুক্ৰ হৈছে ধন আৰু বৈভৱ আৰু সম্পদৰ দেৱতা৷ শুক্ৰই এইবাৰ নিজৰ ৰাশি কেইবাবাৰো পৰিবৰ্তন কৰিব৷ আগন্তুক ১৮ জানুৱাৰী ২০২৫ৰ পুৱা ৭.১২মিনিটত শুক্ৰই মীন ৰাশিত প্ৰৱেশ কৰিব৷ থাকিব আগন্তুক ৩১ মে ২০২৫ পৰ্যন্ত৷ ইয়াৰ ফলত কেইবাটাও ৰাশিয়ে জীৱনত বিৰাট উন্নতি কৰিব পাৰিব৷ কোন কোন ৰাশিৰ জীৱনলৈ সুখ আহিব?
বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে শুক্ৰৰ ৰাশি পৰিবৰ্তন শুভ হ’ব৷ ২৪ এপ্ৰিল পৰ্যন্ত আয়ৰ ঘৰত থাকিব৷ এই সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ সময় আহিব পাৰে৷ জীৱনসংগীৰ সৈতে অত্যন্ত ভাল সময় কটাব৷ জীৱন আৰু সুন্দৰ হ’ব৷ পাৰ্থিৱ সুখ পাব, শ্বেয়াৰ বজাৰতো লাভ হ’ব৷ লটাৰী পাব পাৰে৷
কন্যা ৰাশিৰ জাতক জাতিকাৰ শুক্ৰৰ ৰাশি পৰিবৰ্তনত বিৰাট উন্নতি কৰিব পাৰিব৷ সম্পত্তি কিনিব পাৰে৷ বিৰাট সাফল্য পাব পাৰে জাতক জাতিকাই৷ চাকৰি আৰু প্ৰমোছনত এইবাৰ বিৰাট উন্নতিকৰ পৰিস্থিতি আহিব৷ সকলো মিলি এইবাৰ জাতক জাতিকাৰ জীৱনত বিৰাট উন্নতিকৰ পৰিস্থিতি আহিব পাৰে৷ সকলো মিলি এইবাৰ জাতক জাতিকাৰ বাবে জীৱন সুন্দৰ হ’ব৷ চাকৰিত প্ৰমোছন আৰু ইনক্ৰিমেণ্ট হ’ব পাৰে৷ পৰিস্থিতি পূৰ্বতকৈ ভাল হ’ব৷
মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এইবাৰ ভাল খবৰ আহিব৷ পৰিস্থিতি পূৰ্বতকৈ ভাল হ’ব৷ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল খবৰ আহিব৷ সকলো মিলি এইবাৰ জাতক জাতিকাৰ বাবে অত্যন্ত ডাঙৰ খবৰ আহিব৷ শিক্ষা, চাকৰি, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো অত্যন্ত ভাল সময় আহিব৷ কেৰিয়াৰত ভাল চাকৰিৰ অফাৰ আহিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















