• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকাৰে হোটেলৰ কোঠাত ৰোমাঞ্চ পিতৃৰ, কন্যা আৰু পত্নীয়ে ধৰা পেলাই কৰিলে ভিডিঅ’ ৰেকৰ্ডিং

প্ৰেমিকাৰে হোটেলৰ কোঠাত ৰোমাঞ্চ পিতৃৰ, কন্যা আৰু পত্নীয়ে ধৰা পেলাই কৰিলে ভিডিঅ’ ৰেকৰ্ডিং

4 years ago
Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

Kidney damage: পানী সেৱনৰ পিছতো ভাগৰুৱা? এই ৮টা লক্ষণে দিয়ে বৃক্কৰ সমস্যাৰ ইংগিত

19 seconds ago
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, মুকলি হ’ব নতুন পথ!

51 minutes ago
নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

নৱৰাত্ৰিত বিবাহৰ বান্ধোনত সোমাই নকৰিব ভুল! সংসাৰত পৰিব প্ৰভাৱ

1 hour ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

2 hours ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

3 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

4 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

5 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

18 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

18 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

19 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

19 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰেমিকাৰে হোটেলৰ কোঠাত ৰোমাঞ্চ পিতৃৰ, কন্যা আৰু পত্নীয়ে ধৰা পেলাই কৰিলে ভিডিঅ’ ৰেকৰ্ডিং

editor by editor
September 22, 2022 - Updated on September 23, 2022
in অপৰাধ, ভাৰত
0
প্ৰেমিকাৰে হোটেলৰ কোঠাত ৰোমাঞ্চ পিতৃৰ, কন্যা আৰু পত্নীয়ে ধৰা পেলাই কৰিলে ভিডিঅ’ ৰেকৰ্ডিং
0
SHARES
30.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমিকাৰে হোটেলৰ কোঠাত অভিসাৰত লিপ্ত থকা অৱস্থাতে এজন লোকক পত্নী আৰু নাবালিকা কন্যাই হাতেলোটে ধৰা পেলাইছে৷ ইয়াৰ পাছৰ সমগ্ৰ ঘটনা ক্ৰম নাবালিকা কন্যাই মোবাইলত ৰেকৰ্ডিং কৰি ভাইৰেল কৰিছে৷

সংবাদ সংস্থা এএনআইৰ হিন্দীৰ টুইটাৰ হেণ্‌ডলত এই ভিডিঅ’টো শ্বেয়াৰ কৰি ঘটনাটো উত্তৰ প্ৰদেশৰ আগ্ৰাৰ বুলি কোৱা হৈছে৷ আৰু পৰ স্ত্ৰী তথা প্ৰেমিকাৰে অভিসাৰত লিপ্ত থকা অৱস্থাত ধৰা পৰা লোকজনৰ নাম দীনেশ গোপাল৷

ঘটনাৰ বিৱৰণীৰ মতে দীনেশ গোপালে আগ্ৰাৰ দিল্লী গেট অঞ্চলৰ এখন হোটেলত প্ৰেমিকাৰে অভিসাৰত লিপ্ত থকা অৱস্থা লোকজনৰ পত্নী নীলম আৰু তেওঁৰ ১৬ বছৰীয়া কন্যাই হোটেললৈ গৈ হাতে-লোটে ধৰা পেলায়৷

ভিডিঅ’টো চাবলৈ তলৰ লিংকত ক্লীক কৰক… 

#WATCH उत्तर प्रदेश: आगरा में होटल के कमरे में दूसरी महिला के साथ पकड़े जाने पर पत्नी ने अपने पति को पीटा।

(नोट:अभद्र भाषा) pic.twitter.com/bjKLKRAFAW

— ANI_HindiNews (@AHindinews) September 21, 2022

লগতে পঢ়ক যুৱতীক জ’মেটো ডেলিভাৰী বয়ৰ চুমা! কি ক’লে ফুড ডেলিভাৰী প্ৰতিষ্ঠান জ’মেটোৱে?

