• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰ্মীয় সহিষ্ণুতা আৰু সম্প্ৰীতিৰ অপূৰ্ব নিৰ্দশন! মন্দিৰলৈ ১ কোটি টকাৰ সামগ্ৰী দান মুছলমান ব্যক্তিৰ

ধৰ্মীয় সহিষ্ণুতা আৰু সম্প্ৰীতিৰ অপূৰ্ব নিৰ্দশন! মন্দিৰলৈ ১ কোটি টকাৰ সামগ্ৰী দান মুছলমান ব্যক্তিৰ

4 years ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

24 minutes ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

2 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

3 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

4 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

4 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

5 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

6 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

7 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

7 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

8 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ধৰ্মীয় সহিষ্ণুতা আৰু সম্প্ৰীতিৰ অপূৰ্ব নিৰ্দশন! মন্দিৰলৈ ১ কোটি টকাৰ সামগ্ৰী দান মুছলমান ব্যক্তিৰ

editor by editor
September 22, 2022
in বিবিধ, ভাৰত
0
ধৰ্মীয় সহিষ্ণুতা আৰু সম্প্ৰীতিৰ অপূৰ্ব নিৰ্দশন! মন্দিৰলৈ ১ কোটি টকাৰ সামগ্ৰী দান মুছলমান ব্যক্তিৰ
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল ভাৰততে নহয় বিশ্বৰ বহু ঠাইত হিন্দু-মুছলমানৰ মাজৰ সাম্প্ৰদায়িক ঘৃণাৰ উদ্ৰেককাৰী ঘটনাবোৰ চৰ্চালৈ আহিয়েই থাকে। শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত ক্ৰিকেট মেচৰ পিছৰে পৰা ব্ৰিটেইনতো এনে বহু ঘটনা পোহৰলৈ আহিছে, য’ত হিন্দু আৰু মুছলমান মাজত বিবাদৰ সৃষ্টি হৈছিল। বিগত এসপ্তাহ ধৰি ব্ৰিটেইনত এনে ঘটনা বাৰে বাৰে চৰ্চালৈ আহিছে।

এনে অৱস্থাত আমি এজন ব্যক্তিৰ বিষয়ে ক’বলৈ ওলাইছো, যাৰ বিষয়ে শুনি সকলোৰে ধৰ্মীয় সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতি আসক্তি বৃদ্ধিৰ লগতে অনুপ্ৰাণিত হ’ব। হিন্দু আৰু মুছলমান লোকৰ মাজত ধৰ্মীয় বিভেদ বৃদ্ধি পোৱাৰ সময়তে এজন মুছলমান লোকে এটা হিন্দু মন্দিৰলৈ ১ কোটি টকাৰ সামগ্ৰী দান হিচাপে আগবঢ়াইছে৷

প্ৰকাশিত খবৰ মতে এই লোকজনে অন্ধ্ৰ প্ৰদেশৰ এটা প্ৰাচীন মন্দিৰত ৩০ বছৰতকৈও অধিক সময় ধৰি নামাজ আদায় কৰি আহিছে। এতিয়া এই ভক্তগৰাকীয়ে ধৰ্মীয় সহিষ্ণুতা আৰু সম্প্ৰীতিৰ বাণী বিলাই মন্দিৰলৈ এনে বৃহৎ দান আগবঢ়োৱা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে।

লগতে পঢ়ক প্ৰেমিকাৰে হোটেলৰ কোঠাত ৰোমাঞ্চ পিতৃৰ, কন্যা আৰু পত্নীয়ে ধৰা পেলাই কৰিলে ভিডিঅ’ ৰেকৰ্ডিং

চেন্নাইৰ এই মুছলমান ব্যক্তিজনে অন্ধ্ৰ প্ৰদেশৰ পাহাৰত অৱস্থিত প্ৰাচীন তিৰুমালা মন্দিৰলৈ নগদ ধন আৰু ১.০২ কোটি টকাৰ সামগ্ৰী আগবঢ়ায়। তেওঁ তিৰুমালা মন্দিৰৰ মুছলমান ভক্ত বুলিও জানিব পৰা গৈছে। প্ৰকাশিত খবৰ মতে যোৱা মঙলবাৰে তেওঁ মন্দিৰটো পৰিদৰ্শন কৰি ৮৭ লাখ টকাৰ আচবাব, বাচন-বৰ্তন আদি সামগ্ৰী আৰু ১৫ লাখ টকাৰ ডিমাণ্ড ড্ৰাফ্ট আগবঢ়ায়।

এই লোকজনৰ নাম হৈছে আব্দুল ঘানী৷ আব্দুল ঘানীয়ে তিনি দশকৰো অধিক সময় ধৰি মন্দিৰত প্ৰসাদ আগবঢ়াই আহিছে। দীৰ্ঘদিন ধৰি তেওঁ মন্দিৰলৈ বাহন, আচবাব আৰু নগদ ধন আগবঢ়াই আহিছে। তেওঁ এতিয়া দান দিয়া সামগ্ৰীসমূহ ভিআইপি অতিথিশালা আৰু তীৰ্থযাত্ৰীসকলৰ বাবে বিনামূলীয়া খাদ্য পাকঘৰ পৰিচালনাৰ বাবে ব্যৱহাৰ কৰা হ’ব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Andhra Pradesh Tirumala templeasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamTirumala temple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!
নিয়োগ

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

September 2, 2026
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু
বিনোদন

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

September 2, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

September 2, 2026
Next Post
হাগ্ৰামা পত্নীৰ মালিকানাধীন বিলাসী ৰিজ’ৰ্টত বড়ো যুৱতীক যৌন নিগ্ৰহৰ চেষ্টা মাতাল যুৱকৰ

হাগ্ৰামা পত্নীৰ মালিকানাধীন বিলাসী ৰিজ’ৰ্টত বড়ো যুৱতীক যৌন নিগ্ৰহৰ চেষ্টা মাতাল যুৱকৰ

প্ৰেমিকৰ পকেটৰ পৰা কণ্ডমৰ ৰচিদ উদ্ধাৰ, প্ৰেমিকক গুলীয়াই হত্যা মহিলা আৰক্ষী বিষয়াৰ

প্ৰেমিকৰ পকেটৰ পৰা কণ্ডমৰ ৰচিদ উদ্ধাৰ, প্ৰেমিকক গুলীয়াই হত্যা মহিলা আৰক্ষী বিষয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.