• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকৰ পকেটৰ পৰা কণ্ডমৰ ৰচিদ উদ্ধাৰ, প্ৰেমিকক গুলীয়াই হত্যা মহিলা আৰক্ষী বিষয়াৰ

প্ৰেমিকৰ পকেটৰ পৰা কণ্ডমৰ ৰচিদ উদ্ধাৰ, প্ৰেমিকক গুলীয়াই হত্যা মহিলা আৰক্ষী বিষয়াৰ

4 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

1 hour ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

2 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

3 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

3 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

4 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

4 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

5 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

6 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

6 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

7 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

প্ৰেমিকৰ পকেটৰ পৰা কণ্ডমৰ ৰচিদ উদ্ধাৰ, প্ৰেমিকক গুলীয়াই হত্যা মহিলা আৰক্ষী বিষয়াৰ

editor by editor
September 22, 2022
in অপৰাধ, বিশ্ব
0
প্ৰেমিকৰ পকেটৰ পৰা কণ্ডমৰ ৰচিদ উদ্ধাৰ, প্ৰেমিকক গুলীয়াই হত্যা মহিলা আৰক্ষী বিষয়াৰ
0
SHARES
10.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ প্ৰেমিকৰ পেণ্টৰ জেপৰ পৰা কণ্ডম ক্ৰয়ৰ ৰচিদ উদ্ধাৰ কৰাৰ পাছতে এগৰাকী মহিলা আৰক্ষী বিষয়াই প্ৰেমিকক গুলীয়াই হত্যা কৰিছে৷

সংবাদ মাধ্যমত প্ৰকাশিত ঘটনাৰ বিৱৰণীৰ মতে এই কাণ্ডটো দক্ষিণ আফ্ৰিকাৰ ডাৰবানত সংঘটিত হৈছে৷ অভিযুক্ত মহিলা আৰক্ষী বিষয়াগৰাকী কোৱাজুলু-নাটাল অঞ্চলৰ ডাৰাবান হাৰ্বাৰ আৰক্ষী থানাত কৰ্মৰত আছিল৷

ইতমিধ্যে ঘটনাৰ সন্দৰ্ভত ইণ্ডিপেণ্ডেণ্ট ইনভেষ্টিগেটিভ ডাইক্টৰেটে তদন্ত আৰম্ভ কৰিছে৷ প্ৰাথমিক তদন্তৰ অনুসৰি অভিযুক্ত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে প্ৰেমিকৰ পেণ্টৰ জেপৰ পৰা কণ্ডম ক্ৰয়ৰ ৰচিদ উদ্ধাৰ কৰে৷

 

লগতে পঢ়ক ধৰ্মীয় সহিষ্ণুতা আৰু সম্প্ৰীতিৰ অপূৰ্ব নিৰ্দশন! মন্দিৰলৈ ১ কোটি টকাৰ সামগ্ৰী দান মুছলমান ব্যক্তিৰ

ইয়াৰ পাছতে প্ৰেমিকা আৰক্ষী বিষয়াগৰাকীয়ে প্ৰেমিকক এই সম্পৰ্কে প্ৰশ্ন কৰিবলৈ ধৰে৷ কণ্ডম ক্ৰয়ৰ ৰচিদখন ক’ৰ পৰা আহিল, কেনেকৈ আহিল আদি প্ৰশ্ন কৰাৰ পাছতে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়৷ কাজিয়াই চৰম পৰ্যায় পোৱাত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে চাৰ্ভিছ ৰিভলভাৰেৰে প্ৰেমিকলৈ উদ্দেশ্য কৰি গুলীচালনা কৰে৷

তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে ঘটনাৰ পিছতে অভিযুক্ত মহিলা আৰক্ষী বিষয়াগৰাকীয়ে আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে গুলীচালনা কৰা পিষ্টলটোও উদ্ধাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে ১০ অক্টোবৰলৈকে অভিযুক্ত মহিলা আৰক্ষী বিষয়াগৰাকীক জিম্মাত ৰাখিবলৈ আদালতত আবেদন জনাইছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী
ভাৰত

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

October 13, 2026
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!
অপৰাধ

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

October 13, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
Next Post
যৌন সম্পৰ্কৰ পাছত ৪৮ ঘণ্টালৈকে লাভ কৰা যায় বিভিন্ন উপকাৰ? এই উপকাৰসমূহ কি কি?

যৌন সম্পৰ্কৰ পাছত ৪৮ ঘণ্টালৈকে লাভ কৰা যায় বিভিন্ন উপকাৰ? এই উপকাৰসমূহ কি কি?

চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ! মুখ্যমন্ত্ৰীয়ে জনালে পূজাৰ পূৰ্বে লাভ কৰিব দৰমহা

চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ! মুখ্যমন্ত্ৰীয়ে জনালে পূজাৰ পূৰ্বে লাভ কৰিব দৰমহা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.