• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ষোভত ফাটি পৰিল মমতা বেনাৰ্জী, ‘মোৰ মাইক আধাতে বন্ধ কৰি দিলে’

ক্ষোভত ফাটি পৰিল মমতা বেনাৰ্জী, ‘মোৰ মাইক আধাতে বন্ধ কৰি দিলে’

2 years ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

11 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

11 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

12 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

13 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

14 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

14 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

15 hours ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

15 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

16 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

17 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

17 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ক্ষোভত ফাটি পৰিল মমতা বেনাৰ্জী, ‘মোৰ মাইক আধাতে বন্ধ কৰি দিলে’

editor by editor
July 27, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
ক্ষোভত ফাটি পৰিল মমতা বেনাৰ্জী, ‘মোৰ মাইক আধাতে বন্ধ কৰি দিলে’
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ষোভত ফাটি পৰিল মমতা বেনাৰ্জী, ‘মোৰ মাইক আধাতে বন্ধ কৰি দিলে’

আজি ২৭ জুলাই তাৰিখে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে নীতি আয়োগৰ বিশেষ বৈঠক। এই বৈঠকত উপস্থিত আছিল দেশৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী। এই বৈঠকতে উপস্থিত আছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

পাছে বৈঠকৰ পাছতে মমতা বেনাৰ্জীৰ ক্ষোভ। বৈঠকত নিজৰ ভষণৰ সময়তে কেৱল ৫ মিনিট সময় দিয়ে মাইক বন্ধ কৰি দিছিল । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ক্ষোভ উজাৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

আজি নীতি আয়োদৰ ৯ সংখ্যক বৈঠকখন অনুষ্ঠিত হৈছিল। এই বৈঠকত বিজেপি শাসনাধীন ৰাজ্য কেইখনৰ বাদে ইণ্ডিয়া গোটৰ অৰ্থাৎ বিৰোধী দলৰ শাসনাধীন ৰাজ্যৰ কেৱল পশ্চিমবংগৰ মমতা বেনাৰ্জী উপস্থিত থাকে।

মমতা বেনাৰ্জীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি সেই বৈঠকতে তেঁওক চূড়ান্ত অপমান কৰা হয় বিৰোধী দলৰ মুখ্যমন্ত্ৰী হিচাপে। লগতে ইয়াকো কয় যে, সকলো ৰাজ্যৰ মুক্যমন্ত্ৰীকে নিজৰ নিজৰ কথা ৰাখিবলৈ ১০ৰ পৰা ১২ মিনিটকৈ সময় দিয়া হৈছে। কেৱল মমতা বেনাৰ্জীকে মাত্ৰ ৫ মিনিট সময় দিয়ে।

এই বিষয়ে মাত মাতোতে মমতা বেনাৰ্জীৰ মাইকটোৱেই বন্ধ কৰি দিয়ে। বাৰে বাৰে মাত্ৰ ৫ মিনিট কথা কোৱাৰ বাবে সময় বিচাৰিও বিফল হয় মমতা বেনাৰ্জী। এয়া কেন্দ্ৰীয় চৰকাৰৰ মিজৰ মতে চলা নিয়ম বুলি মন্তব্য কৰে ক্ষোভিত মমতা বেনাৰ্জীয়ে।

উল্লেখ্য যে, এই বৈঠকত ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা নাছিল। সভা বৰ্জন কৰা সকলো মুখ্যমন্ত্ৰী বিৰোধী দলৰ। বৈঠকৰ এদিন পূৰ্বে বিৰোধীয়ে বাজেটত বৈষম্যৰ অভিযোগ উত্থাপন কৰিছিল। বৈঠকত অংশগ্ৰহণ নকৰা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখু আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ বিৰোধিতা সত্ত্বেও ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে সভাত উপস্থিত থাকিব বুলি কোৱা হৈছিল যদিও শেষ মুহূৰ্তত তেওঁ সভাত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian PoliticsMamata Benarjeeniti ayogNiti Ayog Committee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!
জীৱনশৈলী

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

July 26, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

July 26, 2026
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!
বিনোদন

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

July 26, 2026
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক
জীৱনশৈলী

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

July 26, 2026
Next Post
ট্ৰাম্পৰ বাজি ওলোটাই দিয়াৰ দিশে ভাৰতীয় মূলৰ কমলা হেৰিছ, এতিয়া থৰক-বৰক ডোনাল্ডৰ বিজয়

ট্ৰাম্পৰ বাজি ওলোটাই দিয়াৰ দিশে ভাৰতীয় মূলৰ কমলা হেৰিছ, এতিয়া থৰক-বৰক ডোনাল্ডৰ বিজয়

শনি বক্ৰী হৈ লাভৱান হৈ পৰিব ৩ ৰাশি, লাভ কৰিব বিশেষ ফল

শনি বক্ৰী হৈ লাভৱান হৈ পৰিব ৩ ৰাশি, লাভ কৰিব বিশেষ ফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.