স্বামীয়ে পৰ স্ত্ৰীৰেৰে গোপনে এইদৰে অভিসাৰত লিপ্ত থকাটো সহ্য কৰিব নোৱাৰি নীলমে ভৰিৰ চেণ্ডেল খুলি স্বামী আৰু তেওঁৰ প্ৰেমিকাগৰাকী প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে৷ এই সমগ্ৰ দৃশ্যৰাজি মোবাইলৰ কেমেৰাৰে কন্যাই ৰেকৰ্ডিং কৰে৷

ইয়াৰ পাছত মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ স্বামীৰ এনে কাণ্ড এয়াই প্ৰথম নহয়, তেওঁৰ স্বামীয়ে দীৰ্ঘদিন ধৰি এনেধৰণৰ কাম কৰি আহিছে। তেওঁলোকৰ এগৰাকী ১৬ বছৰীয়া কন্যা আৰু এটা ৯ বছৰীয়া পুত্ৰ সন্তান আছে।

পিতৃৰ এনে কাণ্ডৰ বাবে তেওঁলোকৰ দুই সন্তানো লজ্জানত বুলি মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে৷ মাতৃয়ে দাবী কৰে যে নাবালিকা কন্যাগৰাকীয়ে আনকি পিতৃক নিজৰ দেউতা বুলি ক’বলৈও অস্বীকাৰ কৰিছে৷

লগতে পঢ়ক দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল

ভাইৰেল হোৱা ভিডিঅ’টোত কন্যাগৰাকীয়ে কোৱা শুনা গৈছে যে ‘তুমি মোৰ দেউতা নহয়, তুমি দেউতা নহয়, তোমাক মোৰ দেউতা বুলি ক’বলৈও লাজ লাগিছে৷’

পত্নীৰ চেণ্ডেলৰ মাৰ খাই থকা লোকজনে হাত জোৰ কৰি পত্নী আৰু কন্যাক ক্ষমা খোজাও দেখা গৈছে৷ কিন্তু পত্নী আৰু কন্যাই একাষাৰে স্বামী/পিতৃক ক্ষমা কৰিবলৈ অস্বীকাৰ কৰে৷

আনহাতে লোকজনৰ পত্নীয়ে আৰক্ষীক মাতিবলৈ কয় আৰু সেই স্থানত থকা তেওঁলোকৰ এজন আত্মীয় পুৰুষে আৰক্ষীক খবৰ দিয়া বুলি কোৱা শুনা যায়৷ পাছত আৰক্ষীয়ে হোটেলখনৰ সেই নিৰ্দিষ্ট কোঠাটোত উপস্থিত হৈ পৰিস্থিতি চম্ভালি লয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamextra marital affair
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি
ভাৰত

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

October 12, 2026
Next Post
অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ, বস্ত্ৰ লৈ গ’ল ধৰ্ষণকাৰীয়ে, বিবস্ত্ৰা হৈ ২ কিঃমিঃ খোজেৰে ঘৰত উপস্থিত ভুক্তভোগী

অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ, বস্ত্ৰ লৈ গ’ল ধৰ্ষণকাৰীয়ে, বিবস্ত্ৰা হৈ ২ কিঃমিঃ খোজেৰে ঘৰত উপস্থিত ভুক্তভোগী

ধৰ্মীয় সহিষ্ণুতা আৰু সম্প্ৰীতিৰ অপূৰ্ব নিৰ্দশন! মন্দিৰলৈ ১ কোটি টকাৰ সামগ্ৰী দান মুছলমান ব্যক্তিৰ

ধৰ্মীয় সহিষ্ণুতা আৰু সম্প্ৰীতিৰ অপূৰ্ব নিৰ্দশন! মন্দিৰলৈ ১ কোটি টকাৰ সামগ্ৰী দান মুছলমান ব্যক্তিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.