• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিএনবি কেলেংকাৰীৰ মুখ্য অভিযুক্ত নীৰৱ মোদীক দেশলৈ ওভতাই আনিব চৰকাৰে, কোন কাৰাগাৰ নীৰৱ মোদীৰ নতুন ঠিকনা?

পিএনবি কেলেংকাৰীৰ মুখ্য অভিযুক্ত নীৰৱ মোদীক দেশলৈ ওভতাই আনিব চৰকাৰে, কোন কাৰাগাৰ নীৰৱ মোদীৰ নতুন ঠিকনা?

4 years ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

4 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

4 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

4 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

5 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

5 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

6 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

7 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

7 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

9 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

9 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

11 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পিএনবি কেলেংকাৰীৰ মুখ্য অভিযুক্ত নীৰৱ মোদীক দেশলৈ ওভতাই আনিব চৰকাৰে, কোন কাৰাগাৰ নীৰৱ মোদীৰ নতুন ঠিকনা?

editor by editor
October 12, 2022
in অপৰাধ, জীৱনশৈলী, বিশ্ব, ভাৰত
0
পিএনবি কেলেংকাৰীৰ মুখ্য অভিযুক্ত নীৰৱ মোদীক দেশলৈ ওভতাই আনিব চৰকাৰে, কোন কাৰাগাৰ নীৰৱ মোদীৰ নতুন ঠিকনা?
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতলৈ ওভতাই অনা হ’ব নীৰৱ মোদীক। নীৰৱ মোদীক দেশলৈ ওভতাই অনাৰ চেষ্টা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু দেশলৈ উভতি অহাৰ খবৰ শুনিয়েই হতাশাত ভাঙি পৰিছে নীৰৱ মোদী। ভাৰতলৈ ওভতাৰ খৱৰ শুনিয়েই চিকিৎসালয়ত ভৰ্তি হৈছে মোদী। হাস্পতালত ভৰ্তি হৈ থকা নীৰৱ মোদীক নিৰীক্ষণ কৰি থকা চিকিৎসকে প্রকাশ কৰা অনুসৰি নীৱৰ মোদীৰ মানসিক সন্তুলন ঘটিছে। ভাৰতলৈ উভতি অহাৰ খবৰ পোৱা মাত্ৰকেই নীৰৱ মোদীয়ে বাৰে বাৰে কৈছে, ‘মোক হত্যাৰ পৰিকল্পনা কৰিছে। তালৈ গ’লেই মোক হত্যা কৰিব নতুবা আত্মহত্যা কৰিবলৈ বাধ্য কৰাব।’

পঞ্জাৱ নেচনেল বেংক কেলেংকাৰীৰ মুখ্য অভিযুক্ত নীৰৱ মোদী বিগত কেইবাবছৰ ধৰি লণ্ডন কাৰাগাৰত আৱদ্ধ হৈ আছে। ১৩ হাজাৰ কোটিটকীয়া পিএনবি কেলেংকাৰীৰ মুখ্য অভিযুক্ত ৫১ বছৰীয়া নীৰৱ মোদীক দেশৰ কেন্দ্ৰীয় কাৰাগাৰালৈ অচিৰেই লৈ অনাৰ পৰিকল্পনা চলিছে। ইংলেণ্ডৰ অন্যতম ডাঙৰ কাৰাগাৰ ওৱাণ্ডচাউৰ্থত ৰখা হৈছিল মোদীক।

শেহতীয়াভাৱে লণ্ডন হাইকৰ্টে প্ৰকাশ কৰা অনুসৰি মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰৰ ১২ নং বেৰেক হ’ব নীৰৱ মোদীৰ নতুন ঠিকনা। কাৰাগাৰ কৰ্তৃপক্ষই নীৰৱ মোদীক ৰাখিবলগীয়া বেৰেক নং ১২-ৰ পৰা আত্মহত্যা কৰিব পৰা সকলো সামগ্ৰী আঁতৰাই পেলাইছে। কিন্তু চিকিৎসালয়ত ভৰ্তি হোৱা নীৰৱ মোদীৰ মনৰ পৰা শংকা আঁতৰা নাই। অভিযুক্ত নীৰৱ মোদীৰ মতে, যিয়েই নকৰক কিয় তেওঁৰ মৃত্যু কিন্তু ভাৰতৰ জে’লতেই হ’ব। ভাৰতলৈ ওভতাৰ কথা শুনিয়েই মানসিক সন্তুলন ঘটা নীৰৱক দুবাৰকৈ চিকিৎসালয়তো ভৰ্তি কৰোৱা হৈছে। হতাশাত ভাঙি পৰা মোদীয়ে আত্মহত্যাৰ প্ৰচেষ্টা চলোৱাৰো আশংকা ব্যক্ত কৰিছে চিকিৎসকে।

উল্লেখ্য যে নীৰৱ মোদীৰ শাৰীৰিক অৱস্থা যেনেকুৱাই নহওক কিয় তেওঁক ভাৰতলৈ অনা হ’বই। প্ৰয়োজন হ’লে নীৰৱ মোদীক নিৰীক্ষণৰ বাবে কাৰাগাৰত মানসিক ৰোগৰ চিকিৎসকক নিযু্ক্তি দিয়া হ’ব। ভাৰতলৈ অনাৰ পিছত সপ্তাহত এবাৰকৈ পৰিয়ালৰ লোকক সাক্ষাতৰ ব্যৱস্থাও কৰিব কাৰাগাৰ কৰ্তৃপক্ষই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ
বিশ্ব

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
Next Post
বলীউড নায়িকাৰ চকুত চকু থৈ এয়া কি কৰিছে ক্ৰিকেটাৰ শিখৰে? সবিশেষ জানিবলৈ ক্লিক কৰক…

বলীউড নায়িকাৰ চকুত চকু থৈ এয়া কি কৰিছে ক্ৰিকেটাৰ শিখৰে? সবিশেষ জানিবলৈ ক্লিক কৰক...

৮৯ বছৰতো স্বামীৰ অত্যাধিক শাৰীৰিক চাহিদা, ৮৭ বছৰীয়া পত্নীয়ে দিলে যৌন উৎপীৰণৰ গোচৰ

৮৯ বছৰতো স্বামীৰ অত্যাধিক শাৰীৰিক চাহিদা, ৮৭ বছৰীয়া পত্নীয়ে দিলে যৌন উৎপীৰণৰ গোচৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.