• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুৱতীক জ’মেটো ডেলিভাৰী বয়ৰ চুমা! কি ক’লে ফুড ডেলিভাৰী প্ৰতিষ্ঠান জ’মেটোৱে?

যুৱতীক জ’মেটো ডেলিভাৰী বয়ৰ চুমা! কি ক’লে ফুড ডেলিভাৰী প্ৰতিষ্ঠান জ’মেটোৱে?

4 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

1 hour ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

2 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

2 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

2 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

3 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

3 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

6 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

7 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

8 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

8 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

9 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

যুৱতীক জ’মেটো ডেলিভাৰী বয়ৰ চুমা! কি ক’লে ফুড ডেলিভাৰী প্ৰতিষ্ঠান জ’মেটোৱে?

editor by editor
September 21, 2022
in অপৰাধ, ভাৰত
0
যুৱতীক জ’মেটো ডেলিভাৰী বয়ৰ চুমা! কি ক’লে ফুড ডেলিভাৰী প্ৰতিষ্ঠান জ’মেটোৱে?
0
SHARES
7.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেহতীয়াকৈ পুনেৰ য়েৱালেৱাড়ী অঞ্চলত এগৰাকী ১৯ বছৰীয়া যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এক ৪২ বছৰীয়া জ’মেটো’ ডেলিভাৰী এজেণ্টক। এই ঘটনাই সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত চৰ্চা লাভ কৰি থকাৰ সময়তে ফুড ডেলিভাৰী অনলাইন প্ৰতিষ্ঠান জ’মেটোৱে ঘটনাৰ সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে৷ প্ৰতিষ্ঠানটোৱে বিবৃতি কয় যে ডেলিভাৰী এজেণ্টৰ সৈতে তেওঁলোকৰ প্ৰতিষ্ঠানৰ কোনো সম্পৰ্ক নাই।

উল্লেখ্য যে যে যোৱা ১৭ ছেপ্টেম্বৰত ৪২ বছৰীয়া এজন জ’মেটো ডেলিভাৰী এজেণ্টজনে ফ্লেটত কোনো নথকাৰ সুযোগত এগৰাকী ১৯ বছৰীয়া যুৱতীক পানী খোৱাৰ চলেৰে বলপূৰ্বকভাৱে চুম্বন কৰি যৌন নিৰ্যাচন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল৷

ইফালে যুৱতীগৰাকীয়ে অভিযোগ মতে এজেণ্টজনে যুৱতীগৰাকীলৈ বিভিন্ন ধৰণৰ মেচেজ আদি দি আকৌ নিৰ্যাতন চলাবলৈ ধৰিলে৷ ইয়াৰ পাছতে যুৱতীগৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৰায়েছ শৈলজ নামৰ জ’মেটো ডেলিভাৰী এজেণ্টজনক গ্ৰেপ্তাৰ কৰে৷

লগতে পঢ়ক নিবনুৱাৰ বাবে সুখবৰ! দিয়া হ’ব ৯০০০ কৰ্মচাৰী নিযুক্তি, যিকোনা ঠাইৰ পৰা কৰিব পাৰিব কাম

ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত প্ৰতিষ্টানটোৱে প্ৰকাশ কৰা আনুষ্ঠানিক বিবৃতিত কয় যে এনে আচৰণৰ প্ৰতি প্ৰতিষ্ঠানটো শূন্য সহনশীল আৰু যিকোনো ব্যক্তিক অনবৰ্ড কৰাৰ সময়ত তৃতীয় পক্ষৰ পটভূমিও পৰীক্ষণ কৰে।

জ’মেটোৱে নিজৰ আনুষ্ঠানিক বিবৃতিত কয় যে, ‘‘আমি তদন্তত সহযোগিতা আগবঢ়াবলৈ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আহিছো। আমি যিকোনো ব্যক্তিক আমাৰ বহৰত অনবৰ্ডিং কৰাৰ সময়ত তৃতীয় পক্ষৰ পটভূমি পৰীক্ষণ কৰোঁ আৰু আমাৰ শূন্য সহনশীলতা নীতি আছে।’’

জ’মেটো অনলাইন খাদ্য ডেলিভাৰী এজেণ্টসকলৰ বিৰুদ্ধে এনেধৰণৰ কাণ্ডৰ খবৰ এইটো প্ৰথম নহয়। জ’মেটোৱে অভিযুক্তজন নিজৰ অফিচিয়েল ডেলিভাৰী পাৰ্টনাৰ বুলি স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰিলেও প্ৰশ্নটো ৰৈ গৈছে যে অভিযুক্তজনে কেনেকৈ যুৱতীগৰাকীৰ ঘৰত উপস্থিত হৈ ফুড ডেলিভাৰী কৰিলে?

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamZomato
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
Next Post
গৰ্ভৱতী মহিলাক ধৰ্ষণ তিনি লোকৰ! ইয়াৰ পাছতে গৰ্ভপাত হয় মহিলাগৰাকীৰ

গৰ্ভৱতী মহিলাক ধৰ্ষণ তিনি লোকৰ! ইয়াৰ পাছতে গৰ্ভপাত হয় মহিলাগৰাকীৰ

প্ৰেমিকাৰে হোটেলৰ কোঠাত ৰোমাঞ্চ পিতৃৰ, কন্যা আৰু পত্নীয়ে ধৰা পেলাই কৰিলে ভিডিঅ’ ৰেকৰ্ডিং

প্ৰেমিকাৰে হোটেলৰ কোঠাত ৰোমাঞ্চ পিতৃৰ, কন্যা আৰু পত্নীয়ে ধৰা পেলাই কৰিলে ভিডিঅ’ ৰেকৰ্ডিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.